BJYM Batadrava Mandal

BJYM Batadrava Mandal Official page of Bharatiya Janata Yuva Morcha, Batadrava Mandal (Youth Wing of BJP)

গৃহ মন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াক আদৰাৰ প্ৰস্তুতি     যুৱ মৰ্চা বটদ্ৰৱা মণ্ডল।।।।
28/12/2025

গৃহ মন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াক আদৰাৰ প্ৰস্তুতি
যুৱ মৰ্চা বটদ্ৰৱা মণ্ডল।।।।

আজি ভাৰত ৰত্ন প্রাক্তন প্রধানমন্ত্রী অটল বিহাৰী বাজপেয়ী ডাঙৰীয়াৰ জন্মবাৰ্ষিকীৰ সৈতে সংগতি ৰাখি দেশজুৰি পালন কৰা 'সুশাসন ...
25/12/2025

আজি ভাৰত ৰত্ন প্রাক্তন প্রধানমন্ত্রী অটল বিহাৰী
বাজপেয়ী ডাঙৰীয়াৰ জন্মবাৰ্ষিকীৰ সৈতে সংগতি ৰাখি দেশজুৰি পালন কৰা 'সুশাসন দিৱস 'নগাঁও- বটদ্ৰৱা বিধানসভা সমষ্টিৰ বটদ্ৰৱা মণ্ডলৰ সভাপতি ৰাজেশ কোঁৱৰ ডাঙৰীয়াৰ সভাপতিত্বত অনুষ্ঠিত হয়।লগতে উপস্থিত থাকে যুৱ মৰ্চা বটদ্ৰৱা মণ্ডলৰ সভাপতি নীলোৎপল শইকীয়া লগতে মণ্ডল যুৱ মৰ্চাৰ সমূহ বিষয়ববীয়া।

ভাৰতীয় জনতা যুৱ মৰ্চা, নগাওঁ জিলাৰ সন্মানীয় সভাপতি শ্ৰীযুত ভাস্কৰ শ‌ইকীয়া ডাঙৰীয়াৰ অনুমোদন মৰ্মে ,ভাৰতীয় জনতা পাৰ্টী...
24/12/2025

ভাৰতীয় জনতা যুৱ মৰ্চা, নগাওঁ জিলাৰ সন্মানীয় সভাপতি শ্ৰীযুত ভাস্কৰ শ‌ইকীয়া ডাঙৰীয়াৰ অনুমোদন মৰ্মে ,ভাৰতীয় জনতা পাৰ্টী বটদ্ৰৱা মণ্ডলৰ সন্মানীয় সভাপতি শ্ৰীযুত ৰাজেশ কোৱাৰ ডাঙৰীয়া,ভাৰতীয় জনতা যুৱ মৰ্চা বটদ্ৰৱা মণ্ডলৰ সন্মানীয় সভাপতি নীলোৎপল শইকীয়া ডাঙৰীয়াই যুৱ মৰ্চাৰ মণ্ডল বিষয়ববীয়া সমিতি খন ঘোষণা কৰে।

09/07/2025

অসমীয়া জনতা সাৱধান হ'বৰ হ'ল

12/06/2025
05/06/2025
23/04/2025

জম্মু-কাশ্মীৰৰ পেহলগামত নিৰীহ পৰ্যটকৰ ওপৰত সন্ত্ৰাসবাদীয়ে চলোৱা বৰ্বৰ আক্ৰমণৰ ঘটনা অতিকৈ নিন্দনীয় আৰু ঘৃণনীয়, এয়া দেশৰ সভ্যতা, ঐক্য আৰু শান্তিৰ ওপৰত কৰা এক নিৰ্মম আঘাত ।
এই বৰ্বৰ ঘটনাৰ প্ৰতিশোধ লাগে ,ইয়াৰ প্ৰতিশোধ ইমান ভয়াবহ হব লাগে যাতে আজিৰ পিছত এনেকুৱা দিন আৰু কেতিয়াও নাহে , সন্ত্ৰাস বাদৰ লগত জৰিত প্ৰতিজনকে ভয়ানক শাস্তি প্ৰদান কৰিবলৈ ভাৰত চৰকাৰক অনুৰোধ জনালোঁ।
সন্ত্ৰাস বাদিৰ আক্ৰমণত নিহত হোৱা সকলৰ আত্মাৰ চিৰ শান্তি কামনা কৰাৰ লগতে আহত সকলৰ আঁশু আৰোগ্য কামনা কৰিলো। 🙏🙏
Narendra Modi
Amit Shah

Address

Nagaon/Dhing Road , Raidongia
Nagaon
782002

Website

Alerts

Be the first to know and let us send you an email when BJYM Batadrava Mandal posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share