BJP Morigaon District

BJP Morigaon District BJP Morigaon District official page

02/06/2026

ভাৰতীয় জনতা পাৰ্টি, মৰিগাঁও জিলা কাৰ্যালয়ত "সম দেৱানী সংহিতা, অসম-২০২৬"ৰ ওপৰত আলোকপাত কৰি সাংবাদ মেলৰ পৰা পোনপটীয়া সম্প্ৰচাৰ 📽️

আজি ভাৰতীয় জনতা পাৰ্টি, মৰিগাঁও জিলা কাৰ্যালয়ত ৰেডিঅ’ৰ জৰিয়তে পোন-পটীয়াকৈ সম্প্ৰচাৰ হোৱা দেশৰ যশস্বী প্ৰধানমন্ত্ৰী শ...
31/05/2026

আজি ভাৰতীয় জনতা পাৰ্টি, মৰিগাঁও জিলা কাৰ্যালয়ত ৰেডিঅ’ৰ জৰিয়তে পোন-পটীয়াকৈ সম্প্ৰচাৰ হোৱা দেশৰ যশস্বী প্ৰধানমন্ত্ৰী শ্ৰীযুত Narendra Modi ডাঙৰীয়াৰ ১৩৪ সংখ্যক ‘মন কী বাত’ অনুষ্ঠানত জিলা সভাপতি শ্ৰীযুত ৰাম প্ৰসাদ সৰকাৰ ডাঙৰীয়া, জিলা সাধাৰণ সম্পাদক শ্ৰীযুত নিৰ্মল কোঁৱৰ ডাঙৰীয়া, জিলা যুৱ মৰ্চাৰ সভাপতি শ্ৰীযুত প্ৰাণজিৎ হাজৰিকা ডাঙৰীয়া, নগৰ মণ্ডলৰ সভাপতি শ্ৰীযুত প্ৰতাপ বৰদলৈ ডাঙৰীয়াকে প্ৰমুখ্য কৰি মৰিগাঁও বিধানসভা সমষ্টিৰ অন্তৰ্গত মৰিগাঁও নগৰ মণ্ডলৰ ৩০ নং বুথৰ দলীয় কৰ্মকৰ্তাসকল উপস্থিত থাকে।

লগতে, জিলা সভাপতি ডাঙৰীয়াই দলীয় সতীৰ্থসকলৰ সৈতে বিভিন্ন সাংগঠনিক দিশ সন্দৰ্ভত আলোচনা কৰে।

BJP Assam Pradesh
Himanta Biswa Sarma
Dilip Saikia
Pijush Hazarika
Ramakanta Dewri
Ram Prasad Sarkar

মৰিগাঁও জিলাৰ গৌৰৱ, অসম চৰকাৰৰ প্ৰাক্তন মন্ত্ৰী তথা জাগীৰোড বিধানসভা সমষ্টিৰ সন্মানীয় বিধায়ক শ্ৰীযুত পীয়ুষ হাজৰিকা ডা...
30/05/2026

মৰিগাঁও জিলাৰ গৌৰৱ, অসম চৰকাৰৰ প্ৰাক্তন মন্ত্ৰী তথা জাগীৰোড বিধানসভা সমষ্টিৰ সন্মানীয় বিধায়ক শ্ৰীযুত পীয়ুষ হাজৰিকা ডাঙৰীয়াৰ উপস্থিতিত আজি ভাৰতীয় জনতা পাৰ্টি, মৰিগাঁও জিলা কৰ্ণধাৰ সমিতিৰ এখনি বৈঠক অনুষ্ঠিত কৰা হয়।

উক্ত কৰ্ণধাৰ সমিতিৰ বৈঠকত আগন্তুক নগাঁও লোকসভা সমষ্টিৰ উপ-নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি বিভিন্ন সাংগঠনিক দিশত আলোচনা কৰা হয়। লগতে সাংগঠনিক বিষয়সমূহৰ পৰ্যালোচনা আৰু আগন্তুক দিনত ৰূপায়ণ কৰিবলগীয়া দলীয় কাৰ্যসূচীসমূহৰ ওপৰত বিস্তৃতভাৱে আলোচনা কৰা হয়।

