Bjp Minority morcha Nalbari Town Mandal

Bjp Minority morcha Nalbari Town Mandal (ভাৰতীয় জনতা পাৰ্টি সংখ্যালঘু মৰ্চা নলবাৰী টাউন মণ্ডল )

আকৌ এবাৰ মোদী চৰকাৰ আজি বিজেপি সংখ্যালঘু মৰ্চা নলবাৰী টাউন মণ্ডল সমিতিৰ উদ্যোগত নলবাৰী টাউনৰ ওৱাৰ্ড নং 1 আৰু 2 ৰ 62 আৰু ...
30/04/2024

আকৌ এবাৰ মোদী চৰকাৰ
আজি বিজেপি সংখ্যালঘু মৰ্চা নলবাৰী টাউন মণ্ডল সমিতিৰ উদ্যোগত নলবাৰী টাউনৰ ওৱাৰ্ড নং 1 আৰু 2 ৰ 62 আৰু 67 নং বুথত নিৰ্বাচনী সভা অনুষ্ঠিত হয়।
Jayanta Mallabaruah Dr. Mriganka Talukdar BJP Minority Morcha Bjp Minority Morcha Nalbari District BJP Nalbari District

নলবাৰী সমষ্টিৰ সন্মানীয় বিধায়ক তথা অসম চৰকাৰৰ মাননীয় মন্ত্ৰী শ্ৰী যুত জয়ন্ত মল্ল বৰুৱা দেৱৰ তত্বাবধানত , বিজেপি নলবা...
09/04/2024

নলবাৰী সমষ্টিৰ সন্মানীয় বিধায়ক তথা অসম চৰকাৰৰ মাননীয় মন্ত্ৰী শ্ৰী যুত জয়ন্ত মল্ল বৰুৱা দেৱৰ তত্বাবধানত , বিজেপি নলবাৰী টাউন মণ্ডল সংখ্যালঘু মৰ্চাৰ উদ্যোগত,নলবাৰী টাউন মণ্ডলৰ প্ৰতিটো মছজিদত পবিত্ৰ ৰমজান মাহ উপলক্ষে ইফতাৰিৰ ব্যৱস্থাপনাৰ লগতে মন্ত্ৰী মহোদয় প্ৰেৰণ কৰা শুভেচ্ছা পত্ৰ খনি পাঠ কৰা হয়।
Jayanta Mallabaruah Dr. Mriganka Talukdar Atikur Rahman BJP Minority Morcha BJP Nalbari District Bjp Minority Morcha Nalbari District

আজি নলবাৰী সমষ্টিৰ ৮ নং ৱাৰ্ডৰ বৰমা ৰোডত নলবাৰী টাউন  মণ্ডল সংখ্যালঘু মৰ্চাৰ সভাপতি আতিকুৰ ৰহমান ডাঙৰীয়াৰ সভাপতিত্বত বি...
03/03/2024

আজি নলবাৰী সমষ্টিৰ ৮ নং ৱাৰ্ডৰ বৰমা ৰোডত নলবাৰী টাউন মণ্ডল সংখ্যালঘু মৰ্চাৰ সভাপতি আতিকুৰ ৰহমান ডাঙৰীয়াৰ সভাপতিত্বত বিজেপি ৰাজ্যিক সংখ্যালঘু মৰ্চাৰ নিৰ্দেশ মৰ্মে ভাৰতীয় জনতা পাৰ্টি নলবাৰী জিলা সংখ্যালঘু মৰ্চাৰ উদ্যোগত ১০০% সংখ্যালঘু সম্প্ৰদায়ৰ বুথত সমূহত স্নেহ সংবাদ কাৰ্যসূচী অনুষ্ঠিত হয়।
সভাত উপস্থিত থাকে বিজেপি সংখ্যালঘু মৰ্চাৰ মাননীয় ৰাজ্যিক সভাপতি শান্তিয়াছ কুজুৰ ডাঙৰীয়া, বিজেপি টাউন মণ্ডলৰ সভাপতি অঞ্জন ডেকা ডাঙৰীয়া, ৰাজ্যিক সংখ্যালঘু মৰ্চাৰ কাৰ্যনিৰ্বাহক সদস্য ইলিয়াছ আলী ডাঙৰীয়া, সঞ্জয় তপ্পো ডাঙৰীয়া,জালাল আলী ডাঙৰীয়া, উক্ত বুথ সমুহৰ সভাপতিসকল ,সংখ্যালঘু মৰ্চাৰ জিলা আৰু মণ্ডল সংখ্যালঘু মৰ্চাৰ বিষয়ববিয় সকল ।
Himanta Biswa Sarma Bhabesh kalita ভৱেশ কলিতা Jayanta Mallabaruah Santiuse Kujur
Dr. Mriganka Talukdar Bharatiya Janata Party (BJP) BJP Assam Pradesh BJP Nalbari District BJP Minority Morcha Bjp Minority Morcha Nalbari District Atikur Rahman

