Makum Regional Students’ Union- AASU

Makum Regional Students’ Union- AASU Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from Makum Regional Students’ Union- AASU, Social service, MAKUM, Makum.

আজি মাকুম মহাবিদ্যালয়ত মাকুম আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত SPM IAS Academy ৰ সহযোগত  অনুষ্ঠিত কৰা UPSC আৰু APSC ৰ প্ৰতিযো...
16/03/2026

আজি মাকুম মহাবিদ্যালয়ত মাকুম আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত SPM IAS Academy ৰ সহযোগত অনুষ্ঠিত কৰা UPSC আৰু APSC ৰ প্ৰতিযোগিতামূলক পৰীক্ষাৰ প্ৰশিক্ষণ অনুষ্ঠিত কৰা হয় ।

07/03/2026
সদৌটিৰে সহায়-সহযোগিতা, দিহা-পৰামৰ্শ আন্তৰিকতাৰে কামনা কৰিলোঁ।
31/12/2025

সদৌটিৰে সহায়-সহযোগিতা, দিহা-পৰামৰ্শ আন্তৰিকতাৰে কামনা কৰিলোঁ।

মাকুম আঞ্চলিক ছাত্ৰ সন্থাৰ স্থায়ী কাৰ্য‍্যালয়টিৰ আজি আধাৰশিলা স্থাপন কৰা হয়।📍মাকুম বাইপাচ অভাৰ ব্ৰীজৰ কাষত।Utpal Sarma S...
22/12/2025

মাকুম আঞ্চলিক ছাত্ৰ সন্থাৰ স্থায়ী কাৰ্য‍্যালয়টিৰ আজি আধাৰশিলা স্থাপন কৰা হয়।

📍মাকুম বাইপাচ অভাৰ ব্ৰীজৰ কাষত।

Utpal Sarma Samiran Phukon - সমীৰণ ফুকন
Jitendra Chutia
Protim Neog Konseng Gogoi
Proben Phukon

Makum Regional Students’ Union- AASU

আজি ইং ১১ নৱেম্বৰ, ২০২৫ তাৰিখে গুৱাহাটীস্হিত সদৌ অসম ছাত্ৰ সন্থাৰ কাৰ্যনিৰ্বাহক সভাই  সন্মানীয় শ্ৰীযুত জিতেন্দ্ৰ চুতীয়া...
11/11/2025

আজি ইং ১১ নৱেম্বৰ, ২০২৫ তাৰিখে গুৱাহাটীস্হিত সদৌ অসম ছাত্ৰ সন্থাৰ কাৰ্যনিৰ্বাহক সভাই সন্মানীয় শ্ৰীযুত জিতেন্দ্ৰ চুতীয়াদেৱক সদৌ অসম ছাত্ৰ সন্থাৰ সাংগঠনিক সম্পাদক হিচাপে দায়িত্ব অৰ্পণ কৰে। জীতেন্দ্ৰ চুতীয়া ডাঙৰীয়াক মাকুম আঞ্চলিক ছাত্ৰ সন্থাৰ তৰফৰ পৰা শুভেচ্ছা ও অভিনন্দন জ্ঞাপন কৰিলোঁ।

Address

MAKUM
Makum
786170

Website

Alerts

Be the first to know and let us send you an email when Makum Regional Students’ Union- AASU posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share

Category