Haridev Rajbongshi

Haridev Rajbongshi Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from Haridev Rajbongshi, Social service, Nalbari.

19/08/2022
আজি বৰআজাৰাস্থিত বাসন্তী মন্দিৰ সাংস্কৃতিক প্ৰকল্প প্ৰেক্ষাগৃহত ভাৰতীয় জনতা পাৰ্টি নলবাৰী জিলাৰ এক সাংগঠনিক সভা অনুষ্ঠি...
22/07/2022

আজি বৰআজাৰাস্থিত বাসন্তী মন্দিৰ সাংস্কৃতিক প্ৰকল্প প্ৰেক্ষাগৃহত ভাৰতীয় জনতা পাৰ্টি নলবাৰী জিলাৰ এক সাংগঠনিক সভা অনুষ্ঠিত হয়।

লগতে নলবাৰী গোপালবজাৰস্হিত সয়ম্বৰ বিবাহ ভবনত ভাৰতৰ মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীজীৰ জীৱনীভিত্তিক গ্ৰন্থ Modi@20: Dreams Meet Delivery‌ ৰ ওপৰত এখন‌ বৌদ্ধিক সভা অনুষ্ঠিত হয়।

বিজেপি নলবাৰী জিলাৰ মাননীয় সভাপতি ডাঃ মৃগাংক তালুকদাৰদেৱে সভাপতিত্ব কৰা এই সভা দুখনত বিজেপিৰ ৰাষ্ট্ৰীয় উপ-সভাপতি তথা অসম প্ৰদেশৰ প্রভাৰী শ্ৰী বৈজয়ন্ত পাণ্ডা ডাঙৰীয়া, বিজেপি অসম প্ৰদেশৰ সাংগঠনিক সাধাৰণ সম্পাদক শ্ৰী ফণীন্দ্ৰনাথ শৰ্মা ডাঙৰীয়া, মাননীয় কেবিনেট মন্ত্রী শ্ৰী জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়া,শ্ৰী চন্দ্ৰমোহন পাটোৱাৰী ডাঙৰীয়া, জিলা প্ৰভাৰী শ্ৰীমতী বিজুলী কলিতা মেধি ডাঙৰীয়ানী, জিলা সহ-প্ৰভাৰী শ্রী বিতুপন ৰাইদঙীয়া ডাঙৰীয়া প্ৰমুখ্যে বহুকেইজন জ্যেষ্ঠ নেতা আৰু শ্ৰদ্ধাৰ বুদ্ধিজীৱী, কাৰ্যকৰ্তাসকল উপস্থিত থাকে।
Bhabesh kalita ভৱেশ কলিতা Phanindranath Sharma Jayanta Mallabaruah Chandra Mohan Patowary Mriganka Talukdar

"সেৱা,সন্তোলন,সংযম, সমন্বয় আৰু ধনাত্মক চিন্তা‌"এই পঞ্চসুত্ৰৰ আধাৰত আমি কাৰ্য্যকৰ্তা সকলে মা ভাৰতী তথা দেশৰ সেৱাৰ মনোভাৱ...
15/07/2022

"সেৱা,সন্তোলন,সংযম, সমন্বয় আৰু ধনাত্মক চিন্তা‌"এই পঞ্চসুত্ৰৰ আধাৰত আমি কাৰ্য্যকৰ্তা সকলে মা ভাৰতী তথা দেশৰ সেৱাৰ মনোভাৱেৰে নিষ্কামতাৰে অনাগত দিনত অধিক সক্ৰিয়তাৰে আগবাঢ়িব লাগিব।

আজি বৰ‌আজাৰাস্হিত বাসন্তী মন্দিৰ প্ৰেক্ষাগৃহত (বাহজানী) নলবাৰী জিলা বিজেপিৰ পঞ্চমখন কাৰ্য্যনিৰ্বাহক সভা জিলা সভাপতি ডা:মৃগাংক তালুকদাৰ ডাঙৰীয়াৰ সভাপতিত্বত অনুষ্ঠিত হয়।

