Indian National Congress - Dhing

Indian National Congress - Dhing Indian National Congress is an oldest organization of India

১৯৪৯ চনৰ আজিৰ দিনটোতে আমাৰ সংবিধানখন গৃহীত হৈছিল। আজি ভাৰতৰ সংবিধান গৃহীত হোৱাৰ ৭৪সংখ্যক বৰ্ষপূৰ্তিত দেশৰ সংবিধানখন সুৰক...
26/11/2023

১৯৪৯ চনৰ আজিৰ দিনটোতে আমাৰ সংবিধানখন গৃহীত হৈছিল। আজি ভাৰতৰ সংবিধান গৃহীত হোৱাৰ ৭৪সংখ্যক বৰ্ষপূৰ্তিত দেশৰ সংবিধানখন সুৰক্ষিত কৰি গণতন্ত্ৰক শক্তিশালীৰূপে বৰ্তাই ৰখাৰ বাবে পণ লওঁ আহক।

12/11/2023

সমাজৰ পৰা অসূয়া-অমংগল নাশেৰে এখন সুষ্ঠ সবল আৰু সুন্দৰ ধৰা গঢ়াৰ বাবে শক্তি দিবলৈ দুৰ্গা মা ৰ চৰণত প্ৰাৰ্থনা জনাই বিজয়া...
24/10/2023

সমাজৰ পৰা অসূয়া-অমংগল নাশেৰে এখন সুষ্ঠ সবল আৰু সুন্দৰ ধৰা গঢ়াৰ বাবে শক্তি দিবলৈ দুৰ্গা মা ৰ চৰণত প্ৰাৰ্থনা জনাই বিজয়া দশমীৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ ৷

কাতিৰ আলোকে সকলোৰে জীৱনলৈ কঢ়িয়াই আনক সুখ,সমৃদ্ধি, শান্তিৰ বতৰা । কৃষিজীবী ৰাইজৰ মন আশাৰ সোনগুটিৰে উপচি পৰক।সকলোঁলৈ কাতি ...
18/10/2023

কাতিৰ আলোকে সকলোৰে জীৱনলৈ কঢ়িয়াই আনক সুখ,সমৃদ্ধি, শান্তিৰ বতৰা । কৃষিজীবী ৰাইজৰ মন আশাৰ সোনগুটিৰে উপচি পৰক।
সকলোঁলৈ কাতি বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ 🙏

29/09/2023
  Sibamoni Bora Sibamoni Bora
28/09/2023

Sibamoni Bora Sibamoni Bora

13/05/2023

বটদ্ৰৱা সমষ্টিত বিজয় উল্লাস l

Address

Nagaon
782123

Website

Alerts

Be the first to know and let us send you an email when Indian National Congress - Dhing posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share