O Mor Aponar Desh অ' মোৰ আপোনাৰ দেশ

  • Home
  • India
  • Nagaon
  • O Mor Aponar Desh অ' মোৰ আপোনাৰ দেশ

O Mor Aponar Desh অ' মোৰ আপোনাৰ দেশ "O Mor Aponar Desh" is a popular song of Assam. Lyric:- Lakshminath Bezbaruah. Recently it was translated to various languages and sung on 17th Nov.2013.

অ’ মোৰ আপোনাৰ দেশ
অ’ মোৰ চিকুণী দেশ
এনেখন শুৱলা, এনেখন সুফলা
এনেখন মৰমৰ দেশ।
অ’ মোৰ সুৰীয়া মাত
অসমৰ সুৱদি মাত
পৃথিৱীৰ ক'তো বিচাৰি জনমটো
নোপোৱা কৰিলেও পাত।
অ’ মোৰ ওপজা ঠাই
অ’ মোৰ অসমী আই
চাই লওঁ এবাৰ মুখনি তোমাৰ
হেঁপাহ মোৰ পলোৱা নাই।

(অসম সাহিত্য সভাই শুধৰণী কৰা "অ’ মোৰ আপোনাৰ দেশ" গীতটি দিয়া হ'ল। অন্তৰাৰ প্ৰথম স্বৰ "নি" বুলি কোৱা হৈছে।)

14/08/2025

Address

Panigaon
Nagaon
NAGAON782001

Website

Alerts

Be the first to know and let us send you an email when O Mor Aponar Desh অ' মোৰ আপোনাৰ দেশ posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Organization

Send a message to O Mor Aponar Desh অ' মোৰ আপোনাৰ দেশ:

Share

Category