Batadrava Assembly youth Congress committee.

Batadrava Assembly youth Congress committee. Batadrava Assembly Youth Congress Committee.

Congratulations Nurul Amin Dada
02/04/2025

Congratulations Nurul Amin Dada

সকলো ইছলাম ধৰ্মী ভাই বন্ধু তথা সমূহ ৰাইজলৈ  ঈদ-উল-ফিতৰৰ শুভেচ্ছা জনালোঁ।
30/03/2025

সকলো ইছলাম ধৰ্মী ভাই বন্ধু তথা সমূহ ৰাইজলৈ ঈদ-উল-ফিতৰৰ শুভেচ্ছা জনালোঁ।

Batadrava Assembly youth Congress committee. Sibamoni Bora Gaurav Gogoi Rahul Gandhi Ji Zubair Anam Srinivas BV
14/03/2025

Batadrava Assembly youth Congress committee.
Sibamoni Bora Gaurav Gogoi Rahul Gandhi Ji Zubair Anam Srinivas BV

03/03/2025
আজি বটদ্ৰবা বিধানসভা সমষ্টিৰ সন্মানীয়া বিধায়িকা, আমাৰ সকলোৰে মৰমৰ,শিবামনি বৰা ডাঙৰীয়ানীৰ জন্মদিন উপলক্ষে ধিং ব্লক কংগ্...
16/02/2025

আজি বটদ্ৰবা বিধানসভা সমষ্টিৰ সন্মানীয়া বিধায়িকা, আমাৰ সকলোৰে মৰমৰ,শিবামনি বৰা ডাঙৰীয়ানীৰ জন্মদিন উপলক্ষে ধিং ব্লক কংগ্ৰেছ, বটদ্ৰবা সমষ্টি যুৱ কংগ্ৰেছ, এনে এছ ইউ আইৰ সহযোগত গছ পুলি ৰূপণ কৰা হয় আৰু ধিং অসামৰিক সিকিৎসালয়ত সিকিৎসাধীন হৈ থকা ৰোগী সকলৰ মাজত ফল মূল আৰু খাদ্য বিতৰণ কৰা হয়।

বটদ্ৰবা সমষ্টি যুৱ কংগ্ৰেছ কমিটীৰ তৰফৰ পৰা সকলোকে গণৰাজ্য দিৱসৰ শুভেচ্ছা জনালোঁ।
26/01/2025

বটদ্ৰবা সমষ্টি যুৱ কংগ্ৰেছ কমিটীৰ তৰফৰ পৰা সকলোকে গণৰাজ্য দিৱসৰ শুভেচ্ছা জনালোঁ।

“শুভ দীপাৱলীৰ শুভেচ্ছা! চাকি আৰু দীপৰ পোহৰে আপোনাৰ জীৱনক সকলো দুখ, অন্ধকাৰৰ পৰা আঁতৰাই সুখ, শান্তি আৰু আনন্দৰ বাটেৰে আগব...
31/10/2024

“শুভ দীপাৱলীৰ শুভেচ্ছা! চাকি আৰু দীপৰ পোহৰে আপোনাৰ জীৱনক সকলো দুখ, অন্ধকাৰৰ পৰা আঁতৰাই সুখ, শান্তি আৰু আনন্দৰ বাটেৰে আগবঢ়াওক।”
শুভ দীপাৱলী।।

20/10/2024

At Rupahihat

সমূহ ইছলামধৰ্মী ৰাইজলৈ পৱিত্ৰ ঈদ উল আজহাৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ। ঈদ মোবাৰক...
17/06/2024

সমূহ ইছলামধৰ্মী ৰাইজলৈ পৱিত্ৰ ঈদ উল আজহাৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ।

ঈদ মোবাৰক...

বৰ্ষীয়ান কংগ্ৰেছ নেতা, প্ৰাক্তন ভাৰতীয় প্ৰশাসনিক বিষয়া, তেজপুৰৰ প্ৰাক্তন সাংসদ ঈশ্বৰ প্ৰসন্ন হাজৰিকা দেৱৰ জীৱনাৱসানত ...
13/05/2024

বৰ্ষীয়ান কংগ্ৰেছ নেতা, প্ৰাক্তন ভাৰতীয় প্ৰশাসনিক বিষয়া, তেজপুৰৰ প্ৰাক্তন সাংসদ ঈশ্বৰ প্ৰসন্ন হাজৰিকা দেৱৰ জীৱনাৱসানত আমি ব্যথিত, মৰ্মাহত, শোকস্তব্ধ !
হাজৰিকা দেৱৰ বিদেহ আত্মাৰ সদ্গতিৰ বাবে ঈশ্বৰৰ শ্ৰীচৰণত প্ৰাৰ্থনা জনোৱাৰ লগতে পৰিয়াল বৰ্গলৈ সমবেদনা জ্ঞাপন কৰিছোঁ !

Address

Batadrava
Nagaon
782122

Telephone

9706856764

Alerts

Be the first to know and let us send you an email when Batadrava Assembly youth Congress committee. posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Organization

Send a message to Batadrava Assembly youth Congress committee.:

Share