ALOOK : The Spark of Inspiration - NSS Alumni Association, Moran College

  • Home
  • India
  • Moranhat
  • ALOOK : The Spark of Inspiration - NSS Alumni Association, Moran College

ALOOK : The Spark of Inspiration - NSS Alumni Association, Moran College ALOOK is the alumni association of the National Service Scheme (NSS) unit at Moran College. Registered under the Societies Registration Act XXI of 1860

“Wishing you a Happy 77th Republic Day—let us celebrate unity, democracy, and the spirit of India.”
26/01/2026

“Wishing you a Happy 77th Republic Day—let us celebrate unity, democracy, and the spirit of India.”

হেঁপাহৰ ভোগালী বিহুৰ আন্তৰিক শুভকামনাৰে.....
14/01/2026

হেঁপাহৰ ভোগালী বিহুৰ আন্তৰিক শুভকামনাৰে.....

ভোগালীৰ উৰুকাৰ শুভেচ্ছাৰে......
13/01/2026

ভোগালীৰ উৰুকাৰ শুভেচ্ছাৰে......

Happy New Year 2026 ✨As we step into a new year, we carry forward the lessons of the past and the hope of a better tomor...
31/12/2025

Happy New Year 2026 ✨
As we step into a new year, we carry forward the lessons of the past and the hope of a better tomorrow.
With renewed commitment and compassion, Alook: The Spark of Inspiration continues its journey of service—uplifting communities, empowering lives, and inspiring change.

— Alook: The Spark of Inspiration
Inspiring Change | Serving Society

Time moves on, but our heart is still stuck in those NSS moments🌺💐
04/12/2025

Time moves on, but our heart is still stuck in those NSS moments🌺💐

03/11/2025

ড° শ্ৰুোতশ্বিনী গগৈ বাইদেউৱে মৰাণ মহাবিদ্যালয়ৰ ৰাষ্ট্ৰীয় সেৱা আঁচনি গোটৰ কাৰ্যক্ৰম বিষয়াৰ পৰা ইতিমধ্যে অব্যাহতি লৈছে। তেনেস্থলত প্ৰাক্তন স্বেচ্ছাসেৱক হিচাপে আমি এই কথা মানি ল'ব নোৱাৰি। যদিও বাইদেউৱে স্বাস্থ্য জনিত কাৰণতহে অব্যাহতি বিচাৰিছে তেনস্থলত আমি প্ৰাক্তন সকলে বাইদেউৰ কথাত সন্মতি প্ৰদান কৰিলো। বাইদেউৰ সমাজৰ বাবে কৰা এই জয়যাত্ৰা অনাদি অনন্ত কাললৈ এইদৰেই অব্যাহত থাকক।

(শ্ৰদ্ধাৰ অতনু বৰা ছাৰৰ বক্তব্য খিনি আমাৰ প্ৰত্যেকৰে মন চুই গ'ল। যেন সমূহ প্ৰাক্তন তথা অধ্যয়নৰত ছাত্ৰ-ছাত্ৰীৰ মনৰ হৈ তেঁওৱেই আঁত ধৰিছে, সেইহেতুকে আপোনালোকৰ বাবে কিয়দাংশ আগবঢ়াই দিলো।)

NSS Cell, Dibrugarh University, Assam
NSS Unit,Moran College

মধুময়তাঃ মৰাণ মহাবিদ্যালয়ৰ পদাৰ্থ বিজ্ঞান বিভাগৰ অধ্যাপিকা তথা উপাধ্যক্ষাৰ আসন অলংকৃত কৰা শ্ৰীযুক্তা মধুমালা শইকীয়া বাইদ...
03/01/2025

মধুময়তাঃ মৰাণ মহাবিদ্যালয়ৰ পদাৰ্থ বিজ্ঞান বিভাগৰ অধ্যাপিকা তথা উপাধ্যক্ষাৰ আসন অলংকৃত কৰা শ্ৰীযুক্তা মধুমালা শইকীয়া বাইদেউৱে যোৱা ৩১ ডিচেম্বৰ ২০২৪ তাৰিখে নিজা কৰ্মজীৱন সমাপ্ত কৰে। সেইহেতুকে মৰাণ মহাবিদ্যালয়ৰ ৰাষ্ট্ৰীয় সেৱা আঁচনি প্ৰাক্তন স্বেচ্ছাসেৱক সন্মিলনৰ তৰফৰ পৰা প্ৰাক্তন স্বেচ্ছাসেৱক ক্ৰমে সৌৰভ দেৱ আৰু আশিষ চুতীয়াই তেওঁৰ গৃহত সম্বৰ্ধনা জ্ঞাপন কৰি অনাগত দিনৰ বাবে শুভেচ্ছা জ্ঞাপন কৰে।💐
NSS Unit,Moran College

Address

Moran College
Moranhat
785670

Website

Alerts

Be the first to know and let us send you an email when ALOOK : The Spark of Inspiration - NSS Alumni Association, Moran College posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share

Category