BMMU Lawkhowa

BMMU Lawkhowa This is the official page of BMMU, Lawkhowa

খণ্ড অভিযান পৰিচালনা শাখা লাওঁখোৱাৰ বিভিন্ন গাওঁ পঞ্চায়তৰ বিভিন্ন স্থানত  মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান ৰ প্ৰ পত্ৰ...
03/03/2024

খণ্ড অভিযান পৰিচালনা শাখা লাওঁখোৱাৰ বিভিন্ন গাওঁ পঞ্চায়তৰ বিভিন্ন স্থানত মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান ৰ প্ৰ পত্ৰ জমা লোৱাৰ কিছু মূহুত

এন.আৰ.ই.টি.পি.-ৰ অধীনত মহিলা মালিকানাধীন উদ্যোগ আৰু সমৰ্থিত পুঁজিৰ  উদযাপন কৰা হয়।Celebrating Udyamita Vikas Pakhwada of...
08/07/2022

এন.আৰ.ই.টি.পি.-ৰ অধীনত মহিলা মালিকানাধীন উদ্যোগ আৰু সমৰ্থিত পুঁজিৰ উদযাপন কৰা হয়।

Celebrating Udyamita Vikas Pakhwada of women owned enterprises and supported fund under NRETP.


17/05/2022

BMMU, lawkhowa,nagaon ৰ অন্তৰ্গত নামেৰী আদৰ্শ মণ্ডল পৰ্যায় সংগঠনে উন্নতমানৰ ছজিনা গুৰি পেকেট প্ৰস্তুত কৰি উলিয়াইছে । থলুৱা ব্যৱসায় হিচাপে নামেৰী আদৰ্শ মণ্ডল পৰ্যায় সংগঠনৰ এই প্ৰচেষ্টাত আপোনালোকৰ সহায় আৰু উপদেশে আমাক উপকৃত কৰিব বুলি আশা ৰাখিলো ।
যদি কোনোবা ব্যক্তিয়ে আমাৰ এই ছজিনা গুড়ি কিনিব বিচাৰে তেন্তে 86380 51459(BPM) এই নাম্বাৰত যোগাযোগ কৰিব পাৰে

Smt.Manasha Mandal of Papori SHG under BMMU Lawkhowa has started handicraft enterprise at Bhurbanda GP with an initial i...
25/07/2021

Smt.Manasha Mandal of Papori SHG under BMMU Lawkhowa has started handicraft enterprise at Bhurbanda GP with an initial invested of Rs.68000 ( CIF:- Rs.10000,bank loan:- Rs.20000,Shg loan:-18000,own investment:- Rs.20000). Her daily average sale is Rs.1000 and Rs.25000 to Rs. 30000 per month(approx).

BMMU, lawkhowa,nagaon  ৰ অন্তৰ্গত নামেৰী আদৰ্শ মণ্ডল পৰ্যায় সংগঠনে উন্নতমানৰ কেঁচা হালধি গুৰি পেকেট প্ৰস্তুত কৰি উলিয়াইছ...
22/07/2021

BMMU, lawkhowa,nagaon ৰ অন্তৰ্গত নামেৰী আদৰ্শ মণ্ডল পৰ্যায় সংগঠনে উন্নতমানৰ কেঁচা হালধি গুৰি পেকেট প্ৰস্তুত কৰি উলিয়াইছে । থলুৱা ব্যৱসায় হিচাপে নামেৰী আদৰ্শ মণ্ডল পৰ্যায় সংগঠনৰ এই প্ৰথম প্ৰচেষ্টাত আপোনালোকৰ সহায় আৰু উপদেশে আমাক উপকৃত কৰিব বুলি আশা ৰাখিলো ।
যদি কোনোবা ব্যক্তিয়ে আমাৰ এই হালধি গুড়ি কিনিব বিচাৰে তেন্তে 86380 51459(BPM) এই নাম্বাৰত যোগাযোগ কৰিব পাৰে

BMMU,Lawkhowa ৰ অধীনত 1নং ভোৰবন্ধা গাওঁৰ SHG মহিলাসকলে প্ৰথমবাৰৰ বাবে 10 গৰাকী সদস্যই কেঁচুসাৰৰ টেংকী প্ৰস্তুত কৰে । মাৰ...
11/07/2021

BMMU,Lawkhowa ৰ অধীনত 1নং ভোৰবন্ধা গাওঁৰ SHG মহিলাসকলে প্ৰথমবাৰৰ বাবে 10 গৰাকী সদস্যই কেঁচুসাৰৰ টেংকী প্ৰস্তুত কৰে । মাৰ্চ মাহৰ 18 তাৰিখে Bmmu Lawkhowa ৰ সহযোগত উন্নত প্ৰজাতিৰ কেঁচু এৰি দিয়ে ।
যোৱা ইংৰাজী 9 জুলাই 2021 তাৰিখত আটাইকেইটা টেংকী মহিলাসকলে Bmmu Lawkhow ৰ সহযোগিতাত Harvest কৰে । 10 গৰাকীৰ ভিতৰত 6 গৰাকীয়ে নিজৰ উৎপাদিত কেঁচুসাৰ তেওঁলোকৰ নিজৰ খেতি পথাৰত ব্যৱহাৰ কৰে , তেওঁলোকৰ প্ৰতিগৰাকীৰে টেংকীত প্ৰায় গড়ে 450 kg কৈ কেঁচুসাৰ উৎপাদন কৰে ।
বাকী 4 গৰাকীয়ে নিজেৰ কেঁচুসাৰ বজাৰত বিক্ৰী কৰিবৰ বাবে packaging কৰে । তেওঁলোকৰ ও প্ৰতি টেংকীত প্ৰায় 400 kg কৈ কেঁচুসাৰ আৰু 3000 কৈ কেঁচু উৎপাদন হয় ।
আমি আমাৰ প্ৰথম এই প্ৰচেষ্টাত BMMU lawkhowa ত কৰ্মৰত প্ৰতিজন ব্যক্তি আনন্দিত আৰু এই প্ৰচেষ্টা আমাৰ অব্যাহত থাকিব ।
Bmmu Lawkhowa ই জুলাই মাহৰ ভিতৰত অতি কমেও 40 তা টেংকীৰ কাম পুনৰ প্ৰস্তুত কৰাৰ পৰিকল্পনা চলি আছে খুব সম্ভৱ অহা সপ্তহত এই পৰিকল্পনা পূৰ্ণৰূপে সফল হব ।
আশাকৰোঁ আমাৰ এই পৰিকল্পনাত আমাৰ প্ৰতি সকলোৱে নিজৰ উপদেশ আৰু আৰু সহায়ৰ হাত আগবঢ়াব।

অনুগ্ৰহ কৰি আপোনালোকে তলৰ লিংকটো এবাৰ visit কৰিব
https://letsorganicfarm.wordpress.com/

26/06/2021

Welcome To The Official Page of Bmmu Lawkhowa

Address

Singimari
Nagaon
782125

Telephone

+917577070099

Website

Alerts

Be the first to know and let us send you an email when BMMU Lawkhowa posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Organization

Send a message to BMMU Lawkhowa:

Share