অসম মানৱ কল্যাণ ফাউণ্ডেশ্যন

  • Home
  • India
  • Nagaon
  • অসম মানৱ কল্যাণ ফাউণ্ডেশ্যন

অসম মানৱ কল্যাণ ফাউণ্ডেশ্যন Axom Manav Kalyan Foundation
অসহায়জনক সহায়ৰ উদ্দেশ্য

Bank A/C 42346159884
IFSC Code > SBIN0016523

অসম মানৱ কল্যাণ ফাউণ্ডেশ্যনৰ তৰফৰ পৰা শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছো,আপোনাৰ নামটো সদায় উজ্জ্বল হৈ থাকিব, জয় জুবিন দা।
21/09/2025

অসম মানৱ কল্যাণ ফাউণ্ডেশ্যনৰ তৰফৰ পৰা শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছো,আপোনাৰ নামটো সদায় উজ্জ্বল হৈ থাকিব, জয় জুবিন দা।

Food & Cloth Donation Bank 🏦
28/08/2025

Food & Cloth Donation Bank 🏦

Happy Independence Day    🇮🇳
15/08/2025

Happy Independence Day
🇮🇳

বিনা স্বাৰ্থত বিনা অনুৰোধত বহুতৰ জীৱন সলনি কৰি আছে আপোনালোকে গতিকে আমি সমুহ অসমবাসীক অনুৰোধ জনাইছো আমাৰ Youtube Channel ...
23/07/2025

বিনা স্বাৰ্থত বিনা অনুৰোধত বহুতৰ জীৱন সলনি কৰি আছে আপোনালোকে গতিকে আমি সমুহ অসমবাসীক অনুৰোধ জনাইছো আমাৰ Youtube Channel টোক Subscribe কৰি অসহায়জনক সহায় কৰাত সহযোগ কৰক ধন্যবাদ।

অসহায়জনক সহায় কৰি ভাল পোৱা মানুহজন। তেওঁৰ দৰে আৰু কোনোবা আছে যদি ফটো পঠিয়াই দিব, এইবোৰ Trending ত চলিব লাগে। মানুহ মা...
15/07/2025

অসহায়জনক সহায় কৰি ভাল পোৱা মানুহজন।
তেওঁৰ দৰে আৰু কোনোবা আছে যদি ফটো পঠিয়াই দিব, এইবোৰ Trending ত চলিব লাগে। মানুহ মানুহৰ বাবে।

Happy World Environment Day
05/06/2025

Happy World Environment Day

অসমবাসীৰ বাবে বহুত ভাল খবৰ লৈ আহিছো আপোনাৰ গাড়ীত Car Qr Code লগাই লওক বহুত কামত আহিব। মাত্ৰ ₹299 টকা।
09/05/2025

অসমবাসীৰ বাবে বহুত ভাল খবৰ লৈ আহিছো আপোনাৰ গাড়ীত Car Qr Code লগাই লওক বহুত কামত আহিব। মাত্ৰ ₹299 টকা।

ঈদ মোবাৰক
31/03/2025

ঈদ মোবাৰক


25/02/2025

নিবনুৱাৰ বাবে ভাল খবৰ অতি সোনকালে অসম মানৱ কল্যাণ ফাউণ্ডেশ্যনে বাংগালোৰত 10 হেজাৰ যুৱকক কৰ্ম সংস্থাপনৰ দিবৰ বাবে মনস্ত কৰিছে, সমুহ অসমবাসীক সহায় সহযোগ কৰাৰ বাবে অনুৰোধ জনালো।

14/01/2025
Happy new year 2025
01/01/2025

Happy new year 2025

Address

Nagaon
782001

Telephone

+916000647661

Website

Alerts

Be the first to know and let us send you an email when অসম মানৱ কল্যাণ ফাউণ্ডেশ্যন posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Organization

Send a message to অসম মানৱ কল্যাণ ফাউণ্ডেশ্যন:

Share

Category