পুৰণিগুদাম যুৱক বৃন্দ।

  • Home
  • India
  • Nagaon
  • পুৰণিগুদাম যুৱক বৃন্দ।

পুৰণিগুদাম  যুৱক বৃন্দ। Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from পুৰণিগুদাম যুৱক বৃন্দ।, Social service, PURANIGUDAM, Nagaon.

04/02/2026

মৰণফান্দত পৰিণত হৈছে ১২৭ নং ৰাষ্ট্ৰীয় ঘাইপথ। ৰাষ্ট্ৰীয় ঘাইপথটো চাৰিলেনযুক্তলৈ উন্নীতকৰণ কৰা হ'ল ঠিকেই। কিন্তু পথ নিৰ্মাণকাৰী কোম্পানীৰ বিসংগতিপূৰ্ণ কামৰ বাবে এতিয়া দৈনিক সংঘটিত হয় দুৰ্ঘটনা। নগাঁও উৰিয়াগাঁৱৰ পৰা পুৰণিগুদাম টেলিয়াগাঁও পৰ্যন্ত নিবিদা লাভ কৰিছিল PRL নামৰ কোম্পানীটোৱে। অসুৰক্ষিতভাৱে U tern সমূহ নিৰ্মাণ কৰাৰ ফলত জীয়াতু ভুগিছে ৰাইজে।

31/01/2026
31/01/2026

📌 অহা ফেব্ৰুৱাৰী মাহৰ ৬ তাৰিখৰ পৰা ৩দিনীয়া কাৰ্য্য সূচিৰে বঢ়মপুৰ সমষ্টিৰ ৰাঙলুত আৰম্ভ হ'ব ইছলাম ধৰ্মীয় লোকৰ ইজতেমা
📌 ৰাঙলুৰ ইজতেমাৰ কাৰণে বঢ়মপুৰ সমষ্টিৰ বিধায়ক জিতু গোস্বামীয়ে অহা যোৱা কৰা পথটো নিজে চাই নিৰ্মাণৰ আশ্বাস দিছিল আৰু প্ৰায় ১০ দিনত এই পথচোৱা নিৰ্মাণ হৈ উঠে
📌 ৰাঙলুৰ ৰাইজে এই পদক্ষেপৰ বাবে এতিয়া শলাগ লৈছে বিধায়ক জিতু গোস্বামীক


জাননী পুৰণিগুদাম আৰক্ষীৰ।
23/01/2026

জাননী পুৰণিগুদাম আৰক্ষীৰ।

Address

PURANIGUDAM
Nagaon
782141

Website

Alerts

Be the first to know and let us send you an email when পুৰণিগুদাম যুৱক বৃন্দ। posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share

Category