ছিপাঝাৰ মহাবিদ্যালয় আছু গোট

  • Home
  • India
  • Mangaldai
  • ছিপাঝাৰ মহাবিদ্যালয় আছু গোট

ছিপাঝাৰ মহাবিদ্যালয় আছু গোট সদৌ অসম ছাত্ৰ সন্থা ✊

প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ ৫৩ সংখ্যক জন্মদিন উপলক্ষ্যে ছিপাঝাৰ মহাবিদ্যালয়ত অনুষ্ঠিত ৰক্তদান শিবিৰত  ছিপাঝাৰ মহাবিদ্যাল...
17/11/2025

প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ ৫৩ সংখ্যক জন্মদিন উপলক্ষ্যে ছিপাঝাৰ মহাবিদ্যালয়ত অনুষ্ঠিত ৰক্তদান শিবিৰত ছিপাঝাৰ মহাবিদ্যালয় আছু গোটৰ সদস্য সকলে ৰক্তদান কৰে।

Utpal Sarma
Samiran Phukon
All Assam Students' Union - AASU

11/11/2025

ছিপাঝাৰ মহাবিদ্যালয় ছাত্ৰ একতা সভাৰ সাধাৰণ নিৰ্বাচনত সদৌ অসম ছাত্ৰ সন্থাৰ সমৰ্থিত প্ৰাৰ্থী ১১ গৰাকীৰ ভিতৰত উপ-সভাপতি,সহ: সাধাৰণ সম্পাদককে ধৰি ৭ গৰাকী প্ৰাৰ্থীৰ বৃহৎ জয়।

।।জয় আই অসম।।
Utpal Sarma
Samiran Phukon
All Assam Students' Union - AASU

জয় আই অসম ❤️✊
11/11/2025

জয় আই অসম ❤️✊

অভিনন্দন! 



Utpal Sarma
Samiran Phukon - সমীৰণ ফুকন

আইৰ মুখৰ ভাষা ৰক্ষাৰ বাবে মাত্ৰ ১৪ বছৰ বয়সত নিজৰ জীৱন উৎসৰ্গা কৰা মহান শ্বহীদ মোজামিল হকক আজিৰ পুণ্য মৃত্যু তিথিত শ্ৰদ্...
06/10/2025

আইৰ মুখৰ ভাষা ৰক্ষাৰ বাবে মাত্ৰ ১৪ বছৰ বয়সত নিজৰ জীৱন উৎসৰ্গা কৰা মহান শ্বহীদ মোজামিল হকক আজিৰ পুণ্য মৃত্যু তিথিত শ্ৰদ্ধাৰে সুঁৱৰিছো।

০৬-০৯-২০২৫ছিপাঝাৰ মহাবিদ্যালয় আছু গোটৰ বিশেষ সভা ।নৱ-নিৰ্বাচিত সকলোকে আন্তৰিক অভিনন্দন জনালোঁ।❤️✊Utpal Sarma Samiran Ph...
07/09/2025

০৬-০৯-২০২৫
ছিপাঝাৰ মহাবিদ্যালয় আছু গোটৰ বিশেষ সভা ।
নৱ-নিৰ্বাচিত সকলোকে আন্তৰিক অভিনন্দন জনালোঁ।
❤️✊

Utpal Sarma
Samiran Phukon

শিক্ষক দিৱসৰ শুভেচ্ছাৰে💐All Assam Students' Union - AASU Utpal Sarma Samiran Phukon
05/09/2025

শিক্ষক দিৱসৰ শুভেচ্ছাৰে💐
All Assam Students' Union - AASU
Utpal Sarma
Samiran Phukon

30/08/2025

ছিপাঝাৰ আঞ্চলিক ছাত্ৰ সন্থাৰ বিশেষ অভিনন্দন অনুষ্ঠান - ২০২৫❤️✊🏻

Utpal Sarma
Samiran Phukon

অভিনন্দন।  💐
26/08/2025

অভিনন্দন। 💐

ছিপাঝাৰ মহাবিদ্যালয় আছু গোটৰ তৰফৰ পৰা আজি ১৫/০৮/২০২৫ তাৰিখে বৈকুণ্ঠগামী হোৱা ছিপাঝাৰ মহাবিদ্যালয়ৰ মেধাৱী ছাত্ৰ প্ৰয়াত...
20/08/2025

ছিপাঝাৰ মহাবিদ্যালয় আছু গোটৰ তৰফৰ পৰা আজি ১৫/০৮/২০২৫ তাৰিখে বৈকুণ্ঠগামী হোৱা ছিপাঝাৰ মহাবিদ্যালয়ৰ মেধাৱী ছাত্ৰ প্ৰয়াত শশাংক বৰুৱাৰ বাসগৃহত উপস্থিত থাকি শোকবাৰ্তা প্ৰদান কৰা হয় ।

Utpal Sarma
Samiran Phukon

১৯৬৭ চনৰ আজিৰ দিনটোতেই পুৱা ৫ বজাত গৃহীত হৈছিল সদৌ অসম ছাত্ৰ সন্থাৰ সংবিধান। যোৱা ৫৭ বছৰত মাত্ৰ ছয়বাৰ এই সংবিধান সংশোধন ...
08/08/2025

১৯৬৭ চনৰ আজিৰ দিনটোতেই পুৱা ৫ বজাত গৃহীত হৈছিল সদৌ অসম ছাত্ৰ সন্থাৰ সংবিধান। যোৱা ৫৭ বছৰত মাত্ৰ ছয়বাৰ এই সংবিধান সংশোধন কৰা হৈছে। কিন্তু মূল লক্ষ্য, দৰ্শন সদায়েই অপৰিৱৰ্তিত। যোৱা প্ৰায় ছয় দশক ধৰি সংগঠনটোৰ পৰিচালনা আৰু পৰিকল্পনাৰ মূল আধাৰ হিচাপে থকা এই সংবিধান গৃহীত হোৱাৰ ঐতিহাসিক দিনটোত ছাত্ৰ সন্থাৰ পৰিয়ালৰ প্ৰতিগৰাকী সদস্যলৈ সংগ্ৰামী অভিবাদন জ্ঞাপন কৰিলোঁ।
।।জয় আই অসম।।

হে নৱাগত, ছিপাঝাৰ মহাবিদ্যালয়লৈ স্বাগতম❤️✊🏻বুকুত বান্ধি লৈ অহা তোমালোকৰ সপোন আৰু আদৰ্শ উজ্জীৱিত হওঁক, এই মহামিলনৰ পূণ্য...
01/08/2025

হে নৱাগত, ছিপাঝাৰ মহাবিদ্যালয়লৈ স্বাগতম❤️✊🏻
বুকুত বান্ধি লৈ অহা তোমালোকৰ সপোন আৰু আদৰ্শ উজ্জীৱিত হওঁক, এই মহামিলনৰ পূণ্যভূমিত ।🌸

।।জয়তু ছিপাঝাৰ মহাবিদ্যালয়।।
।।জয়তু ছিপাঝাৰ মহাবিদ্যালয় আছু গোট।।✊🏻❤️

সদৌটিলৈ অসমীয়া নৱবৰ্ষৰ ওলগ আৰু শুভাশা!Utpal Sarma
15/04/2025

সদৌটিলৈ অসমীয়া নৱবৰ্ষৰ ওলগ আৰু শুভাশা!

Utpal Sarma

Address

Mangaldai
784145

Website

Alerts

Be the first to know and let us send you an email when ছিপাঝাৰ মহাবিদ্যালয় আছু গোট posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share

Category