04/05/2025
শ্ৰদ্ধাৰে,
সেৱা গ্রহণ কৰিব। সমাগত পঞ্চায়ত নির্বাচনত ৬ নং চলচলি হালোৱাগাঁও গাঁও পঞ্চায়তৰ অন্তৰ্গত ৯ নং বাৰ্ডৰ পৰা ৰাইজৰ সমৰ্থিত প্রার্থী হিচাপে মনোনীত হৈ আপোনালোকৰ সেৱাৰ বাবে আগবাঢ়িছো। এই ক্ষেত্ৰত আপোনালোকৰ ইতিবাচক সহাঁৰি পালে আমি কর্ম পথত আগুৱাই যাবলৈ প্রেৰনা পাম।
সেয়ে অহা ইং ৭ মে', ২০২৫ তাৰিখে হ'বলগা পঞ্চায়ত নির্বাচনত ৬ নং চলচলি হালোৱাগাঁও গাঁও পঞ্চায়তৰ অন্তৰ্গত ৯ নং বাৰ্ডৰ পৰা ৰাইজৰ সমৰ্থিত প্রার্থী হিচাপে গাড়ীৰ ছবিত আপোনালোকৰ বহুমূলীয়া ভোটটি প্রদান কৰিবলৈ কৰযোৰে প্ৰাৰ্থনা জনালো।
প্রশান্ত বৰা
৯ নং ৱাৰ্ডৰ সদস্য প্রার্থী