ASSP, Darrang.

ASSP, Darrang. ASSP is a non political organisation. Helping poor and downtrodden section of the society.

03/04/2026

অসম লাইভ ২৪ দ্বাৰা মঙলদৈ নাট‍্য মন্দিৰত আয়োজিত ৰণাংগন নামৰ অনুষ্ঠানত অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ দৰং জিলা সমিতিৰ সভাপতিৰ মন্তব্য।
Mafidul Islam
President
ASSP, Darrang. .

30/03/2026

জুবিন দা ৰাজনীতিৰ উৰ্দ্ধত…
জয় জুবিন দা ✊

Mafidul Islam
President
ASSP, Darrang.

30/03/2026

দৰং জিলাৰ গা-ধোৱাত প্ৰাক্তন বিধায়ক গুৰুজ্যোতি দাস আৰু বসন্ত দাসে এখন দলংৰ প্ৰতিশ্ৰুতি দি প্ৰতিশ্ৰুতি ৰক্ষাত বিফল হৈছে ।

Mafidul Islam
President
ASSP, Darrang.

30/03/2026

অসম লাইভ ২৪ দ্বাৰা মঙলদৈ নাট‍্য মন্দিৰত আয়োজিত ৰণাংগন নামৰ অনুষ্ঠানত অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ দৰং জিলা সমিতিৰ সভাপতিৰ মন্তব্য।

Mafidul Islam
President
ASSP, Darrang.

আজি ইং ২৯/০৩/২০২৬ তাৰিখ ৰবিবাৰে অসম সংখ্যালঘু সংগ্ৰাম পৰিষদ (ASSP) ৰ দৰং জিলা সমিতিৰ অন্তৰ্ভুক্ত বান্দিয়া আঞ্চলিক সমিতি ...
29/03/2026

আজি ইং ২৯/০৩/২০২৬ তাৰিখ ৰবিবাৰে অসম সংখ্যালঘু সংগ্ৰাম পৰিষদ (ASSP) ৰ দৰং জিলা সমিতিৰ অন্তৰ্ভুক্ত বান্দিয়া আঞ্চলিক সমিতি গঠণাৰ্থে কে. বান্দিয়া মনপ্ৰিয় সভাকক্ষত আয়োজিত সাধাৰণ সভাত আঞ্চলিক সমিতিখনৰ সভাপতি ফাৰুক আহমেদ, সাধাৰন সম্পাদক জাহিদুল ইছলাম কে আদি কৰি ৩১ জনীয়া এক শক্তিশালী আঞ্চলিক গঠন কৰা হয় । নৱ গঠিন আঞ্চলিক সমিতিখনৰ আটাইলৈ জিলা সমিতিৰ ফালৰ পৰা সংগ্ৰামী অভিন্দন জ্ঞাপন কৰিলো ।

Mafidul Islam
President
ASSP, Darrang.

আজি মঙলদৈ নাট‍্য মন্দিৰ প্রেক্ষাগৃহত প্ৰাগ নিউজে আয়োজন কৰা ৰণডংকা টক শ্ব ত অসম সংখ‍্যালঘু সংগ্ৰাম পৰিষদ (ASSP) ৰ দৰং জিল...
29/03/2026

আজি মঙলদৈ নাট‍্য মন্দিৰ প্রেক্ষাগৃহত প্ৰাগ নিউজে আয়োজন কৰা ৰণডংকা টক শ্ব ত অসম সংখ‍্যালঘু সংগ্ৰাম পৰিষদ (ASSP) ৰ দৰং জিলা সমিতিৰ পৰা অংশ গ্ৰহন কৰা সময়ত।

Mafidul Islam
President
ASSP, Darrang.

Congratulations Masket Ali for being appointed as vice president and Dulal Hoque as assistant general secretary of Darra...
29/03/2026

Congratulations Masket Ali for being appointed as vice president and Dulal Hoque as assistant general secretary of Darrang District Committee of the Asom Sankhyalaghu Sangram Parishad. It’s time to work for the needy people as well as the downtrodden section of the community.

-Mafidul Islam
president,
ASSP, Darrang.

Address

Darrang
Mangaldai
784146

Website

Alerts

Be the first to know and let us send you an email when ASSP, Darrang. posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share

Category