ছাত্ৰ যুৱ সংগ্ৰাম সমিতি নগাওঁ CYSS Nagaon

  • Home
  • India
  • Nagaon
  • ছাত্ৰ যুৱ সংগ্ৰাম সমিতি নগাওঁ CYSS Nagaon

ছাত্ৰ যুৱ সংগ্ৰাম সমিতি নগাওঁ CYSS Nagaon Students Wing Of Aam Aadmi Party (AAP). Student's font for SWARAJ. Dedicated to Fight all forms of Corruption in the campuses as well as in the Society.

Your Choice, Your Voice

28/10/2024

Amlokhi panchayat | samugury LAC

21/10/2022
আজি আম আদমি পাৰ্টী নগাঁও জিলা সমিতিয়ে বাওঁ গণতান্ত্ৰিক ঐক্য মঞ্চৰ সৈতে নগাওঁ মহাবিদ্যালয়ৰ সমীপত নাগৰিকত্ব সংশোধনী আইন প্...
18/11/2020

আজি আম আদমি পাৰ্টী নগাঁও জিলা সমিতিয়ে বাওঁ গণতান্ত্ৰিক ঐক্য মঞ্চৰ সৈতে নগাওঁ মহাবিদ্যালয়ৰ সমীপত নাগৰিকত্ব সংশোধনী আইন প্ৰত্যাহাৰৰ দাবীত ও নতুন কৃষি আইন, ৰাষ্ট্রীয় সম্পদৰ ব্যক্তিগতকৰণ, অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধি আদিৰ প্ৰতিবাদত এটি বিক্ষোভ কাৰ্য্যসূচী গ্ৰহণ কৰে।

প্ৰতিশ্ৰুতি দিয়াৰ নিচিনাকৈ বছৰি দুই কোটি চাকৰি দিয়াৰ ব্যৱস্থা কৰক । চাকৰি হ'লে মন্দিৰ মছজিদ ৰাইজে নিজেই বনাই ল'ব।  ১৭ ...
17/09/2020

প্ৰতিশ্ৰুতি দিয়াৰ নিচিনাকৈ বছৰি দুই কোটি চাকৰি দিয়াৰ ব্যৱস্থা কৰক । চাকৰি হ'লে মন্দিৰ মছজিদ ৰাইজে নিজেই বনাই ল'ব।
১৭ চেপ্তেম্বৰ।
ৰাষ্ট্ৰীয় নিবনুৱা দিৱস।

10/09/2020

যেতিয়া ভাৰতৰ প্ৰতিটি শিশুৱে ভাল শিক্ষা লাভ কৰিব,
তেতিয়াই অমৰ তিৰংঙ্গা আকাশত গৌৰৱেৰে উৰিব।

যেতিয়া ভাৰতৰ প্ৰতিজন মানুহে ভাল চিকিৎসা লাভ কৰিব,
তেতিয়াই অমৰ তিৰংঙ্গা আকাশত গৌৰৱেৰে উৰিব।

যেতিয়া সুৰক্ষা তথা সন্মান, মহিলাসকলৰ মাজত আত্মবিশ্বাস জগাব,
তেতিয়াই অমৰ তিৰংঙ্গা আকাশত গৌৰৱেৰে উৰিব।

যেতিয়া প্ৰতিজন যুৱকৰ কপালৰ পৰা নিবনুৱাৰ দাগ নাইকীয়া হ'ব,
তেতিয়াই অমৰ তিৰংঙ্গা আকাশত গৌৰৱেৰে উৰিব।

যেতিয়া প্ৰতিজন ভাৰতীয়ই জীৱনৰ মৌলিক সুবিধা লাভ কৰিব,
যেতিয়া জাতি-ধৰ্ম পৰিহাৰ কৰি প্ৰতিজন ভাৰতীয়ই কেৱল ভাৰতক আগুৱাই লৈ যাব,
তেতিয়াই অমৰ তিৰংঙ্গা আকাশত গৌৰৱেৰে উৰিব।

বন্ধুসকল, এয়াই হৈছে নতুন ৰাজনীতি;
কেজৰীৱালৰ মূল্যবোধৰ ৰাজনীতি।

আজি CYSS অসমৰ যুটীয়া সম্পাদক চবিৰ হুছেইনে আম আদমি পাৰ্টীৰ অসমৰ ৰাষ্ট্ৰীয় পৰ্যৱেক্ষক শ্ৰী ৰাজেশ শৰ্মা ডাঙৰীয়াৰ সৈতে সাক্ষ...
02/09/2020

আজি CYSS অসমৰ যুটীয়া সম্পাদক চবিৰ হুছেইনে আম আদমি পাৰ্টীৰ অসমৰ ৰাষ্ট্ৰীয় পৰ্যৱেক্ষক শ্ৰী ৰাজেশ শৰ্মা ডাঙৰীয়াৰ সৈতে সাক্ষাৎ কৰা আৰু সম্বৰ্ধনা জনাই থকা সময়ত...

বহু কালজয়ী গীতেৰে অসমীয়া সংগীতৰ জগতখন সমৃদ্ধ কৰা জনসাধাৰণৰ আদৰৰ প্ৰবিণ শিল্পী শ্ৰী অৰ্চনা মহন্ত ডাঙৰীয়ানীৰ বিয়োগে শো...
27/08/2020

বহু কালজয়ী গীতেৰে অসমীয়া সংগীতৰ জগতখন সমৃদ্ধ কৰা জনসাধাৰণৰ আদৰৰ প্ৰবিণ শিল্পী শ্ৰী অৰ্চনা মহন্ত ডাঙৰীয়ানীৰ বিয়োগে শোকাহত কৰিছে ৷ ৰাজ্যখনৰ সাংস্কৃতিক জগতখনৰ বাবে এয়া এক অপূৰণীয় ক্ষতি ৷

শ্ৰদ্ধাৰ কণ্ঠশিল্পীগৰাকীৰ বিদেহী আত্মাৰ সদগতি কামনা কৰিলোঁ ৷ 🙏

Address

Nagaon
782001

Telephone

+917002458976

Website

Alerts

Be the first to know and let us send you an email when ছাত্ৰ যুৱ সংগ্ৰাম সমিতি নগাওঁ CYSS Nagaon posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share