অসম ছাত্ৰ পৰিষদ দক্ষিণ শালমাৰা মানকাচৰ জিলা

  • Home
  • India
  • Mankachar
  • অসম ছাত্ৰ পৰিষদ দক্ষিণ শালমাৰা মানকাচৰ জিলা

অসম ছাত্ৰ পৰিষদ দক্ষিণ শালমাৰা মানকাচৰ জিলা This is the official page of Asom Chatra Parishad South Salmara Mankachar District

মানকাচৰ মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ সাধাৰণ নিৰ্বাচন ২০২৫-২৬ বৰ্ষত মহাবিদ্যালয়ৰ শৈক্ষিক উন্নতিৰ কথা চিন্তা কৰি , ভাতৃত...
29/10/2025

মানকাচৰ মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ সাধাৰণ নিৰ্বাচন ২০২৫-২৬ বৰ্ষত মহাবিদ্যালয়ৰ শৈক্ষিক উন্নতিৰ কথা চিন্তা কৰি , ভাতৃত্ববোধ বজাই ৰাখিবলৈ মানকাচৰ মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী সকলক “অসম ছাত্ৰ পৰিষদ”ৰ সমৰ্থিত প্ৰাৰ্থী সকলোক আপোনালোকৰ বহুমুলীয়া ভোটটো দি জয়যুক্ত কৰিবলৈ বিনম্ৰ অনুৰোধ জনালোঁ।
Zabed Islam
Trinayan Baruah
Md Parves Islam

  ুবিন_দা
10/10/2025


ুবিন_দা

শ্ৰদ্ধাভাজনেষু,পোন প্ৰথমে নমস্কাৰ আৰু সেৱা  গ্ৰহণ কৰিব। আপোনালোকক জনাবলৈ পাই সুখী হৈছোঁ যে অহা ইং ১৭ ছেপ্টেম্বৰ  ২০২৫ তা...
10/09/2025

শ্ৰদ্ধাভাজনেষু,
পোন প্ৰথমে নমস্কাৰ আৰু সেৱা গ্ৰহণ কৰিব। আপোনালোকক জনাবলৈ পাই সুখী হৈছোঁ যে অহা ইং ১৭ ছেপ্টেম্বৰ ২০২৫ তাৰিখে মানকাচৰ মহাবিদ্যালয় ছাত্ৰ একা সভা, ২০২৪-২৫ বৰ্ষৰ উদ্যোগত' নৱাগত আদৰণী সভা ২০২৫' আয়োজন কৰাৰ বাবে মানস কৰা হৈছে।

উক্ত অনুষ্ঠানটিত আপোনালোকৰ সহায় -সহযোগিতা তথা উপস্থিতি আন্তৰিকতাৰে কামনা কৰিলোঁ। আমি আশাবাদী, আপোনালোকৰ উপস্থিতিয়ে অনুষ্ঠানটিৰ সৌষ্ঠৱ বৃদ্ধি কৰাৰ লগতে আমাকো উৎসাহিত কৰিব ।

স্থান: মানকাচৰ মহাবিদ্যালয় ।
সময়: পুৱা ১০.০০ বজাৰ পৰা ।

১নং কাকৰীপাৰা জিলা পৰিষদৰ অন্তৰ্গত ৬নং মানকাচৰ পূব গাঁও পঞ্চায়তৰ ৮নং ৱাৰ্ডত আমিনুল ইছলাম ডাঙৰীয়াৰ সভাপতিত্বত অসম ছাত্ৰ...
21/04/2025

১নং কাকৰীপাৰা জিলা পৰিষদৰ অন্তৰ্গত ৬নং মানকাচৰ পূব গাঁও পঞ্চায়তৰ ৮নং ৱাৰ্ডত আমিনুল ইছলাম ডাঙৰীয়াৰ সভাপতিত্বত অসম ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক হাসমী ৰবছন ইছলাম (জিদান) আৰু অসম ছাত্ৰ পৰিষদৰ দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ সভাপতি পাৰভেজ ইছলামে এখন নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰি ১ নং কাকৰীপাৰা জিলা পৰিষদৰ অগপ দলৰ মনোনীত জিলা পৰিষদৰ সদস্যা পদৰ প্ৰাৰ্থী হাছিনা ইছলাম ডাঙৰীয়ানী আৰু মানকাচৰ পূব গাঁও পঞ্চায়তৰ আঞ্চলিক পঞ্চায়ত সদস্যা পদৰ প্ৰাৰ্থী মদিনা খাতুনৰ হৈ প্ৰচাৰ চলায়। সভাত উপস্থিত থকা আই-মাতৃ আৰু স্থানীয় ৰাইজৰ অভূতপূৰ্ব সঁহাৰি আৰু সহায়-সহযোগিতাই প্ৰমাণ কৰিলে যে বিকাশ আৰু উন্নয়নৰ স্বাৰ্থত ৰাইজ এইবাৰ অগপ প্ৰাৰ্থীৰ লগত।
Zabed Islam
Trinayan Baruah
অসম ছাত্ৰ পৰিষদ - Asom Chatra Parishad - ACP

২০২৫ চনৰ উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ সমূহ পৰীক্ষাৰ্থীলৈ অসম ছাত্ৰ পৰিষদৰ ফালৰ পৰা আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ ।
12/02/2025

২০২৫ চনৰ উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ সমূহ পৰীক্ষাৰ্থীলৈ অসম ছাত্ৰ পৰিষদৰ ফালৰ পৰা আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ ।

Address

Asom Chatra Parishad District Office Mankachar
Mankachar

Alerts

Be the first to know and let us send you an email when অসম ছাত্ৰ পৰিষদ দক্ষিণ শালমাৰা মানকাচৰ জিলা posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share