03/02/2026
মৰিগাঁও জিলাৰ জাগিৰোড সমষ্টিৰ অন্তৰ্গত মায়ং মণ্ডলৰ ১৬ নং বুথত “চোতাল বৈঠক” অনুষ্ঠিত হয়।
উক্ত বৈঠকত উপস্থিত থাকে ভাৰতীয় জনতা যুৱ মৰ্চা অসম প্ৰদেশৰ সাংস্কৃতিক কোষৰ আহ্বায়ক মনিৰত্নম ডেকা ডাঙৰীয়া, জাগিৰোড সমষ্টিৰ বিস্তাৰক সুভ্ৰজ্যোতি কলিতা ডাঙৰীয়া, মৰিগাঁও জিলা যুৱ মৰ্চাৰ উপ-সভাপতি দিপাংকৰ কলিতা ডাঙৰীয়া, মায়ং মণ্ডল বিজেপিৰ সম্পাদিকা কবিতা ডেকা মেধি ডাঙৰীয়ানী, মায়ং মণ্ডল যুৱ মৰ্চাৰ সভাপতি জ্যোতিপ্ৰসাদ হাজৰীকা ডাঙৰীয়া।
BaBu Jyoti Hazarika
Moniratnam Deka