SFI চৰাইদেউ জিলা কমিতি

SFI চৰাইদেউ জিলা কমিতি Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from SFI চৰাইদেউ জিলা কমিতি, Political organisation, চৰাইদেউ, Moranhat.

19/06/2020

কমৰেড

আপোনিও কৰক অংশ গ্ৰহণ
13/06/2020

আপোনিও কৰক অংশ গ্ৰহণ

কৰোণা মহামাৰীৰ বাবে ৰাজ্য চৰকাৰে ৰাজ্যৰ শিক্ষানুষ্ঠানসমূহৰ নামভৰ্তি প্ৰক্ৰিয়া অনলাইন কৰাৰ নিৰ্দেশ প্ৰদান কৰিছে। এই প্ৰক...
13/06/2020

কৰোণা মহামাৰীৰ বাবে ৰাজ্য চৰকাৰে ৰাজ্যৰ শিক্ষানুষ্ঠানসমূহৰ নামভৰ্তি প্ৰক্ৰিয়া অনলাইন কৰাৰ নিৰ্দেশ প্ৰদান কৰিছে। এই প্ৰক্ৰিয়াতো সহজ কৰি তুলিবলৈ আৰু শিক্ষানুষ্ঠানসমূহত নামভৰ্তিৰ বাবে দৰকাৰী তথ্যসমূহ লাভ কৰিবলৈ গুৱাহাটীৰ কেইবাখনো মহাবিদ্যালয়, বিশ্ববিদ্যালয়ৰ কাৰণে এছ এফ আইৰ তৰফৰ পৰা হেল্পলাইন মুকলি কৰা হৈছে। ইচ্ছুকসকলে যোগাযোগ কৰি যাৱতীয় তথ্য লাভ কৰিব পাৰিব।

আজি নিশা ৮'০০ বজাত " গণতন্ত্ৰ,ৰাষ্ট্ৰৰ দমননীতি আৰু ন্যায়পালিকাৰ ভূমিকা " শীৰ্ষক আলোচনাত আমাৰ সৈতে  উপস্থিত থাকিব বিশিষ্ট...
28/05/2020

আজি নিশা ৮'০০ বজাত " গণতন্ত্ৰ,ৰাষ্ট্ৰৰ দমননীতি আৰু ন্যায়পালিকাৰ ভূমিকা " শীৰ্ষক আলোচনাত আমাৰ সৈতে উপস্থিত থাকিব বিশিষ্ট লেখক,অধিবক্তা কিশোৰ কুমাৰ কলিতা ককাইদেউ লগতে অন্য এজন অধিবক্তা,সমাজকৰ্মী শান্তনু বৰঠাকুৰ ডাঙৰীয়া ।

দিহিং পাটকাই বনাঞ্চলক সুৰক্ষিত কৰি ৰখাৰ স্বাৰ্থত আজি ৭ বজা-৮বজালৈ অসমৰ বিভিন্ন শিক্ষানুষ্ঠানৰ ছাত্ৰ ছাত্ৰীসকলে আহ্বান কৰ...
24/05/2020

দিহিং পাটকাই বনাঞ্চলক সুৰক্ষিত কৰি ৰখাৰ স্বাৰ্থত আজি ৭ বজা-৮বজালৈ অসমৰ বিভিন্ন শিক্ষানুষ্ঠানৰ ছাত্ৰ ছাত্ৰীসকলে আহ্বান কৰা Twitter Stormৰ প্ৰতি আমাৰ পূৰ্ণ সহযোগিতা ঘোষণা কৰিলো ।

বিশ্বৰ মহান কমিউনিষ্ট নেতা,অধুনিক ভিয়েটনামৰ খনিকৰ হো চি মিনক জন্ম জয়ন্তীত শ্ৰদ্ধাৰে সোঁৱৰিছো তোমাৰ নাম,আমাৰ নামভিয়েটনাম,...
19/05/2020

বিশ্বৰ মহান কমিউনিষ্ট নেতা,অধুনিক ভিয়েটনামৰ খনিকৰ হো চি মিনক জন্ম জয়ন্তীত শ্ৰদ্ধাৰে সোঁৱৰিছো

তোমাৰ নাম,আমাৰ নাম
ভিয়েটনাম,ভিয়েটনাম

এই মৃত্যু অপৰাজেয়শ্বহীদ সংবাদিক পৰাগ কুমাৰ দাসক মৃত্যু দিৱসত শ্ৰদ্ধাৰে সোঁৱৰিছো ।
17/05/2020

এই মৃত্যু অপৰাজেয়

শ্বহীদ সংবাদিক পৰাগ কুমাৰ দাসক মৃত্যু দিৱসত শ্ৰদ্ধাৰে সোঁৱৰিছো ।

Address

চৰাইদেউ
Moranhat

Website

Alerts

Be the first to know and let us send you an email when SFI চৰাইদেউ জিলা কমিতি posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share