আজিৰ কাৰ্য্যনিৰ্বাহক সভাত বিজেপিৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক তথা মাননীয় সাংসদ দিলীপ শইকীয়া ডাঙৰীয়া,অসম চৰকাৰৰ মাননীয় কেবিনেট মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়া, চন্দ্ৰমোহন পাটোৱাৰী ডাঙৰীয়া, ৰঞ্জিত দাস ডাঙৰীয়া, সাংসদ কুইন ওজা ডাঙৰীয়ানী, জিলা প্ৰভাৰী বিজুলী কলিতা মেধি ডাঙৰীয়ানী,সহ প্ৰভাৰী বিটোপন ৰাইদঙীয়া ডাঙৰীয়াৰ লগতে নলবাৰী জিলাৰ অন্তৰ্গত বিভিন্ন নিকায় নিগমৰ অধ্যক্ষকে আদি কৰি সকলো আপেক্ষিক উপস্থিত থাকে।

""সপৰিয়ালে""♥️
14/07/2022

""সপৰিয়ালে""♥️

""""""গুৰু পূৰ্নীমা""""‌     বিন্দু অবিহনে যিদৰে ৰেখা টানিব নোৱাৰি ঠিক তেনেদৰে গুৰু অবিহনেও মানুহে সিদ্ধি লাভ কৰিব নোৱাৰ...
13/07/2022

""""""গুৰু পূৰ্নীমা""""

‌ বিন্দু অবিহনে যিদৰে ৰেখা টানিব নোৱাৰি ঠিক তেনেদৰে গুৰু অবিহনেও মানুহে সিদ্ধি লাভ কৰিব নোৱাৰে।গুৰু ভক্তি‌ আৰু গুৰুৰ কৃপাৰ দ্বাৰাহে সৰ্বদিশত দ্বিধাহীনে আগুৱাই যাব পাৰি।সেয়ে কোৱা‌ হয়,
""গুৰু কৃপাহি কেৱলম""
আজি মহৰ্ষি বেদব্যাস দেৱৰ জন্ম তিথি‌ উপলক্ষ্যে পালিত হৈ অহা গুৰু পূৰ্নীমাৰ দিনাখন আমাৰ জীৱনৰ তিনিগুৰু, ৰাজনৈতিক গুৰু তথা গুৰুঈশ্বৰৰ শ্ৰীচৰনত শতকৌটী প্ৰনিপাত জনালো।

জগন্নাথ ৰথযাত্ৰাজগন্নাথ‌ প্ৰধানকৈ বিশ্বৰ ভিন্ন প্ৰান্তত এই তিথিত পূজিত হয় বিষ্ণুক। তেওঁক ভাতৃ বলভদ্ৰ আৰু ভগ্নী সুভদ্ৰাৰ...
01/07/2022

জগন্নাথ ৰথযাত্ৰা

জগন্নাথ‌ প্ৰধানকৈ বিশ্বৰ ভিন্ন প্ৰান্তত এই তিথিত পূজিত হয় বিষ্ণুক। তেওঁক ভাতৃ বলভদ্ৰ আৰু ভগ্নী সুভদ্ৰাৰ সৈতে সাধাৰণতে আৰাধনা কৰা হয়।সনাতন ধৰ্মত তেওঁ সৰ্বোচ্চ দেৱতা,পুৰুষোত্তম বা পৰম ব্ৰহ্ম। বৈষ্ণৱ ধৰ্মত, আৰু বিশেষকৈ কৃষ্ণবাদত, অনেক ক্ষেত্ৰত জগন্নাথক কৃষ্ণ বা বিষ্ণুৰ এক বিমূৰ্ত ৰূপ মনা হয়।তেওঁক কেতিয়াবা কৃষ্ণ বা বিষ্ণুৰ অৱতাৰো জ্ঞান কৰা হয়।

