Pakhimoria Jamuguri Mandal

Pakhimoria Jamuguri Mandal Official page of BJP Pakhimoria Jamuguri Mandal

13/03/2026
12/03/2026

১৪ মাৰ্চত মাননীয় প্ৰধানমন্ত্ৰী শ্ৰীযুত নৰেন্দ্ৰ মোদী ডাঙৰীয়াই ২২,০০০ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ হ'বলগীয়া গুৱাহাটী-শিলচৰ এক্সপ্ৰেছৱেৰ শিলান্যাস কৰিব।
এই এক্সপ্ৰেছৱেৰ নিৰ্মাণ সম্পূৰ্ণ হোৱাৰ লগে লগে গুৱাহাটীৰ পৰা শিলচৰ মাত্ৰ ৪ ঘন্টাৰ বাট হৈ পৰিব ।

19/02/2026
19/02/2026

আজি দাখিল কৰা বাজেট(লেখানুদান) অনুসৰি লাখপতি বাইদেউক দ্বিতীয় পৰ্যায়ৰ কিস্তি হিচাপে প্ৰদান কৰা হ'ব ২৫ হেজাৰকৈ টকা ।

09/02/2026

গৌৰৱ গগৈৰ চাৰিজনীয়া পৰিয়ালৰ তিনিজনেই বিদেশী নাগৰিক। অসমবাসীৰ বাবে তাতোকৈ দুৰ্ভাগ্যজনক কথা যে অসমৰ ভোটেৰে নিৰ্বাচিত হৈ সাংসদ হোৱা গৌৰৱ গগৈৰ দুয়োটি সন্তান আহোম অথবা হিন্দুও নহয় ।

Address

Ghagarial Gaon
Nagaon
782101

Website

Alerts

Be the first to know and let us send you an email when Pakhimoria Jamuguri Mandal posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share