25/07/2026
মাননীয় প্ৰধানমন্ত্ৰী শ্ৰীযুত নৰেন্দ্ৰ মোদী ডাঙৰীয়াই দেশৰ ছাত্ৰ-ছাত্ৰীসকলৰ সুৰক্ষিত ভৱিষ্যৎ নিশ্চিত কৰাৰ লক্ষ্যৰে গ্ৰহণ কৰা এই গুৰুত্বপূৰ্ণ সিদ্ধান্তক আন্তৰিকভাৱে আদৰণি জনাইছোঁ আৰু তেখেতলৈ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ।
ছাত্ৰ-ছাত্ৰীসকলেই দেশৰ অমূল্য সম্পদ। তেওঁলোকৰ সুৰক্ষা, ন্যায়সংগত সুযোগ আৰু উজ্জ্বল ভৱিষ্যৎ নিশ্চিত কৰাটো এখন শক্তিশালী ভাৰত গঢ়াৰ অন্যতম ভেটি। মাননীয় প্ৰধানমন্ত্ৰী শ্ৰীযুত নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বাধীন ভাৰত চৰকাৰে শিক্ষাৰ্থীসকলৰ অধিকাৰ, সুৰক্ষা আৰু স্বচ্ছ শিক্ষাব্যৱস্থা নিশ্চিত কৰাৰ বাবে দৃঢ়তাৰে কাম কৰি আহিছে আৰু আগলৈও একেই নিষ্ঠাৰে কাম কৰি যাব। 🇮🇳
Narendra Modi
PMO India