OBC Morcha Nagaon District

OBC Morcha Nagaon District Official Page Of BJP OBC MORCHA
NAGAON DISTRICT

"আকাশী গংগা বিচৰা নাই,নাই বিচৰা স্বৰ্ণ অলংকাৰ;নিষ্ঠুৰ জীৱনৰ সংগ্ৰামত,বিচাৰোঁ মৰমৰ মাত এষাৰ।।আকাশী গংগা বিচৰা নাই",,,,,,,...
08/09/2026

"আকাশী গংগা বিচৰা নাই,
নাই বিচৰা স্বৰ্ণ অলংকাৰ;
নিষ্ঠুৰ জীৱনৰ সংগ্ৰামত,
বিচাৰোঁ মৰমৰ মাত এষাৰ।।
আকাশী গংগা বিচৰা নাই",,,,,,,,,

মানৱদৰদী বিশ্ববৰেণ্য শিল্পী,ভাৰতৰত্ন সুধাকন্ঠ ড০ ভূপেন হাজৰিকাদেৱৰ আজি ১০১ত্বম ওপজা দিন।
ওৰেটো জীৱন অসমীয়া জাতিৰ সাহিত্য-সংস্কৃতিক বিশ্বদৰবাৰত প্ৰতিষ্ঠা কৰাৰ বাবে অহোপুৰুষাৰ্থ প্ৰয়াস কৰা অসমীয়াৰ প্ৰাণৰ শিল্পী গৰাকীৰ ওপজাদিনত তেওঁক শ্ৰদ্ধাৰে সোঁৱৰিছো।
BJP Assam Pradesh
Bjp Obc Morcha Assam Pradesh
Dilip Saikia
Subhash Dutta
Pranab Bora

নগাঁও-বটদ্ৰৱা সমষ্টিৰ মাননীয় বিধায়ক শ্ৰীযুত ৰূপক শৰ্ম্মা ডাঙৰীয়ালৈ লৈ  অন্যান্য পিছপৰা শ্ৰেণী মৰ্চা নগাঁও জিলা তৰফৰ পৰা ...
06/09/2026

নগাঁও-বটদ্ৰৱা সমষ্টিৰ মাননীয় বিধায়ক শ্ৰীযুত ৰূপক শৰ্ম্মা ডাঙৰীয়ালৈ লৈ অন্যান্য পিছপৰা শ্ৰেণী মৰ্চা নগাঁও জিলা তৰফৰ পৰা জন্মদিনৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ।
মা কামাখ্যা আপোনাৰ মঙ্গল কৰক তাৰে কামনা কৰিলোঁ।
Happy Birthday
Rupak Sarmah

বৰেণ্য চিন্তাবিদ, ৰাষ্ট্ৰনেতা তথা ভুতপূৰ্ব ৰাষ্ট্ৰপতি  ড° সৰ্বপল্লী ৰাধাকৃষ্ণণদেৱৰ জন্ম দিৱসত মানব সম্পদ স্ৰষ্টা প্ৰতিগৰ...
05/09/2026

বৰেণ্য চিন্তাবিদ, ৰাষ্ট্ৰনেতা তথা ভুতপূৰ্ব ৰাষ্ট্ৰপতি ড° সৰ্বপল্লী ৰাধাকৃষ্ণণদেৱৰ জন্ম দিৱসত মানব সম্পদ স্ৰষ্টা প্ৰতিগৰাকী শিক্ষাগুৰুলৈ সশ্ৰদ্ধ প্ৰণাম জনাইছোঁ।
🙏🙏🙏

আজি 'ৰাজ্যিক ক্ৰীড়া দিৱস'ৰ বিশেষ দিনটোত অৰ্জুন বঁটাৰে সন্মানিত তথা ১৯৬৬ চনৰ বেংকক এছিয়ান গেমছত স্বৰ্ণ পদক অৰ্জন কৰি প্...
03/09/2026

আজি 'ৰাজ্যিক ক্ৰীড়া দিৱস'ৰ বিশেষ দিনটোত অৰ্জুন বঁটাৰে সন্মানিত তথা ১৯৬৬ চনৰ বেংকক এছিয়ান গেমছত স্বৰ্ণ পদক অৰ্জন কৰি প্ৰথমগৰাকী অসমীয়া খেলুৱৈ হিচাপে ইতিহাস ৰচনা কৰা যশস্বী ক্ৰীড়াবিদ আৰু প্ৰশিক্ষক শ্ৰীযুত ভোগেশ্বৰ বৰুৱাদেৱলৈ জন্মদিনৰ আন্তৰিক শুভেচ্ছা আৰু শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ।

02/09/2026
মহাপুৰুষ শ্ৰীশ্ৰীমাধৱদেৱ গুৰুজনাৰ পবিত্ৰ তিৰোভাৱ তিথিত তেৰাৰ শ্ৰীচৰণত শতকোটি প্ৰণিপাত জনাইছোঁ।Himanta Biswa Sarma Dilip ...
01/09/2026

মহাপুৰুষ শ্ৰীশ্ৰীমাধৱদেৱ গুৰুজনাৰ পবিত্ৰ তিৰোভাৱ তিথিত তেৰাৰ শ্ৰীচৰণত শতকোটি প্ৰণিপাত জনাইছোঁ।

Himanta Biswa Sarma
Dilip Saikia
Subhash Dutta
Pranab Bora

ভাৰতীয় জনতা পাৰ্টি অসম প্ৰদেশৰ সম্পাদক শ্ৰী অভিজিত নাথ ডাঙৰীয়াৰ আজি ওপজা দিনত অন্যান্য পিছপৰা শ্ৰেণী মৰ্চা নগাঁও জিলাৰ...
01/09/2026

ভাৰতীয় জনতা পাৰ্টি অসম প্ৰদেশৰ সম্পাদক শ্ৰী অভিজিত নাথ ডাঙৰীয়াৰ আজি ওপজা দিনত অন্যান্য পিছপৰা শ্ৰেণী মৰ্চা নগাঁও জিলাৰ তৰফৰ পৰা আন্তৰিক শুভেচ্ছা আৰু অভিনন্দন জ্ঞাপন কৰিলো ।
Abhijit Nath

Address

Morikolong
Nagaon
782001

Website

Alerts

Be the first to know and let us send you an email when OBC Morcha Nagaon District posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share