11/08/2022
ৰাখী বান্ধোন কাৰ্যসূচী-(৫)
ভাতৃ-ভগ্নীৰ স্নেহৰ বান্ধোন ৰাখী বন্ধন উপলক্ষে হিন্দু জাগৰণ অসম, নলবাৰী নগৰ কমিটিৰ কাৰ্যকৰ্তাৰ দ্বাৰা জিলা সমিতি বিষয়ববীয়া সকলৰ লগতে অনান্য সকলৰ সৈতে ৰাখী বন্ধন কাৰ্য্যসূচী পালন কৰা হয় ।