সতী জয়মতী স্মৃতি দিৱস উদযাপন সমিতি

  • Home
  • India
  • Nagaon
  • সতী জয়মতী স্মৃতি দিৱস উদযাপন সমিতি

সতী জয়মতী স্মৃতি দিৱস উদযাপন সমিতি সতী জয়মতী স্মৃতিদিৱস উদযাপন সমিতি

স্মৃতিগ্ৰন্থ
15/04/2026

স্মৃতিগ্ৰন্থ

15/04/2026
24/03/2026

দেশপ্ৰেম আৰু ত্যাগৰ এক অমৰ গাঁথা— মহাসতী জয়মতী। 🚩
অসমীয়া জাতিৰ স্বাভিমান আৰু সাহসৰ প্ৰতীক সতী জয়মতী কুঁৱৰীৰ স্মৃতি দিৱস উপলক্ষে অহা ২৭ মাৰ্চত নগাঁৱৰ কচুলুখোৱা ৰাস পথাৰত আয়োজন কৰা হৈছে এক বিশেষ কাৰ্যসূচী। দিনজোৰা বিভিন্ন প্ৰতিযোগিতাৰ লগতে সন্ধিয়াৰ মুখ্য আকৰ্ষণ হিচাপে থাকিব ঐতিহাসিক নাট 'সতী জয়মতী'।
আহক, আমি সকলোৱে মিলি সতীগৰাকীক শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰোঁ। আপোনালোকৰ উপস্থিতি আমাৰ বাবে গৌৰৱৰ বিষয় হ’ব।

Address

Kachalukhowa Rakh Field
Nagaon
782001

Website

Alerts

Be the first to know and let us send you an email when সতী জয়মতী স্মৃতি দিৱস উদযাপন সমিতি posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share

Category