সৰাবাৰী গ্ৰাম্য ক্ৰীড়া সন্থা

  • Home
  • India
  • Mangaldai
  • সৰাবাৰী গ্ৰাম্য ক্ৰীড়া সন্থা

সৰাবাৰী গ্ৰাম্য ক্ৰীড়া সন্থা ১৯৭৮ চনত স্থাপিত এটি পঞ্জীয়ন প্ৰাপ্ত বেচৰকাৰী স্বেচ্ছাসেবী অনুষ্ঠান।

22/11/2025
নাগাৰা নাম অনুষ্ঠানৰ আলোকচিত্ৰ।
22/11/2025

নাগাৰা নাম অনুষ্ঠানৰ আলোকচিত্ৰ।

সকলোৰে উপস্থিতি আৰু সহযোগিতা কামনা কৰিলোঁ।
20/11/2025

সকলোৰে উপস্থিতি আৰু সহযোগিতা কামনা কৰিলোঁ।

শোক সংবাদ..সৰাবাৰী গ্ৰাম্য ক্ৰীড়া সন্থাৰ এগৰাকী সক্ৰিয় সদস্য  তথা নিজ সৰাবাৰী গাঁৱৰ উদীয়মান যুৱক  প্ৰয়াত হেম কলিতাৰ পু...
26/10/2025

শোক সংবাদ..

সৰাবাৰী গ্ৰাম্য ক্ৰীড়া সন্থাৰ এগৰাকী সক্ৰিয় সদস্য তথা নিজ সৰাবাৰী গাঁৱৰ উদীয়মান যুৱক প্ৰয়াত হেম কলিতাৰ পুত্ৰ সীমান্ত কলিতা (চুমু)ৰ আজি মহলীয়াপাৰা চ'কত সংঘটিত এক মটৰ গাড়ী দুৰ্ঘটনাত মৃত্যু হয়। এই আকস্মিক মৃত্যুৱে গাঁও তথা সমগ্ৰ অঞ্চলজুৰি গভীৰ শোকৰ ছাঁ পেলাই।

সীমান্তৰ এই অকাল আৰু দুখজনক মৃত্যুত আমি গ্ৰাম্য ক্ৰীড়া সন্থাই তেখেতৰ পৰিয়ালবৰ্গ আৰু আত্মীয় স্বজনক গভীৰ সমবেদনা জনাইছোঁ যাতে তেখেতৰ আত্মাই চিৰ শান্তি লাভ কৰে।

ঔম শান্তি

জুবিন দাই ভালপোৱা এই নাহৰে এদিন প্ৰাণ পাই উঠিব....আৰু গাব...নাহৰ পাতত...মেঘৰ ছাঁয়াই নাছক আজি..মন আকাশৰ..ডাৱৰৰে ফুল ফুলক ...
29/09/2025

জুবিন দাই ভালপোৱা এই নাহৰে এদিন প্ৰাণ পাই উঠিব....
আৰু গাব...

নাহৰ পাতত...
মেঘৰ ছাঁয়াই নাছক আজি..
মন আকাশৰ..
ডাৱৰৰে ফুল
ফুলক আজি...

Rest in peace legend

21/09/2025

💔

20/09/2025

শ্ৰদ্ধাঞ্জলি....

চকু মেলা..সাৰ পোৱা..মোলে চোৱা.. আকৌ এবাৰ...কথা কোৱা...
20/09/2025

চকু মেলা..
সাৰ পোৱা..
মোলে চোৱা..
আকৌ এবাৰ...
কথা কোৱা...

এটি যুগৰ অবসান....আপোনাৰ আত্মাই চিৰ শান্তি লাভ কৰক...
19/09/2025

এটি যুগৰ অবসান....
আপোনাৰ আত্মাই চিৰ শান্তি লাভ কৰক...

79 Independence day celebration
17/08/2025

79 Independence day celebration

সন্থাৰ মঞ্চ নিৰ্মাণৰ কাম পূৰ্ণ গতিত চলি আছে।আপোনালোকৰ সহায় সহযোগিতাৰ বাবে সকলোকে ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ।  #এটি সপ...
10/08/2025

সন্থাৰ মঞ্চ নিৰ্মাণৰ কাম পূৰ্ণ গতিত চলি আছে।আপোনালোকৰ সহায় সহযোগিতাৰ বাবে সকলোকে ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ।

#এটি সপোনে পূৰ্ণতা পোৱাৰ দিশত....

Address

Mangaldai
784147

Website

Alerts

Be the first to know and let us send you an email when সৰাবাৰী গ্ৰাম্য ক্ৰীড়া সন্থা posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share

Category