Bahipookri Tea Estate

Bahipookri Tea Estate বাহিপুখুৰী চাহ বাগিছা
20/04/2021

অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ বাহিপুখুৰী উপ শাখা হৈ হাইস্কুল শিক্ষান্ত পৰীক্ষাত উৰ্ত্তীণ হোৱা ছাত্ৰ ছাত্ৰীক ঘৰে ঘৰে গৈ সম্...
19/04/2026

অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ বাহিপুখুৰী উপ শাখা হৈ হাইস্কুল শিক্ষান্ত পৰীক্ষাত উৰ্ত্তীণ হোৱা ছাত্ৰ ছাত্ৰীক ঘৰে ঘৰে গৈ সম্বৰ্ধনা জনায়।উপ শাখাৰ প্ৰাক্তন সভাপতি শ্ৰী ৰঞ্জন পানিকা আৰু বৰ্তমানৰ সভাপতি শ্ৰী সঞ্জয় গৌড় আৰু সম্পাদক শ্ৰী ৰাজীৱ তচ্ছা। সকলো শিক্ষাৰ্থীক আন্তৰিক শুভেচ্ছা জনায়।



#বাহিপুখুৰী

বাহিপুখুৰী চাহ বাগিচাৰ(HSLC) হাইস্কুল শিক্ষান্ত পৰীক্ষাত উৰ্ত্তীণ হোৱা প্ৰথম স্থান লাভ কৰা ৭ নং লাইনৰ ছাত্ৰ শ্ৰী সুজিত প...
18/04/2026

বাহিপুখুৰী চাহ বাগিচাৰ(HSLC) হাইস্কুল শিক্ষান্ত পৰীক্ষাত উৰ্ত্তীণ হোৱা প্ৰথম স্থান লাভ কৰা ৭ নং লাইনৰ ছাত্ৰ শ্ৰী সুজিত পানিকাই সমাজ বিজ্ঞানত লেটাৰ লৈ গৌৰৱ কঢ়িয়াই আন ফালে বেলাপুৰ গাঁৱৰ ছাত্ৰী এগৰাকী শ্ৰীমতী নিৰ্জালা ধানোৱাৰ অসমীয়াত লেটাৰ নম্বৰ লৈ উত্তীৰ্ণ হয়। তেখেতক অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ বাহিপুখুৰী উপ শাখা হৈ সম্বৰ্ধনা আৰু শুভেচ্ছা জনায় আগন্তুক দিনত সমাজৰ বাবে সুনাম কঢ়িয়াই আনে। তাৰ বাবে আন্তৰিক শুভেচ্ছা জনালোঁ ধন্যবাদ।

অহা কালি সকলো বাহিপুখুৰী চাহ বাগিছাৰ ৰাইজৰ উপস্থিত কামনা কৰা হ'ল।
17/11/2025

অহা কালি সকলো বাহিপুখুৰী চাহ বাগিছাৰ ৰাইজৰ উপস্থিত কামনা কৰা হ'ল।

07/09/2025

Bahipookri Tea Estate

অসম চাহ মজদুৰ সংঘৰ উদ্যোগত তৃতীয় বাৰ্ষিক কৰম উৎসৱ উদযাপন।
#বাহিপুখুৰী_চাহ_বাগিছা
#মাজবাট
Nitesh kachhap

অসম চাহ মজদুৰ সংঘৰ উদ্যোগত হ'বলগীয়া কৰম উৎসৱ উদযাপনৰ কিছু দৃশ্য।Bahipookri Tea Estate  #বাহিপুখুৰী_চাহ_বাগিছা Ranjan Pa...
05/09/2025

অসম চাহ মজদুৰ সংঘৰ উদ্যোগত হ'বলগীয়া কৰম উৎসৱ উদযাপনৰ কিছু দৃশ্য।
Bahipookri Tea Estate #বাহিপুখুৰী_চাহ_বাগিছা Ranjan Panika

তৃতীয় বাৰ্ষিক কৰ্ম উৎসৱ উদযাপন  #বাহিপুখুৰী_চাহ_বাগিছাBahipookri Tea Estate
26/08/2025

তৃতীয় বাৰ্ষিক কৰ্ম উৎসৱ উদযাপন
#বাহিপুখুৰী_চাহ_বাগিছা
Bahipookri Tea Estate

26/04/2025

অহা কালি দেওবাৰে ৰাতিপুৱা ২৫ তম ৰংঙালী বিহুৰ উপলৈক্ষে সৰু ল'ৰা ছোৱালীৰ চিত্ৰাংকন প্ৰতিযোগিতা আৰু বিভিন্ন ধৰণৰ খেল প্ৰতিযোগিতা অনুষ্ঠিত কৰা হ'ব বুলি উদযাপন সমিতিয়ে জানিবলৈ দিয়ে।

26/04/2025
Dance Winner Bahipookri Tea Estate #বাহিপুখুৰী_চাহ_বাগিছাৰ
05/01/2025

Dance Winner
Bahipookri Tea Estate
#বাহিপুখুৰী_চাহ_বাগিছাৰ

Address

Mazbat

Website

Alerts

Be the first to know and let us send you an email when Bahipookri Tea Estate posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share

Category