জুবিন গাৰ্গ বৃক্ষৰোপন সমাজ অসম

  • Home
  • India
  • Nagaon
  • জুবিন গাৰ্গ বৃক্ষৰোপন সমাজ অসম

জুবিন গাৰ্গ বৃক্ষৰোপন সমাজ অসম Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from জুবিন গাৰ্গ বৃক্ষৰোপন সমাজ অসম, Social service, Nagaon.

https://youtu.be/A9zOjxAacBg?si=Y8DI8SydDP2opkpi
04/10/2025

https://youtu.be/A9zOjxAacBg?si=Y8DI8SydDP2opkpi

জাজৰি শিমলুতলত জুবিন গাৰ্গৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানCopyright Disclaimer: - Under section 107 of the copyright Act 1976, allowance is mad for FAIR USE for purpo...

যোৱা 30 ছেপ্টেম্বৰ 2025 তাৰিখে জাজৰি বালিকা মজলীয়া বিদ্যালয়,শিমলুতলত জুবিন গাৰ্গ বৃক্ষৰোপন সমাজৰ সহযোগত সমূহীয়াভাৱে  ...
04/10/2025

যোৱা 30 ছেপ্টেম্বৰ 2025 তাৰিখে জাজৰি বালিকা মজলীয়া বিদ্যালয়,শিমলুতলত জুবিন গাৰ্গ বৃক্ষৰোপন সমাজৰ সহযোগত সমূহীয়াভাৱে জুবিন গাৰ্গৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান অনুষ্ঠিত হয়।শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত আমন্ত্ৰিত অতিথি হিচাপে উপস্থিত থাকে ক্ৰমে শ্ৰদ্ধাৰ ভূপেন দাস,সুবক্তা,শিক্ষক,দিগন্ত শৰ্মা,শিক্ষক,জেহীদোৰ ৰহমান,সমাজকৰ্মী লগতে উপস্থিত থাকে বিদ্যালয়ৰ সভাপতি বসন্ত মহন্ত দেৱ।পোনপ্ৰথমে আমন্ত্ৰিত অতিথি হিচাপে অহা শ্ৰদ্ধাৰ ব্যক্তিকেইগৰাকীৰ দ্বাৰা প্ৰথমটো নাহৰ পুলি বিদ্যালয়ৰ চৌপাশত ৰোপন কৰা হয়।ইয়াৰ লগতে জুবিন গাৰ্গক সকলোৱে ফুল,ধূপ,বন্তি 101 গছেৰে শ্ৰদ্ধাঞ্জলি জনোৱাঁ হয়।আমন্ত্ৰিত অতিথিক সৰ্ম্বধনা জনোৱা হয়। আৰু জুবিন দাই কৈ যোৱা আৰু ভাল পোৱা মায়াবিনী গীত সকলোৱে সমজোৱাভাৱে গোৱা হয়।অনুষ্ঠানত জিকিৰ অনুষ্ঠান এটাওঁ ৰখোৱা হয় যিহেতু জুবিন দাই জাতি ভাষা নিৰ্বিশেষে অসমখন এক কৰি ৰাখিছিল আৰু আমিওঁ এক হৈ থাকিবলৈ তেখেতৰ আদৰ্শই অনুপ্ৰেৰণা ল'ব লাগিব।ইয়াৰ লগতে আৰু এটা কথা জনাবলৈ পাই আমি সুখী হ'ম আমাৰ এই বৃক্ষৰোপন যাত্ৰা সমাজৰ বহু সহযোগীয়ে বৃহত্তৰভাৱে লক্ষিমপুৰতো আদ্যশ্ৰাদ্ধৰ লগতে শ্ৰদ্ধাঞ্জলি অনুষ্ঠান অনুষ্ঠিত কৰি 10 জোপা বৃক্ষৰোপন কৰি তেখেতৰ প্ৰতি শ্ৰদ্ধা নিবেদিলে।

Address

Nagaon

Website

Alerts

Be the first to know and let us send you an email when জুবিন গাৰ্গ বৃক্ষৰোপন সমাজ অসম posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share

Category