প্ৰেৰণা পুথিভঁড়াল নতুন দেহৰ শাখা

  • Home
  • India
  • Nalbari
  • প্ৰেৰণা পুথিভঁড়াল নতুন দেহৰ শাখা

প্ৰেৰণা পুথিভঁড়াল নতুন দেহৰ শাখা প্ৰেৰণা পুথিভঁড়াল নতুন দেহৰ শাখা

12/08/2024
16/11/2023

প্ৰেৰণা পুথিভঁড়াল নতুন দেহৰ শাখাৰ পিকনিক ইং ২০২২ ৰ এটি মুহূৰ্ত্ত।

24/03/2023

প্ৰেৰণা পুথিভঁড়াল নতুন দেহৰ শাখাৰ উদ্যোগত অনুষ্ঠিত ১১ দিনীয়া কৰ্মশালাৰ সামৰণী অনুষ্ঠানৰ খবৰ অসম ভ‌ইচ চেনেলত। বাতৰি পৰিৱেশক অসম ভ‌ইচ আৰু সাংবাদিক বন্ধু মহছেন আলী ডাঙৰীয়ালৈ অশেষ ধন্যবাদ প্ৰেৰণা পুথিভঁড়াল নতুন দেহৰ শাখা ৰ তৰফৰ পৰা। আশাকৰো ভৱিষ্যতেও আপোনালোকৰ সদিচ্ছা আৰু সহাৰি আমি এনেদৰে লাভ কৰি যাম।

প্ৰেৰণা পুথিভঁৰালৰ শুভাকাংক্ষী, নিভা বাইদেউৰ দুয়োগৰাকী ল'ৰা বিকি আৰু বিশালৰ আজি জন্মদিন। দুয়োগৰাকী অমায়িক, মেধাসম্পন্...
15/02/2023

প্ৰেৰণা পুথিভঁৰালৰ শুভাকাংক্ষী, নিভা বাইদেউৰ দুয়োগৰাকী ল'ৰা বিকি আৰু বিশালৰ আজি জন্মদিন। দুয়োগৰাকী অমায়িক, মেধাসম্পন্ন, সম্ভাৱনাময় কিশোৰলৈ জনালো প্ৰেৰণা পুথিভঁৰালৰ তৰফৰ পৰা জন্মদিনৰ বহুত বহুত শুভেচ্ছা। Happy birthday babu.

প্ৰেৰণা পুথিভঁৰালৰ ২৩ সংখ্যক বাৰ্ষিক অধিৱেশনৰ কেইটামান মুহুৰ্ত।
11/02/2023

প্ৰেৰণা পুথিভঁৰালৰ ২৩ সংখ্যক বাৰ্ষিক অধিৱেশনৰ কেইটামান মুহুৰ্ত।

শিক্ষক, প্ৰেৰণা পুথিভঁৰাল নতুন দেহৰ শাখাৰ পৰিচালক, বাৰ্ষিক অধিৱেশন পৰিচালনা সমিতিৰ কাৰ্যকৰী সভাপতি তপন কলিতাৰ সম্পাদনাত ...
03/07/2022

শিক্ষক, প্ৰেৰণা পুথিভঁৰাল নতুন দেহৰ শাখাৰ পৰিচালক, বাৰ্ষিক অধিৱেশন পৰিচালনা সমিতিৰ কাৰ্যকৰী সভাপতি তপন কলিতাৰ সম্পাদনাত বাৰ্ষিক অধিৱেশন বিশেষ প্ৰাচীৰ পত্ৰিকা #প্ৰয়াস ২০২১ খন।
ফটোত পৰিচালক চিন্তু তালুকদাৰক দেখা গৈছে পুথিভঁৰাললৈ শিক্ষক , প্ৰেৰণা পুথিভঁৰালৰ জেষ্ঠ পৰিচালক সুশীল মালাকৰ ছাৰে আগবঢ়োৱা মৰমৰ উপহাৰৰ সতে। বাওঁফালে আছে শিক্ষক হিতেশ পাটোৱাৰী ছাৰৰ সুযোগ্য সন্তান পৃথিৱীৰাজ পাটোৱাৰী।
২০২২ বৰ্ষৰ বাৰ্ষিক অধিৱেশন বিশেষ #প্ৰয়াস ৰ বাবে আমি অতি শীঘ্ৰে বিষয় বাচনি কৰি আপোনালোকক জনাম। বিভাগীয় সম্পাদক আৰু পৰিচালক মণ্ডলীৰ হোৱাটচ‌এপলৈ আপোনালোকৰ লেখাসমূহ পঠাব। মন্তব্য বাকচত নিদিব।
শেষত ২০২২ বৰ্ষৰ অধিৱেশনখন সাফল্যমণ্ডিত কৰাত সদৌটিৰে সহযোগিতা আমি আন্তৰিকতাৰে কামনা কৰিলোঁ।

Address

Near Jawahar Navodaya Bidlaya, Banekuchi
Nalbari
781340

Telephone

9864673950

Website

Alerts

Be the first to know and let us send you an email when প্ৰেৰণা পুথিভঁড়াল নতুন দেহৰ শাখা posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Organization

Send a message to প্ৰেৰণা পুথিভঁড়াল নতুন দেহৰ শাখা:

Share

Category