BJP South Salmara Mankachar Dist.

BJP South Salmara Mankachar Dist. Official Page BJP SSM Mankachar District.

08/09/2026
08/09/2026
সুৰ আৰু শব্দৰ মধুৰ মূৰ্চনাৰে অসমীয়া সংগীতক সমগ্ৰ বিশ্বতে জনপ্ৰিয় কৰি তোলা অসমী আইৰ সুযোগ্য সন্তান, ভাৰতৰত্ন, বিশ্বশিল্...
08/09/2026

সুৰ আৰু শব্দৰ মধুৰ মূৰ্চনাৰে অসমীয়া সংগীতক সমগ্ৰ বিশ্বতে জনপ্ৰিয় কৰি তোলা অসমী আইৰ সুযোগ্য সন্তান, ভাৰতৰত্ন, বিশ্বশিল্পী, সুধাকণ্ঠ ড° ভূপেন হাজৰিকাদেৱক আজি জয়ন্তীত শ্ৰদ্ধাৰে স্মৰণ কৰিছোঁ।🙏
Dilip Saikia Himanta Biswa Sarma Ranjit Kr Saha BJP Assam Pradesh

বিশ্বৰ মঞ্চত অসমক জিলিকাই তোলা শতিকাৰ অন্যতম শ্ৰেষ্ঠ অসমীয়া, বিশ্ববিশ্ৰুত শিল্পী, সুধাকন্ঠ, ভাৰতৰত্ন ড০ ভূপেন হাজৰিকাদে...
08/09/2026

বিশ্বৰ মঞ্চত অসমক জিলিকাই তোলা শতিকাৰ অন্যতম শ্ৰেষ্ঠ অসমীয়া, বিশ্ববিশ্ৰুত শিল্পী, সুধাকন্ঠ, ভাৰতৰত্ন ড০ ভূপেন হাজৰিকাদেৱৰ জন্ম বাৰ্ষিকীত গভীৰ শ্ৰদ্ধাঞ্জলি নিবেদন কৰিছোঁ।

08/09/2026
08/09/2026

On his 100th birth anniversary, remembering the legendary Dr. Bhupen Hazarika Ji.

His voice carried the soul of Assam and the spirit of the Northeast to the entire nation.

Through his music he beautifully gave expression to the thoughts and spirit of countless people. His songs brought people closer.

I warmly recall attending the start of his birth centenary celebrations in Guwahati last year. Bhupen Da’s life and work will continue to inspire generations.

08/09/2026

Humble tributes to Bharat Ratna Dr. Bhupen Hazarika Ji on his Birth Anniversary.

An iconic musician, poet, lyricist, filmmaker and cultural visionary, Dr. Bhupen Hazarika Ji enriched Indian art and literature through his timeless creations, deeply rooted in the spirit of humanity, unity and the rich cultural heritage of Assam. His remarkable contribution to India’s cultural landscape continues to inspire generations across the nation.

ভাৰতৰত্ন ড° ভূপেন হাজৰিকা দেৱৰ জন্মজয়ন্তীত গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ।

এগৰাকী প্ৰখ্যাত সংগীতজ্ঞ, কবি, গীতিকাৰ, চলচ্চিত্ৰ নিৰ্মাতা আৰু সাংস্কৃতিক দূৰদৰ্শী হিচাপে ড° ভূপেন হাজৰিকা দেৱে তেওঁৰ কালজয়ী সৃষ্টিৰাজিৰ জৰিয়তে অসম তথা ভাৰতীয় কলা-সংস্কৃতি আৰু সাহিত্যক সমৃদ্ধ কৰি থৈ গৈছে। তেওঁৰ সৃষ্টিত প্ৰতিফলিত হৈছিল মানৱতা, একতা আৰু অসমৰ চহকী সাংস্কৃতিক ঐতিহ্যৰ গভীৰ অনুভৱ।

ভাৰতীয় সাংস্কৃতিক জগতলৈ তেওঁৰ অনবদ্য অৱদান সদায় চিৰস্মৰণীয় হৈ থাকিব। তেওঁৰ কালজয়ী সৃষ্টি আৰু আদৰ্শই আজিও দেশৰ প্ৰজন্মৰ পিছত প্ৰজন্মক অনুপ্ৰাণিত কৰি আহিছে।

08/09/2026
দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ অন্তৰ্গত ফকিৰগঞ্জ মণ্ডলৰ মণ্ডল কাৰ্য্যালয়ত,,, ফকিৰগঞ্জ মণ্ডলত অনুষ্ঠিত হোৱা মণ্ডল বিষয়ববী...
07/09/2026

দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ অন্তৰ্গত ফকিৰগঞ্জ মণ্ডলৰ মণ্ডল কাৰ্য্যালয়ত,,, ফকিৰগঞ্জ মণ্ডলত অনুষ্ঠিত হোৱা মণ্ডল বিষয়ববীয়া সভা বিশেষ দৃশ্য।
BJP Assam Pradesh Dilip Saikia
Ranjit Kr Saha

Address

Mankachar

Alerts

Be the first to know and let us send you an email when BJP South Salmara Mankachar Dist. posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share