মৰিয়নী আঞ্চলিক ছাত্ৰ সন্থা AASU Mariani

  • Home
  • India
  • Mariani
  • মৰিয়নী আঞ্চলিক ছাত্ৰ সন্থা AASU Mariani

মৰিয়নী আঞ্চলিক ছাত্ৰ সন্থা AASU Mariani ।। জয় আই অসম ।।

বুকুৰে বান্ধৈ ঐ বিহুৱা ৰাইজ,    ন-ব'হাগৰ উলগ যাছি  আগবঢ়াই দিছো আমি  অসমবাসীৰ ৰাইজৰ লগতে মৰিয়নীবাসী ৰাইজৰ চৰনলৈ সেৱা । আহ...
13/04/2023

বুকুৰে বান্ধৈ ঐ বিহুৱা ৰাইজ,
ন-ব'হাগৰ উলগ যাছি আগবঢ়াই দিছো আমি অসমবাসীৰ ৰাইজৰ লগতে মৰিয়নীবাসী ৰাইজৰ চৰনলৈ সেৱা । আহিবচোন মৰিয়নী আঞ্চলিক ছাত্ৰ সন্থাৰ ২ ব'হাগৰ ১৬ এপ্ৰিল দেওবাৰে মুকলি বিহুলৈ বিহুৰ ঐতিহ্য আৰু পৰম্পৰা ৰক্ষা কৰি প্ৰত্যেকবছৰৰ দৰে লগে ভাগে বিহুকে গাম । যি বিহুৱে বুঢ়াক ল'ৰা কৰিব পাৰে , যি বিহুৱে কৃষ্টিৰ আওবাট পোনাব পাৰে সেই বিহুৱে আমাক একেজোপা বৰ আঁহতৰ লগত একেখন টঙালীৰে বান্ধিবও পাৰে ।
আহিব- সেই দিনা লগ হম বিহুৰ তলীত। আমি হেঁপাহেৰে বাট চাম মৰিয়নীবাসী ৰাইজৰ উপস্থিতি আৰু সহায়-সহযোগিতা ।
*স্থান- মৰিয়নী মহাদেৱ আগৰৱালা উচ্চতৰ মাধ্যমিক বিদ্যালয় বাকৰি*
*তাৰিখ-২ ব'হাগ ১৬ এপ্ৰিল ২০২৩ দেওবাৰ।*

মৰিয়নি মহাবিদ্যালয় শাখা গোট ছাত্ৰ সন্থা আৰু মৰিয়নি মহাবিদ্যালয় ছাত্ৰ একতা সভাৰ উদ্যোগত.              শ্ৰমদান কাৰ্যসূ...
29/05/2022

মৰিয়নি মহাবিদ্যালয় শাখা গোট ছাত্ৰ সন্থা আৰু মৰিয়নি মহাবিদ্যালয় ছাত্ৰ একতা সভাৰ উদ্যোগত. শ্ৰমদান কাৰ্যসূচী

মৰিয়নী আঞ্চলিক ছাত্ৰ সন্থা আৰু এনাজৰী উদ্যোগত বিহুনাচ আৰু ঢোলবাদন কৰ্মশালা আয়োজন কৰা হৈছে । অসমৰ  কেইবাগৰাকীও আগশাৰীৰ বি...
25/03/2021

মৰিয়নী আঞ্চলিক ছাত্ৰ সন্থা আৰু এনাজৰী উদ্যোগত বিহুনাচ আৰু ঢোলবাদন কৰ্মশালা আয়োজন কৰা হৈছে । অসমৰ কেইবাগৰাকীও আগশাৰীৰ বিহুৱা-বিহুৱতীয়ে প্ৰশিক্ষণ প্ৰদান কৰিবলগীয়া কৰ্মশালা ৩০ মাৰ্চৰ পৰা অনুষ্ঠিত হব । সকলো ৰাইজৰ সহযোগিতা কামনা কৰিলোঁ ।
স্থান:- কিংশুক ক্ৰীড়া আৰু সাংস্কৃতিক চ'ৰা,মৰিয়নী
সময় :- আবেলি ৩:০০ বজাৰ পৰা ।

মূল্যবৃদ্ধি ৰোধত সৰ্বানন্দ সোণোৱাল চৰকাৰ ব্যৰ্থতাৰ প্ৰতিবাদত মৰিয়নী আঞ্চলিক ছাত্ৰ সন্থাৰ বিক্ষোভ কাৰ্যসূচী ।
19/02/2021

মূল্যবৃদ্ধি ৰোধত সৰ্বানন্দ সোণোৱাল চৰকাৰ ব্যৰ্থতাৰ প্ৰতিবাদত মৰিয়নী আঞ্চলিক ছাত্ৰ সন্থাৰ বিক্ষোভ কাৰ্যসূচী ।

04/01/2021
সদৌ যোৰহাট জিলা ছাত্ৰ সন্থাৰ বিদায়  সম্বৰ্ধনা অনুষ্ঠানত অসমৰ জাতীয় জীৱনৰ এগৰাকী আপোচবিহীন প্ৰতিবাদী কন্ঠ লুৰীণজ্যোতি গগৈ...
05/12/2020

সদৌ যোৰহাট জিলা ছাত্ৰ সন্থাৰ বিদায় সম্বৰ্ধনা অনুষ্ঠানত অসমৰ জাতীয় জীৱনৰ এগৰাকী আপোচবিহীন প্ৰতিবাদী কন্ঠ লুৰীণজ্যোতি গগৈ দেৱক মৰিয়নি আঞ্চলিক ছাত্ৰ সন্থাই সম্বৰ্ধনা জনোৱা কিছু আবেগিক মুহূৰ্ত ।

বহুতে সমালোচনাৰে কয়,"আছু" ৰাজনৈতিক নেতা গঢ়াৰ কাৰখানা ৷ আমি গৌৰৱেৰে কওঁ,"আছু" কৰি যোৱাসকলৰ ভিতৰত কেৱল ৰাজনৈতিক নেতাই নাথ...
01/12/2020

বহুতে সমালোচনাৰে কয়,"আছু" ৰাজনৈতিক নেতা গঢ়াৰ কাৰখানা ৷ আমি গৌৰৱেৰে কওঁ,"আছু" কৰি যোৱাসকলৰ ভিতৰত কেৱল ৰাজনৈতিক নেতাই নাথাকে,বিশ্ববিদ্যালয়ৰ উপাচাৰ্য্য/চিকিৎসক/সাহিত্য সভাৰ সভাপতি/বিজ্ঞানীও থাকে ৷ তেনে এগৰাকী গৌৰৱ অসম কৃষি বিশ্ববিদ্যালয়ৰ নৱনিযুক্ত উপাচাৰ্য্য তথা প্ৰাক্তন "আছু"কৰ্মী শ্ৰদ্ধাৰ ড°বিদ্যুৎ চন্দন ডেকা চাৰক সদৌ যোৰহাট জিলা ছাত্ৰ সন্থাৰ তৰফৰ পৰা অভিনন্দন জনালোঁ

Address

Mariani
785634

Telephone

+919101145735

Website

Alerts

Be the first to know and let us send you an email when মৰিয়নী আঞ্চলিক ছাত্ৰ সন্থা AASU Mariani posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share

Category