আজি নলবাৰী জিলা বিজেপি কাৰ্যালয়ত নলবাৰী টাউন মণ্ডল বিজেপি সংখ্যালঘু মৰ্চাৰ সভাপতি আতিকুৰ ৰহমান ডাঙৰীয়াৰ সভাপতিত্বত টাউন...
22/02/2024

আজি নলবাৰী জিলা বিজেপি কাৰ্যালয়ত নলবাৰী টাউন মণ্ডল বিজেপি সংখ্যালঘু মৰ্চাৰ সভাপতি আতিকুৰ ৰহমান ডাঙৰীয়াৰ সভাপতিত্বত টাউন মণ্ডল সংখ্যালঘু মৰ্চাৰ চিনাকী পৰ্ব ও সাংগঠনিক সভা অনুস্থিত হৈ যায়।
সভাত নলবাৰী জিলা বিজেপি সংখ্যালঘু মৰ্চাৰ সন্মানীয় সভাপতি চবিৰ আহমেদ ডাঙৰীয়াই উপস্থিত থাকি কাৰ্যকত্তাৰ উদ্দেশ্যে সাংগঠনিক দিশৰ ওপৰত কিছু বক্তব্য দাঙি ধৰে।
সভাৰ আৰম্ভণিতে নলবাৰী জিলা বিজেপিৰ সন্মানীয় সভাপতি ডা° মৃগাংগ তালুকদাৰ ডাঙৰীয়াই অতি ব্যস্ততাৰ বাবে এবাৰ আশীৰ্বাদমূলক পদাৰ্পণ দিয়ে।
লগতে সভাত উপস্থিত থাকে বিজেপি নলবাৰী টাউন মণ্ডলৰ সন্মানীয় সভাপতি অঞ্জন ডেকা ডাঙৰীয়া,নলবাৰী পৌৰসভাৰ পৌৰনেত্ৰী জয়শ্ৰী তালুকদাৰ ডাঙৰীয়ানী,জিলা বিজেপিৰ সম্পাদক তথা টাউন মণ্ডলৰ প্ৰভাৰী মৃগেন শৰ্মা ডাঙৰীয়া,জিলা মৰ্চাৰ উপ-সভাপতি মুকুল আলী ডাঙৰীয়া,সাধাৰণ সম্পাদক তহিৰুল ইছলাম শইকীয়া ডাঙৰীয়া, মৰ্চাৰ মণ্ডল প্ৰভাৰী জিনেন্দ্ৰ কুমাৰ জৈন ডাঙৰীয়া,বিজেপি টাউন মণ্ডলৰ সাধাৰণ সম্পাদক প্ৰদীপ বৰ্মন ডাঙৰীয়া,উপ সভাপতি ৰুবুল পাঠক ডাঙৰীয়া, সীমান্ত বৰ্মন ডাঙৰীয়া,জিলা মৰ্চাৰ সংবাদ মাধ্যমৰ আহ্বায়ক চাহিল আহমেদ,সামাজিক মাধ্যমৰ আহ্বায়ক মহবুবৰ ৰহমানৰ লগতে উক্ত মণ্ডলৰ নৱ নিযুক্ত বিষয়ববিয়া সকল আৰু স্থানীয় বুথ সভাপতি সকল।
Himanta Biswa Sarma Bhabesh kalita ভৱেশ কলিতা Bharatiya Janata Party (BJP) Santiuse Kujur Jayanta Mallabaruah Dr. Mriganka Talukdar Sabir Ahmed Atikur Rahman BJP Nalbari District BJP Assam Pradesh BJP Minority Morcha Bjp Minority Morcha Nalbari District

02/02/2024

দেশৰ সন্মানীয় প্ৰধানমন্ত্ৰী Narendra Modi ডাঙৰীয়াক ভাৰতীয় জনতা পাৰ্টি সংখ্যালঘু মৰ্চা নলবাৰী টাউন মণ্ডলৰ তৰফৰ পৰা স্বাগতম জনাইছোঁ।🙏🏻