উক্ত কৰ্ণধাৰ সমিতিৰ বৈঠকত ভাৰতীয় জনতা পাৰ্টি, মৰিগাঁও জিলা সভাপতি শ্ৰীযুত ৰাম প্ৰসাদ সৰকাৰ ডাঙৰীয়া, জিলা প্ৰভাৰী শ্ৰীযুত প্ৰণৱ জ্যোতি লহকৰ ডাঙৰীয়া, জিলা সহ-প্ৰভাৰী শ্ৰীযুত নন্দন তালুকদাৰ ডাঙৰীয়া, জিলা প্ৰাক্তন সভাপতি শ্ৰীযুত প্ৰবীণ মেধি ডাঙৰীয়া, জিলা সাধাৰন সম্পাদকদ্বয় শ্ৰীযুত নিৰ্মল কোঁৱৰ ডাঙৰীয়া আৰু শ্ৰীযুত জিতুমণি পাঠক ডাঙৰীয়া উপস্থিত থাকে।

BJP Assam Pradesh
Himanta Biswa Sarma
Dilip Saikia
Pijush Hazarika
Ramakanta Dewri

26/05/2026

ভাৰতীয় জনতা পাৰ্টিৰ নৱনিৰ্বাচিত বিধায়কসকলৰ সম্বৰ্ধনা অনুষ্ঠানৰ পৰা পোনপটীয়া সম্প্ৰচাৰ।

📍 শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ

আজি ভাৰতীয় জনতা পাৰ্টি, মৰিগাঁও জিলা কাৰ্যালয়ত জিলা সভাপতি শ্ৰীযুত ৰাম প্ৰসাদ সৰকাৰ ডাঙৰীয়া, জিলা প্ৰভাৰী শ্ৰীযুত প্ৰ...
25/05/2026

আজি ভাৰতীয় জনতা পাৰ্টি, মৰিগাঁও জিলা কাৰ্যালয়ত জিলা সভাপতি শ্ৰীযুত ৰাম প্ৰসাদ সৰকাৰ ডাঙৰীয়া, জিলা প্ৰভাৰী শ্ৰীযুত প্ৰণৱ জ্যোতি লহকৰ ডাঙৰীয়া, জিলা সাধাৰণ সম্পাদকদ্বয় শ্ৰীযুত নিৰ্মল কোঁৱৰ ডাঙৰীয়া আৰু শ্ৰীযুত জিতুমণি পাঠক ডাঙৰীয়া, জিলা বিষয়ববীয়া সকল আৰু মৰ্চাসমূহৰ জিলা সভাপতি সকলৰ উপস্থিতিত এখনি বিশেষ বিষয়ববীয়া সভা অনুষ্ঠিত কৰা হয়।

উক্ত বিষয়ববীয়া সভাত সাংগঠনিক বিষয়সমূহৰ ওপৰত আলোচনা কৰাৰ লগতে বিগত বিধানসভা নিৰ্বাচনৰ পৰ্যালোচনা আৰু আগন্তুক নগাঁও লোকসভা সমষ্টিৰ উপ-নিৰ্বাচনক কেন্দ্ৰ কৰি গ্ৰহণ কৰিবলগীয়া দলীয় কাৰ্যসূচীসমূহৰ ওপৰত বিস্তৃত আলোচনা কৰা হয়।

BJP Assam Pradesh
Himanta Biswa Sarma
Dilip Saikia
Pijush Hazarika
Ramakanta Dewri
Ram Prasad Sarkar

21/05/2026

16th ASSAM LEGISLATIVE ASSEMBLY FIRST SESSION, 21st May, 2026

20/05/2026

PM Shri Narendra Modi's remarks during India-Italy Joint Press Meet in Rome.

13/05/2026

প্ৰথমখন কেবিনেট বৈঠকৰ পাছত মাননীয় মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ সংবাদমেলৰ পোনপটীয়া সম্প্ৰচাৰ।

12/05/2026

: বিজেপি মিত্ৰজোঁট চৰকাৰৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু মন্ত্ৰীসভাৰ শপত গ্ৰহণ অনুষ্ঠানৰ পৰা পোনপটীয়া সম্প্ৰচাৰ।

Address

Morigaon

Alerts

Be the first to know and let us send you an email when BJP Morigaon District posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Organization

Send a message to BJP Morigaon District:

Share