Barapujia

Barapujia Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from Barapujia, Landmark & historical place, Nagaon Morigaon Road, Nagaon.

বাৰপূজীয়াৰ সুযোগ্য সন্তান, ১৯৪২ৰ বীৰ শ্বহীদ তিলক ডেকালৈ শ্ৰদ্ধাঞ্জলি।দেশৰ স্বাধীনতাৰ বাবে তেওঁৰ অমৰ ত্যাগ আৰু সাহসক শতক...
28/08/2026

বাৰপূজীয়াৰ সুযোগ্য সন্তান, ১৯৪২ৰ বীৰ শ্বহীদ তিলক ডেকালৈ শ্ৰদ্ধাঞ্জলি।
দেশৰ স্বাধীনতাৰ বাবে তেওঁৰ অমৰ ত্যাগ আৰু সাহসক শতকোটি প্ৰণাম। 🇮🇳🙏

Tribute to Veer Shaheed Tilak Deka, the proud son of Barapujia and a martyr of the 1942 freedom struggle.
We salute his immortal sacrifice and courage for the freedom of our nation. 🇮🇳🙏

🇮🇳🙏

26/08/2026
🎯🏆 প্ৰাইজমানি একক কেৰম প্ৰতিযোগিতা ২০২৬ 🏆🎯কেৰমপ্ৰেমী সকলোৰে বাবে এক সুন্দৰ সুযোগ! ❤️বাৰপূজীয়া আঞ্চলিক কেৰম সংস্থাৰ সৌজন্...
21/08/2026

🎯🏆 প্ৰাইজমানি একক কেৰম প্ৰতিযোগিতা ২০২৬ 🏆🎯

কেৰমপ্ৰেমী সকলোৰে বাবে এক সুন্দৰ সুযোগ! ❤️

বাৰপূজীয়া আঞ্চলিক কেৰম সংস্থাৰ সৌজন্যত প্ৰয়াত দেৱব্ৰত ডেকাৰ সৌৰবৰত আয়োজন কৰা হৈছে প্ৰাইজমানি একক কেৰম প্ৰতিযোগিতা।

📅 তাৰিখ: ২৯ আগষ্ট, ২০২৬ (শনিবাৰ)
⏰ সময়: পুৱা ৯ বজাৰ পৰা
📍 স্থান: কপিলী উন্নয়ন খণ্ড সভাগৃহ, বাৰপূজীয়া

🏆 পুৰস্কাৰসমূহ:
🥇 প্ৰথম — ₹৭,০০০ + ট্ৰফী + মানপত্ৰ
🥈 দ্বিতীয় — ₹৫,০০০ + ট্ৰফী + মানপত্ৰ
🥉 তৃতীয় — ₹৩,০০০ + ট্ৰফী + মানপত্ৰ

🎯 প্ৰতিযোগিতাখন উপভোগ কৰিবলৈ আৰু প্ৰতিযোগীসকলক উৎসাহিত কৰিবলৈ সকলোকে সাদৰ নিমন্ত্ৰণ।

📞 যোগাযোগ: 7099809080 | 8638725868 | 7896427067 | 7399782824

আহক, প্ৰতিভাবান কেৰম খেলুৱৈসকলক উৎসাহিত কৰোঁ আৰু এই সুন্দৰ আয়োজনটি সফল কৰি তোলোঁ। 🙏❤️

#ক্ৰীড়া #কেৰম_প্ৰতিযোগিতা

🎭 সংস্কৃতিৰ শিপা মজবুত কৰক, নতুন প্ৰজন্মক ঐতিহ্যৰ সৈতে সংযোগ কৰক। 🌿শাৰঙ্গপাণি সত্ৰীয়া নৃত্য প্ৰশিক্ষণ কেন্দ্ৰত সত্ৰীয়া ন...
24/07/2026

🎭 সংস্কৃতিৰ শিপা মজবুত কৰক, নতুন প্ৰজন্মক ঐতিহ্যৰ সৈতে সংযোগ কৰক। 🌿

শাৰঙ্গপাণি সত্ৰীয়া নৃত্য প্ৰশিক্ষণ কেন্দ্ৰত সত্ৰীয়া নৃত্য, পাঠ্যক্ৰম, কৰ্মশালা, খেল আৰু বৰগীত আদি শিকাৰ সুবৰ্ণ সুযোগ।

আপোনাৰ সন্তানৰ সৃষ্টিশীলতা, শৃংখলা আৰু সাংস্কৃতিক মূল্যবোধ গঢ়ি তোলাৰ বাবে আজিয়েই নামভৰ্তি কৰক।

📍 স্থান: বাৰপুজীয়া, মৰিগাঁও, অসম
📞 যোগাযোগ: 8011589060 / 7002256133

জয় গুৰু শংকৰ। 🙏




Address

Nagaon Morigaon Road
Nagaon
782103

Website

Alerts

Be the first to know and let us send you an email when Barapujia posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share