Pradhan Mantri Kaushal Kendra, Darrang

Pradhan Mantri Kaushal Kendra, Darrang Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from Pradhan Mantri Kaushal Kendra, Darrang, Government Organization, Mangaldoi.

দৰং জিলা প্ৰধানমন্ত্ৰী কৌশল কেন্দ্ৰৰ উদ্যোগত আৰু খাৰুপেটীয়া নগৰ সমিতিৰ সহযোগত আয়োজন কৰা কৌশল মেলাৰ কিছু মুহুৰ্ত,খাৰুপেটী...
30/09/2018

দৰং জিলা প্ৰধানমন্ত্ৰী কৌশল কেন্দ্ৰৰ উদ্যোগত আৰু খাৰুপেটীয়া নগৰ সমিতিৰ সহযোগত আয়োজন কৰা কৌশল মেলাৰ কিছু মুহুৰ্ত,খাৰুপেটীয়াত। মুখ্য অতিথি হিচাপে উপস্থিত থাকে সন্মানীয় সাংসদ ৰমেন ডেকা দেৱ, , .

Induction class. Kit and books distribution to retail batch in darrang  Pmkk
24/09/2018

Induction class. Kit and books distribution to retail batch in darrang Pmkk

22/09/2018

*গোহাৰি*
দৰং জিলা প্ৰধানমন্ত্ৰী কৌশল কেন্দ্ৰৰ উদ্যোগত শিক্ষিত নিৱনুৱা যুৱক যুৱতী সকলক বিনামুলীয়া প্ৰশিক্ষণৰ নামভৰ্তি চলি আছে । ভাৰত চৰকাৰৰ দক্ষতা বিকাশ আৰু উদ্যমীকৰণ মন্ত্ৰালয় ( Ministry of Skill Development and Entrepreneurship, Government of India ) ৰ প্ৰধানমন্ত্ৰী কৌশল বিকাশ যোজনাৰ জৰিয়তে শিক্ষিত নিৱনুৱা যুৱক যুৱতি সকলক বিভিন্ন ঔদ্যোগিক প্ৰশিক্ষণৰ দ্বাৰা উন্নতমানৰ জীৱন ধাৰণৰ পথ প্ৰদৰ্শন কৰা । প্ৰশিক্ষণৰ শেষত কেন্দ্ৰীয় চৰকাৰৰ পৰা উন্নতমানৰ প্ৰমাণ পত্ৰ প্ৰদান কৰা হব ।
প্ৰশিক্ষণৰ বিষয় সমূহ ঃ
চিওৱিং মেচিন অপাৰেটৰ ( Sewing Machine Operator )
শিক্ষাৰ্গত অৰ্হতা ঃ কমেও অষ্টম শ্ৰেনী উৰ্ত্তীণ হব লাগিব।
চেলচ এচোছিয়েট ( Sales Associates )
কমেও উচ্চতৰ মাধ্যমিক চুড়ান্ত পৰীক্ষাত উৰ্ত্তীণ হব লাগিব ।
ফুড এণ্ড বিভাৰেজেচ ( Food and Beverages )
কমেও উচ্চতৰ মাধ্যমিক চুড়ান্ত পৰীক্ষাত উৰ্ত্তীণ হব লাগিব ।
প্ৰয়োজনীয় নথি পত্ৰ ঃ ভোটাৰ কাৰ্ড বা পান কাৰ্ড,
শিক্ষাগত প্ৰমাণ পত্ৰ
বেংক একাউণ্ট
ফটো দুকপি
অভিভাৱকৰ ভোটাৰ কাৰ্ড বা পান কাৰ্ড ।

যোগাযোগ ঃ অৰিঅন এডুটেক, ইণ্ডাষ্ট্ৰি চক, মংগলদৈ ।
ফোন নং ঃ ৯৩৬৫০১০৬৯৫
৭৮৯৬৫৬৩০৯৮, ৭০০২৮১৮২০২

Today Kaushal Mela
22/09/2018

Today Kaushal Mela

Address

Mangaldoi
784146

Opening Hours

Monday 9:30am - 6:30pm
Tuesday 9:30am - 6:30pm
Wednesday 9:30am - 6:30pm
Thursday 9:30am - 6:30pm
Friday 9:30am - 6:30pm
Saturday 9:30am - 6:30pm

Alerts

Be the first to know and let us send you an email when Pradhan Mantri Kaushal Kendra, Darrang posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share