Haibargaon Maa Kali Sangha - হয়বৰগাঁও মা কালী সংঘ

  • Home
  • India
  • Nagaon
  • Haibargaon Maa Kali Sangha - হয়বৰগাঁও মা কালী সংঘ

Haibargaon Maa Kali Sangha -  হয়বৰগাঁও মা কালী সংঘ Haibargaon Maa Kali Sangha is a welfare society which celebrate various religious occations & involved in various social welfare activities. Nagaon, Assam

এই বছৰৰ শাৰদ উৎসৱত হয়বৰগাঁও মা কালি সংঘক নগাঁও পৌৰসভাৰ পৰা আলোক সজ্জাৰ বাবে দ্বিতীয় পুৰস্কাৰ প্ৰদান কৰা হৈছে। আমাৰ সকলো...
05/10/2025

এই বছৰৰ শাৰদ উৎসৱত হয়বৰগাঁও মা কালি সংঘক নগাঁও পৌৰসভাৰ পৰা আলোক সজ্জাৰ বাবে দ্বিতীয় পুৰস্কাৰ প্ৰদান কৰা হৈছে। আমাৰ সকলো সদস্য আৰু শুভাকাংক্ষীক হৃদয়ৰ পৰা অভিনন্দন জনাইছোঁ। 🙏🏼

🍫🍫🍫🍫
03/10/2025

🍫🍫🍫🍫

01/10/2025

হয়বৰগাওঁ মা কালি সংঘ আৰু নগাঁও পৌৰ সভাৰ সৌজ্যানত সমূহ নগাঁও বাসীক স্বচ্ছতাৰ বাৰ্তা আৰু শাৰদীয় শুভেচ্ছা জনাই আমাৰ এক সৰু প্ৰচেষ্টা।

27/09/2025
25/09/2025

2025..Maa Kali Sangha.. ❤️

তৰাৰ দেশত, চিৰ শান্তিৰ বৰণত, তোমাৰ আত্মাৰ শান্তিৰ বাবে, জনালো মোৰ ভক্তিৰ অঞ্জলি" -।।হয়বরগাঁও মা কালী সংঘ🙏🙏🙏🙏
21/09/2025

তৰাৰ দেশত, চিৰ শান্তিৰ বৰণত, তোমাৰ আত্মাৰ শান্তিৰ বাবে, জনালো মোৰ ভক্তিৰ অঞ্জলি" -।।
হয়বরগাঁও মা কালী সংঘ🙏🙏🙏🙏

Address

Tarun Phukan Road, Haibargaon
Nagaon
782002

Website

Alerts

Be the first to know and let us send you an email when Haibargaon Maa Kali Sangha - হয়বৰগাঁও মা কালী সংঘ posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share