28/01/2022
ভাৰতীয় জনতা যুৱ মৰ্চা পাখিমৰীয়া মণ্ডল ৰ সভাপতি হিচাপে দায়িত্ব পোৱত Arnab das দেৱক শুভেচ্ছা জ্ঞাপন কৰিলো। আশা কৰোঁ তেখেতৰ নেতৃত্বত পাখিমৰীয়া যুৱ মৰ্চা ই নতুন প্ৰান পাব লগতে এখন সুন্দৰ সমিতিৰ উপহাৰ দিব।
🙏🏼 ধন্যবাদ 🙏🏼