05/03/2026
বন মেকুৰী Jungle cat(felis chaus), যাক ৰিড কেট আৰু স্বাম্প কেট বুলিও কোৱা হয়, ই এটা মধ্যম আকাৰৰ বনৰীয়া মেকুৰী। ই মূলতঃ পূৰ্ব ভূমধ্যসাগৰীয় অঞ্চল আৰু ককেছাছ অঞ্চলৰ পৰা মধ্য এশিয়া, দক্ষিণ এশিয়া আৰু দক্ষিণ-পূৰ্ব এশিয়াৰ কিছুমান অংশলৈকে বিস্তৃত।
ই প্ৰধানকৈ জলাভূমি অঞ্চল যেনে পানীজমা ঠাই (swamp), উপকূলীয় অঞ্চল (littoral) আৰু নদীপাৰৰ অঞ্চল (riparian zone) আদিত বাস কৰে।
The jungle cat (Felis chaus), also called reed cat and swamp cat, is a medium-sized cat native from the Eastern Mediterranean region and the Caucasus to parts of Central, South and Southeast Asia. It inhabits foremost wetlands like swamps, littoral and riparian areas with dense