OBC Marcha Khagarijan Mandal

OBC Marcha Khagarijan Mandal Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from OBC Marcha Khagarijan Mandal, Political Party, Nagaon.

27/07/2024
OBC মৰ্চা খাগৰি জান মণ্ডলৰ উদ্যোগত জন সংযোগ অভিজানৰ কাৰ্যসূচী।
01/07/2023

OBC মৰ্চা খাগৰি জান মণ্ডলৰ উদ্যোগত জন সংযোগ অভিজানৰ কাৰ্যসূচী।

OBC মৰ্চা খাগৰি জান মণ্ডলৰ সহযোগত সভাপতি তপন বৰুৱাৰ দ্বাৰা কিৰ্তি ছাত্ৰ -ছাত্ৰীক সম্বৰ্ধনা জনোৱা হয়
11/06/2023

OBC মৰ্চা খাগৰি জান মণ্ডলৰ সহযোগত সভাপতি তপন বৰুৱাৰ দ্বাৰা কিৰ্তি ছাত্ৰ -ছাত্ৰীক সম্বৰ্ধনা জনোৱা হয়

আজি 6/6/2023 তাৰিখে গুৱাহাটীৰ বশিষ্ঠ স্থিত অসম ৰাজ্যিক বিজেপিৰ মুখ্য  কাৰ্যালয়ত অনুষ্ঠিত 'অসম ৰাজ্যিক বিজেপি অবিচি মৰ্চা...
07/06/2023

আজি 6/6/2023 তাৰিখে গুৱাহাটীৰ বশিষ্ঠ স্থিত অসম ৰাজ্যিক বিজেপিৰ মুখ্য কাৰ্যালয়ত অনুষ্ঠিত 'অসম ৰাজ্যিক বিজেপি অবিচি মৰ্চাৰ' এখন অতি গুৰুত্বপূৰ্ণ 'সাংগঠনিক সভা'ত উপস্থিত থাকি মৰ্চা আৰু দলৰ মাৰ্গদৰ্শন কৰো ! অবিচি মৰ্চাৰ ৰাজ্যিক সভাপতি শ্ৰী যুত অশ্বিনী ৰয় চৰকাৰ ডাঙৰীয়া, ৰাষ্ট্ৰীয় প্ৰভাৰী শ্ৰী যুত বিশাল টেণ্ডন ডাঙৰীয়া, ৰাজ্যিক বিজেপিৰ উপসভাপতি শ্ৰী যুত অজয় কোৱঁৰ ডাঙৰীয়া, মৰ্চাৰ ৰাজ্যিক বিষয়বৱীয়া সকল, অসমৰ ৩৯ খন সাংগঠনিক জিলাৰ সন্মানীয় অবিচি মৰ্চাৰ সভাপতি সকল, অসমৰ প্ৰতিখন জিলাৰ পৰা অহা প্ৰায় ৩০০ জন মণ্ডল সভাপতিৰ উপস্থিতিত এখন চিৰস্মৰনীয় সভাত উপস্থিত থাকিবলৈ পায় বহুত আনন্দিত হৈছো । নগাওঁ সাংগঠনিক জিলাৰ অবিচি মৰ্চাৰ মাননীয় সভাপতি শ্ৰী যুত মৃদুল বৰা ডাঙৰীয়া, সাঃ সম্পাদক শ্ৰী যুত ৰাতুল বৰা ডাঙৰীয়াৰ নেতৃত্বত আজিৰ এই যাত্ৰা স্মৰনীয় হৈ ৰল 🙏

বিশ্ব পৰিবেশ দিৱসৰ উপলক্ষে ৫/৬/২৩ তাৰিখে আজি BJP OBC মৰ্চা, খাগৰি জান মণ্ডলৰ সহযোগত খুটিকটীয়া জাতীয় বিদ্যালয় আৰু নামঘ...
05/06/2023

বিশ্ব পৰিবেশ দিৱসৰ উপলক্ষে ৫/৬/২৩ তাৰিখে আজি BJP OBC মৰ্চা, খাগৰি জান মণ্ডলৰ সহযোগত খুটিকটীয়া জাতীয় বিদ্যালয় আৰু নামঘৰৰ প্ৰাংগনত বৃক্ষৰোপণ কৰা হয়।।

আজি ২৮/৫/২৩তাৰিখে নৱ-আস্থাৰ উদ্যোগত এডোট্ৰাষ্টৰ সহায়ত শেণচোৱা অমৰ বৰকাকতি বিদ্যালয়ত এটি বিনামূলীয়া চকুৰ চিকিৎসা শিবিৰ...
28/05/2023

আজি ২৮/৫/২৩তাৰিখে নৱ-আস্থাৰ উদ্যোগত এডোট্ৰাষ্টৰ সহায়ত শেণচোৱা অমৰ বৰকাকতি বিদ্যালয়ত এটি বিনামূলীয়া চকুৰ চিকিৎসা শিবিৰ আয়োজন কৰা হয়।।

অ.বি.চি.মৰ্চা, খাগৰিজান মণ্ডলৰ উদ্যোগত গাওঁৱে গাওঁৱে যাওঁ,ঘৰে ঘৰে যাওঁ, অনুষ্ঠানৰ সময়ত। উক্ত অনুষ্ঠানত মৰ্চাৰ সভাপতি তৰ...
10/04/2023

অ.বি.চি.মৰ্চা, খাগৰিজান মণ্ডলৰ উদ্যোগত গাওঁৱে গাওঁৱে যাওঁ,ঘৰে ঘৰে যাওঁ, অনুষ্ঠানৰ সময়ত। উক্ত অনুষ্ঠানত মৰ্চাৰ সভাপতি তৰ্পণ বৰুৱা, খাগৰিজান মণ্ডলৰ সভাপতি হৰিস্বৰন ডেকা, সাধাৰণ সম্পাদক ৰাজেশ কোঁৱৰ আৰু মৰ্চাৰ সদস্য সদস্যা সকল উপস্থিত থাকে।।

10/04/2023

অ.বি.চি.মৰ্চা, খাগৰি জান মণ্ডলৰ উদ্যোগত গাওঁৱে গাওঁৱে যাওঁ,যৰে যৰে যাওঁ অনুষ্ঠানৰ সময়ত। উক্ত অনুষ্ঠানত মৰ্চাৰ সভাপতি তপন বৰুৱা, খাগৰিজান মণ্ডলৰ সভাপতি হৰিচৰণ ডেকা, সাধাৰণ সম্পাদক ৰাজেশ কোঁৱৰ আৰু মৰ্চাৰ সদস্য সদস্যা সকল উপস্থিত থাকে।।

Address

Nagaon

Website

Alerts

Be the first to know and let us send you an email when OBC Marcha Khagarijan Mandal posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share