আজিৰেপৰা আৰম্ভ হোৱা জগন্নাথ ৰথযাত্ৰাৰ লগত সংগতি ৰাখি বৃহত্তৰ নাহেৰবাৰী অঞ্চলতো প্ৰভু জগন্নাথৰ ৰথযাত্ৰা উলিওৱা হয়।এই অনুষ্ঠানত মূখ্য অতিথি হিচাপে উপস্থিত থাকে সন্মানীয় কেবিনেট মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়াৰ সহধৰ্মিনী সন্মানীয়া জুলি ডেকাবৰুৱা ডাঙৰীয়ানীয়ে। প্ৰায় সহস্ৰাধিক ভক্ত উপস্থিত থকা এই অনুষ্ঠানত নলবাৰী জিলা বিজেপিৰ সন্মানীয় সম্পাদক নন্দলাল সৰকাৰ ডাঙৰীয়া, নলবাৰী জিলা বিজেপি মহিলা মৰ্চাৰ সন্মানীয়া সভানেত্ৰী মাধবী ৰাজবংশী ডাঙৰীয়ানীয়েও উপস্থিত থাকে।

ভাৰতীয় জনতা পাৰ্টীৰ অনাগত ৬ এপ্ৰিল তাৰিখে পালন কৰিবলগীয়া ৪২ সংখ্যক স্হাপনা দিৱসৰ লগত সংগতি ৰাখি সপ্তাহযোৰা ৰুপায়ন কৰিব ...
03/04/2022

ভাৰতীয় জনতা পাৰ্টীৰ অনাগত ৬ এপ্ৰিল তাৰিখে পালন কৰিবলগীয়া ৪২ সংখ্যক স্হাপনা দিৱসৰ লগত সংগতি ৰাখি সপ্তাহযোৰা ৰুপায়ন কৰিব লগীয়া ভিন্ন সেৱামূলক কাৰ্য্যসূচী সম্পৰ্কে আজি ভাৰতীয় জনতা পাৰ্টী নলবাৰী জিলা সমিতিৰ বিষয়ববীয়া,মণ্ডল সভাপতি আৰু জিলা মৰ্চা সমুহৰ সভাপতি সকলৰ সৈতে গুৰুত্বপূৰ্ণ বৈঠক জিলা কাৰ্য্যালয়ত অনুস্থিত হয়।
ভাৰতীয় জনতা পাৰ্টী নলবাৰী জিলা সমিতিৰ প্ৰভাৰী বিজুলী কলিতা মেধী বাইদেউ আৰু সহঃপ্ৰভাৰী বিতোপন ৰাইদঙিয়া ডাঙৰীয়াই উক্ত বৈঠকত মাৰ্গদৰ্শন কৰে।

বিটিআৰ চৰকাৰৰ মাননীয় কাৰ্য্যবাহী সদস্য অৰুপ কুমাৰ দে ডাঙৰীয়াৰ লগত কিছু মুহুৰ্ত।
02/04/2022

বিটিআৰ চৰকাৰৰ মাননীয় কাৰ্য্যবাহী সদস্য অৰুপ কুমাৰ দে ডাঙৰীয়াৰ লগত কিছু মুহুৰ্ত।

বৰআগ্ৰা 52 নং বুথত মাননীয় প্ৰধানমন্ত্ৰীৰ "মন কি বাত" শ্ৰবন কৰাৰ কিছু মূহুৰ্ত।
26/12/2021

বৰআগ্ৰা 52 নং বুথত মাননীয় প্ৰধানমন্ত্ৰীৰ "মন কি বাত" শ্ৰবন কৰাৰ কিছু মূহুৰ্ত।

Jayanta Malla Baruah Dr. Mriganka Talukdar Nandalal Sarkar
19/12/2021

Jayanta Malla Baruah Dr. Mriganka Talukdar Nandalal Sarkar

Jayanta Malla Baruah Dr. Mriganka Talukdar Nandalal Sarkar Hemanta Barman
18/12/2021

Jayanta Malla Baruah Dr. Mriganka Talukdar Nandalal Sarkar Hemanta Barman

Address

Nalbari

Website

Alerts

Be the first to know and let us send you an email when Haridev Rajbongshi posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share

Category