Nandi’s Fan

Nandi’s Fan Vice President Of Kaliabor District BJP

Joining program
05/04/2024

Joining program

CM Pragram
11/03/2024

CM Pragram

নৱগঠিত কাজিৰঙা লোকসভা সমষ্টিৰ ভাৰতীয় জনতা পাৰ্টি আৰু মিত্ৰজোঁটৰ মনোনীত প্ৰাৰ্থী কামাখ্যা প্ৰসাদ তাছা ডাঙৰীয়া আজি বিয়লি অ...
10/03/2024

নৱগঠিত কাজিৰঙা লোকসভা সমষ্টিৰ ভাৰতীয় জনতা পাৰ্টি আৰু মিত্ৰজোঁটৰ মনোনীত প্ৰাৰ্থী কামাখ্যা প্ৰসাদ তাছা ডাঙৰীয়া আজি বিয়লি অসম গণ পৰিষদৰ কলিয়াবৰ জিলা কাৰ্যালয়ত উপস্থিত হয় । অগপৰ কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক মণি মাধৱ মহন্ত দেৱৰ লগতে অগপ আৰু বিজেপি মিত্ৰজোঁটৰ কলিয়াবৰ জিলাৰ বিষয়ববীয়া সকলে তেখেতক উষ্ণ আদৰঁণি জনায় । তাৰ পিছতেই পূৱ কলিয়াবৰ মণ্ডল বিজেপিৰ উদ্যোগত আয়োজিত সভাত তেখেতক সম্বৰ্ধনা জনোৱা হয় । উক্ত অনুষ্ঠানত বিজেপিৰ ৰাষ্ট্ৰীয় সাংগঠনিক সাধাৰণ সম্পাদক জী. আৰ. ৰৱীন্দ্ৰ ৰাজু জী আৰু অসম প্ৰদেশ বিজেপিৰ সাধাৰণ সম্পাদক দিপ্লু ৰঞ্জন শৰ্মা ডাঙৰীয়া উপস্থিত থাকে ।

07/03/2024
28/02/2024
26/02/2024

Address

Nagaon

Telephone

+919101482195

Website

Alerts

Be the first to know and let us send you an email when Nandi’s Fan posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Organization

Send a message to Nandi’s Fan:

Share