Jakhalabandha Gaon Panchayat

Jakhalabandha Gaon Panchayat Jakhalabandha Gaon Panchayat

25/12/2025
25/12/2025

বৰ অসমৰ স্রষ্টা স্বর্গদেউ চাওলুং ছ্যু-কা-ফাই সুদৃঢ় নেতৃত্বৰ জৰিয়তে এক উমৈহতীয়া ৰাজনৈতিক আৰু সাংস্কৃতিক গাঁথনি গঢ়ি তুলিছিল। তেখেতৰ গৌৰৱময় ঐতিহ্যক সংৰক্ষণ আৰু প্ৰসাৰৰ বাবে আমি প্ৰতিমূৰ্তি স্থাপনৰ পৰা তেওঁৰ নামত বিশ্ববিদ্যালয় প্ৰতিষ্ঠাৰ দিশত কাম কৰি আছোঁ৷ এই ধাৰাবাহিকতাৰে কালি মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াকো তেখেতৰ এটি সুদৃশ্য প্ৰতিমূৰ্তি আগবঢ়োৱাৰ ক্ষণটি আছিল আমাৰ বাবে বিশেষ৷

25/12/2025

विश्व मंच पर भारत की प्रतिष्ठा को नई ऊंचाइयों पर पहुंचाने वाले भारत रत्न, पूर्व प्रधानमंत्री श्री अटल बिहारी वाजपेयी जी की जयंती पर भारतीय रेल की ओर से सादर नमन। सुशासन, राष्ट्रनिर्माण और लोककल्याण के उनके विचार आज भी जन-जन के लिए प्रेरणास्रोत हैं।

25/12/2025

সৃষ্টিশীল সাহিত্য চৰ্চাৰ বাবে অনুপ্ৰেৰণা যোগোৱাৰ লক্ষ্যৰে 'গ্ৰন্থবৰ্ষ ২০২৫' পদক্ষেপৰ অংশস্বৰূপে আজি মাননীয় মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ৰাজ্যৰ ৮১৮ গৰাকী যুৱ লেখক-লেখিকাক ২৫ হাজাৰ টকাকৈ আৰ্থিক অনুদানেৰে 'যুৱ লেখক সন্মান' আগবঢ়ায়। আজি সন্মান লাভ কৰা প্ৰতিগৰাকী প্ৰতিভাবান লেখক-লেখিকাক মই আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ।

সকলোৱে স্বকীয় শৈলীৰে সাহিত্য চৰ্চা অব্যাহত ৰাখক তথা আমাৰ সাহিত্য জগতলৈ অৱদান আগবঢ়াই যাওক, তাৰ বাবে শুভেচ্ছা জ্ঞাপন কৰিছোঁ।

25/12/2025
সুন্দৰ পদক্ষেপ
06/12/2025

সুন্দৰ পদক্ষেপ

Address

Nagaon
782136

Telephone

+919954347514

Website

Alerts

Be the first to know and let us send you an email when Jakhalabandha Gaon Panchayat posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Organization

Send a message to Jakhalabandha Gaon Panchayat:

Share