অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ, ৰূপহী আঞ্চলিক সমিতি-Ajycp

  • Home
  • India
  • Nagaon
  • অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ, ৰূপহী আঞ্চলিক সমিতি-Ajycp

অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ, ৰূপহী আঞ্চলিক সমিতি-Ajycp Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ, ৰূপহী আঞ্চলিক সমিতি-Ajycp, Social service, Nagaon.

19/08/2020

অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদে নিজৰ অৰাজনৈতিক চৰিত্ৰ অক্ষুন্ন ৰাখিবলৈ বদ্ধপৰিকৰ ৷ অসমৰ খিলঞ্জীয়া মানুহৰ সুৰক্ষিত ভৱিষ্যত নিশ্চিত কৰাৰ লক্ষ্যৰে শৈক্ষিক-সামাজিক-অৰ্থনৈতিক-ৰাজনৈতিক দিশত আগবাঢ়ি যাবলৈ পৰিকল্পনা যুগুত কৰি সময়সাপেক্ষ পদক্ষেপ গ্ৰহণৰ উদ্দেশ্যে দিক নিৰ্দেশণা দিবলৈ সদৌ অসম ছাত্ৰ সন্থা আৰু অসম জাতীয়তাবাদী যুৱ-ছাত্র পৰিষদে গঠন কৰে "অসম পৰামৰ্শদাতা সমিতি" । সমিতিখন এনেধৰণৰ -

উপদেষ্টা :
ড° নগেন শ‌ইকীয়া,
প্ৰাক্তন অধ্যাপক, ডিব্ৰুগড় বিশ্ববিদ্যালয়, প্ৰাক্তন সভাপতি, অসম সাহিত্য সভা ।
পদ্মশ্ৰী ড° অৰূপ কুমাৰ দত্ত
আন্তৰ্জাতিক খ্যাতিসম্পন্ন সাহিত্যিক, বিশিষ্ট গ্ৰন্থকাৰ

অন্যান্য সদস্যসকল :
১) শ্ৰী ৰণজিৎ শেখৰ মুছাহাৰী
প্ৰাক্তন ৰাজ্যপাল, মেঘালয়, প্ৰাক্তন সঞ্চালক প্ৰধান, সীমান্ত সুৰক্ষা বাহিনী, প্ৰাক্তন আৰক্ষী সঞ্চালক প্ৰধান
২) শ্ৰী জাহ্নু বৰুৱা
আন্তৰ্জাতিক খ্যাতিসম্পন্ন চলচিত্ৰ পৰিচালক আৰু নিৰ্মাতা
৩) ড° কৃষ্ণগোপাল ভট্টাচাৰ্য (আহ্বায়ক)
প্ৰাক্তন অধ্যাপক, ৰসায়ন বিভাগ, গুৱাহাটী বিশ্ববিদ্যালয়, আগশাৰীৰ প্ৰদূষণবিদ
৪) শ্ৰী বসন্ত ডেকা (আহ্বায়ক)
প্ৰাক্তন সহকাৰী অধ্যাপক, সন্দিকৈ ছোৱালী মহাবিদ্যালয়, গুৱাহাটী
৫) শ্ৰী ধীৰেণ শ‌ইকীয়া
প্ৰাক্তন IAS বিষয়া, প্ৰাক্তন আয়ুক্ত সচিব, কৰ্মচাৰী বিভাগ, বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা বিভাগ, অসম চৰকাৰ, প্ৰাক্তন উপায়ুক্ত, কামৰূপ জিলা
৬) আলী হাইদৰ লস্কৰ
প্ৰাক্তন সহকাৰী অধ্যাপক, পদাৰ্থবিজ্ঞান বিভাগ, গড়গাঁও কলেজ, প্ৰাক্তন অধ্যক্ষ, এছ এছ কলেজ,হাইলাকান্দি
৭) শ্ৰী ৰাণা চাংমাই
প্ৰাক্তন সহকাৰী অধ্যাপক, তিনিচুকীয়া কলেজ, প্ৰাক্তন সভাপতি, অসম কলেজ শিক্ষক সংস্থা
৮) আবু ছাহিদ ৰফিক‌উদ্দিন আহমেদ
প্ৰাক্তন সহকাৰী অধ্যাপক, অৰ্থনীতি বিভাগ, প্ৰাক্তন উপাধ্যক্ষ, গোৱালপাৰা কলেজ
৯) শ্ৰী সঞ্জয় কুমাৰ তাঁতী
বিশিষ্ট সাহিত্যিক, তেজপুৰ
১০) শ্ৰী পৃথ্বিৰাজ ৰাভা
বিশিষ্ট অভিনেতা আৰু শিল্পী, তেজপুৰ
১১) শ্ৰী সূৰ্য্য থাওছেন
সম্পাদক, ডিমা হাছাও প'ষ্ট, হাফলং
১২) হুছেইন আহমেদ লস্কৰ
প্ৰাক্তন ACS বিষয়া, শিলচৰ
১৩) শ্ৰীপ্ৰণৱজ্যোতি শইকীয়া
অধিবক্তা, গৌহাটী উচ্চ ন্যায়ালয়
১৪) শ্ৰীপ্ৰদীপ কোঁচ
বিশিষ্ট নাগৰিক, ডিব্ৰুগড়

প্ৰাৰম্ভিক কামৰ সমন্বয়ক
শ্ৰীলুৰীণজ্যোতি গগৈ
সাধাৰণ সম্পাদক, সদৌ অসম ছাত্ৰ সন্থা
শ্ৰীপলাশ চা‌ংমাই
সাধাৰণ সম্পাদক, অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদ ।

: প্ৰয়োজন সাপেক্ষে সমিতিয়ে আলোচনাৰ সদস্য/সদস্যা সংখ্যা বৃদ্ধি সম্পৰ্কত সিদ্ধান্ত গ্ৰহণ কৰিব ।

03/08/2020

Address

Nagaon
782003

Telephone

+917002232812

Website

Alerts

Be the first to know and let us send you an email when অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ, ৰূপহী আঞ্চলিক সমিতি-Ajycp posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share

Category