Himanta Biswa Sarma Bhabesh kalita ভৱেশ কলিতা Jayanta Mallabaruah Dr. Mriganka Talukdar BJP Assam Pradesh BJP Minority Morcha BJP Nalbari District Bjp Minority Morcha Nalbari District

02/02/2024

মাদ্ৰাছাৰ কনমানি ছাত্ৰ সকলৰ লগত অসমৰ সন্মানীয় মুখ্যমন্ত্ৰীৰ বাৰ্তালাপ।
Himanta Biswa Sarma 🙏🏻🙏🏻

সুন্দৰ পদক্ষেপJayanta Mallabaruah
02/02/2024

সুন্দৰ পদক্ষেপ
Jayanta Mallabaruah

বিজেপি নলবাৰী টাউন মণ্ডল সমিতিৰ কাৰ্যনিৰ্বাহক সভা ।
01/02/2024

বিজেপি নলবাৰী টাউন মণ্ডল সমিতিৰ কাৰ্যনিৰ্বাহক সভা ।

01/02/2024

ভাৰতীয় জনতা পাৰ্টি সংখ্যালঘু মৰ্চা নলবাৰী জিলাৰ উদ্যোগত অসমৰ সন্মানীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ "ওপজা দিন" উপলক্ষে আশ্ৰাফুল উলুম মাদ্ৰাছা , কালাকুছিত মহান আল্লাহৰ ওচৰত তেখেতৰ সুস্বাস্থ্য তথা দীৰ্ঘায়ু কামনা কৰি সমূহীয়া দোৱা " সম্পন্ন কৰা হয়।
উক্ত অনুস্থানত উপস্থিত থাকে বিজেপি সংখ্যালঘু মৰ্চা নলবাৰী জিলাৰ সন্মানীয় সভাপতি চবিৰ আহমেদ ডাঙৰীয়া , ৰাজ্যিক বিজেপি সংখ্যালঘু মৰ্চাৰ কাৰ্যনিৰ্বাহক সদস্য ৰুবুল আলী ডাঙৰীয়া, বিজেপি বৰক্ষেত্ৰী পশ্চিম নলবাৰী মণ্ডলৰ উপ-সভাপতি চতিন মহন্ত, সাধাৰণ সম্পাদক দিপক দাস,মতিউৰ ৰহমানৰ লগতে মাদ্ৰাছা কতৃপক্ষ,জিলা ও মণ্ডল সংখ্যালঘু মৰ্চাৰ বিষয়ববীয়া আৰু স্থানীয় কাৰ্যকত্তা সকল।
Himanta Biswa Sarma Jayanta Mallabaruah
Bhabesh kalita ভৱেশ কলিতা BJP Assam Pradesh BJP Minority Morcha BJP Nalbari District

অসমৰ সন্মানীয় মুখ্যমন্ত্ৰী Dr. Himanta Biswa Sarma ডাঙৰীয়াৰ  জন্মদিনৰ অশেষ শুভেচ্ছা জ্ঞাপন কৰিলো💐 বিজেপি নলবাৰী জিলা স...
01/02/2024

অসমৰ সন্মানীয় মুখ্যমন্ত্ৰী Dr. Himanta Biswa Sarma ডাঙৰীয়াৰ জন্মদিনৰ অশেষ শুভেচ্ছা জ্ঞাপন কৰিলো💐 বিজেপি নলবাৰী জিলা সংখ্যালঘু মৰ্চাৰ তৰফৰ পৰা।
মূখ্যমন্ত্ৰী মহোদয়ৰ সুস্বাস্থ্য আৰু দীৰ্ক্ষায়ু কামনা কৰি আজি "আশ্ৰাফুল উলুম মাদ্ৰাছা" কালাকুছি নলবাৰীত এক সমূহীয়া দোৱাৰ আয়োজন কৰা হৈছে। উক্ত অনুষ্ঠানত সকলোৰে উপস্থিতি কামনা কৰিলো।
Jayanta Mallabaruah
Dr. Mriganka Talukdar
BJP Assam Pradesh
BJP Minority Morcha
Sabir Ahmed
Bjp Minority Morcha Nalbari District
BJP Nalbari District

Address

Sonpur , Ward No 09
Nalbari
781335

Telephone

+918638492881

Website

Alerts

Be the first to know and let us send you an email when Bjp Minority morcha Nalbari Town Mandal posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share