20/03/2024
মহাশয়, মই চতুৰ্দশ অসম আৰক্ষী ত কৰ্মৰত এজন জোৱান হও..
আমাৰ MMLSAY (মুখ্যমন্ত্ৰী লোকসেৱা আৰোগ্য যোজনা) ৰ কামবিলাক কিয় হোৱা নাই? পইচাটো একাউন্টৰ পৰা কাটি এ আচে। Online form submit ও কৰিচো.. কিন্তু এতিয়ালৈকে Registration process সম্পূর্ণ হোৱাই নাই... Helpline নম্বৰত ফোন কৰিলে কয় " আপোনাৰ document DDO ৰপৰা Approve হোৱা নাই "। Headquarter ত খবৰ ললে কয়" আমাৰ ইয়াত MMLSAY ৰ একো কামেই হোৱা নাই "।
কি হৈ আচে তাৰমানে?
বুজিপোৱা নাই..
Please মহাশয়, কিবা এটা ব্যবস্থা কৰক
DGPAssamPolice
Himanta Biswa Sarma