ACMS Nagaon Branch

ACMS Nagaon Branch Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from ACMS Nagaon Branch, Social service, Nagaon.

17/02/2023

लिंगि तना जोरो तना....Mundari song

অসম চাহ মজদুৰ সংঘ, নগাঁও শাখাৰ নৱ-নিৰ্বাচিত সভাপতি/সম্পাদক ও বিষয়-ববীয়া সকলক লুংচুং চাহ বাগিছা ইউনিট কমিটীৰ উদ্যোগত আৰ...
17/02/2022

অসম চাহ মজদুৰ সংঘ, নগাঁও শাখাৰ নৱ-নিৰ্বাচিত সভাপতি/সম্পাদক ও বিষয়-ববীয়া সকলক লুংচুং চাহ বাগিছা ইউনিট কমিটীৰ উদ্যোগত আৰু সমূহ চাহ- শ্ৰমিক ৰাইজৰ সহযোগত উষ্ম আদৰণী জনোৱাৰ কিছু স্থিৰ ছবি ।।। অসম চাহ মজদুৰ সংঘ জিন্দাৱাদ ।।।🙏🙏🙏

অসম চাহ মজদুৰ সংঘ, নগাঁও শাখাৰ কাৰ্যালয়ত যোৱা ইং-১১/০২/২০২২ তাৰিখ শুক্ৰবাৰে অনুষ্ঠিত হোৱা নগাঁও শাখা সংঘৰ ২৩তম ত্ৰি-বাৰ...
16/02/2022

অসম চাহ মজদুৰ সংঘ, নগাঁও শাখাৰ কাৰ্যালয়ত যোৱা ইং-১১/০২/২০২২ তাৰিখ শুক্ৰবাৰে অনুষ্ঠিত হোৱা নগাঁও শাখা সংঘৰ ২৩তম ত্ৰি-বাৰ্ষিক অধিৱেশনত নতুনকৈ কাৰ্য্যভাৰ চলাই যাৱলৈ নৱ-নিৰ্বাচিত সভাপতি শ্ৰীযুত সুকদেৱ নায়ক আৰু সম্পাদক হিচাপে শ্ৰীযুত পৱিত্ৰ কুজুৰ দেৱক বিপুল ভোটত ভোট দি জয়যুক্ত কৰাৰ বাবে ম‌ই নগাঁও শাখা সংঘৰ সকলো সন্মানীয় সাধাৰণ পৰিষদৰ সদস্য-সদস্যা সকলক আৰু সমূহ চাহ শ্ৰমিক ৰাইজলৈ আন্তৰিক প্ৰীতি ও শুভেচ্ছা জনালোঁ ।।। অসম চাহ মজদুৰ সংঘ, জিন্দাৱাদ
শ্ৰীযুত পৱন সিং ঘাটোৱাৰ জিন্দাৱাদ,,, শ্ৰীযুত ৰূপেও গোৱালা জিন্দাৱাদ ।।।

অসম চাহ মজদুৰ সংঘ, নগাঁও শাখাৰ কাৰ্যালয়ত অনুষ্ঠিত হোৱা নগাঁও শাখা সংঘৰ ২৩তম ত্ৰি-বাৰ্ষিক অধিৱেশন ও নিৰ্ৱাচনৰ কিছু দৃশ্য...
16/02/2022

অসম চাহ মজদুৰ সংঘ, নগাঁও শাখাৰ কাৰ্যালয়ত অনুষ্ঠিত হোৱা নগাঁও শাখা সংঘৰ ২৩তম ত্ৰি-বাৰ্ষিক অধিৱেশন ও নিৰ্ৱাচনৰ কিছু দৃশ্য ।।। অসম চাহ মজদুৰ সংঘ, জিন্দাৱাদ ।।।

Address

Nagaon
782003

Website

Alerts

Be the first to know and let us send you an email when ACMS Nagaon Branch posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share

Category