Majuli District Animal Husbandry & Veterinary Department

  • Home
  • India
  • Majuli
  • Majuli District Animal Husbandry & Veterinary Department

Majuli District Animal Husbandry & Veterinary Department Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from Majuli District Animal Husbandry & Veterinary Department, Government Organization, Majuli.

07/03/2026

please need your cooperation to achieve 100% Adhaar seeding…..

বিশ্ব জলাতংক দিৱস উদযাপন ।     ২৮ ছেপ্তেম্বৰ তাৰিখ '"বিশ্ব জলাতংক দিৱস"সমগ্ৰ বিশ্বৰ লগতে মাজূলী জিলাৰ পশু পালন আৰু পশু চ...
28/09/2025

বিশ্ব জলাতংক দিৱস উদযাপন ।
২৮ ছেপ্তেম্বৰ তাৰিখ '"বিশ্ব জলাতংক দিৱস"সমগ্ৰ বিশ্বৰ লগতে মাজূলী জিলাৰ পশু পালন আৰু পশু চিকিৎসা বিভাগৰ সৌজন্যত সপ্তাহ যোৱা কাৰ্যসূচী ৰে এই বছৰৰ বিশ্ব জলাতংক দিৱস উদযাপন কৰা হৈছে। যোৱা ২৫ ছেপ্তেম্বৰ ২০২৫ তাৰিখে মাজুলীৰ অন্যতম স্বেচ্ছাসেৱী সংগঠন "ছেষ্টা"ৰ সযযোগত ৰাৱাণাপাৰস্থ
অৰুনোদই চি এল এফ কেন্দ্ৰত প্ৰায় দেৰ শতাধিক ৰাইজৰ উপস্থিতিত , জলাতংক ৰোগ সম্পৰ্কে সজাগতা সভা ‌অনুস্থিত হয়। বিশ্ব জলাতংক দিৱস ৰ এই বৰ্ষৰ মূল theme Act Now -You -Me-and Community ৰ বিষয়ত বিস্তৃত বাখ্যা আগবঢ়াই মাজুলী জিলাৰ জিলা পশুপালন আৰু পশু চিকিৎসা বিষয়া ডা থানেশ্বৰ মূদৈ য়ে। জলাতংক ৰোগ নিয়ন্ত্ৰনৰ লগতে ২০৩০ চনৰ ভিতৰত জলাতংক ৰোগ নিৰ্মূল কৰাৰ ক্ষেত্ৰত ভাৰত চৰকাৰে গ্ৰহণ কৰা ব্যবস্থাৰ বিষয়ে সমবেত সকলক জনোৱা হয়। পোহনীয়া কুকুৰ/মেকুৰী বোৰৰ জলাতংক ৰোগ প্ৰতিৰোধ টীকাকৰণৰ সমান্তৰাল ভাৱে গৰাকী বিহীন কূকূৰ বোৰকো জলাতংক ৰোগ ৰ টীকা কৰনৰ কাৰ্যসূচীত ৰাইজৰ সহায় সহযোগ কামনা কৰা হয়।
জলাতংক ৰোগ ৰ ওপৰত এখনি ছুটি তথ্য চিত্ৰৰ প্ৰদৰ্শিত কৰি এই ৰোগ ৰ বিষয়ত বিস্তৃত ভাবে সজাগ কৰা হয়। মাজুলী জিলাৰ পশু চিকিৎসা বিষয়া ক্ৰমে ডা ভাইকন সিং, ডা ডিক জ্যোতি ভুঞা, ডা মৃগাঙ্ক বৰুৱা, ডা যোছেফ দাস, ই অংশগ্ৰহণ কৰা উক্ত দিনাৰ শিবিৰত ১৮ টা কুকুৰ ক জলাতংক টীকাকৰণ কৰা হয়।
আজি ২৮ ছেপ্তেম্বৰ তাৰিখে কমলাবাৰীত অনুষ্ঠিত হোৱা সজাগতা সভা আৰু টীকাকৰন কায্যাসূছীত ২৩ সংখ্যক কুকুৰ মেকুৰীক টীকা দিয়াৰ লগতে সমবেত সকলক জলাতংক ৰোগ ৰ সম্পৰ্কত সজাগ তথা গৰাকী বিহীন ৰাষ্টাৰ কূকূৰ বোৰক জলাতংক ৰোগ ৰ টীকা কৰনৰ ক্ষেত্ৰত সহায় সহযোগ আগবঢ়াবলৈ আহ্বান জনালোঁ হয়। অনুৰোপ কাৰ্যসূচী নামনি মাজুলীৰ বালিচাপৰি আৰু দক্ষিণ পাট অঞ্চলত অনুষ্ঠিত হব।

মুখ্যমন্ত্ৰী সমগ্র গ্ৰাম্য বিকাশ যোজনা ৰ অধীনত মাজুলী পশুপালন আৰু পশু চিকিৎসা বিভাগৰ উদ্যোগত মাজুলী জিলা প্ৰশাসনৰ সহযোগত...
11/04/2022

মুখ্যমন্ত্ৰী সমগ্র গ্ৰাম্য বিকাশ যোজনা ৰ অধীনত মাজুলী পশুপালন আৰু পশু চিকিৎসা বিভাগৰ উদ্যোগত মাজুলী জিলা প্ৰশাসনৰ সহযোগত 450 টা আত্ম সহায়ক গোট ৰ দুগ্ধ/ ছাগলী/ গাহৰি/ হাঁহ-কুকুৰাৰ পালনৰ বাবে প্ৰশিক্ষণ জেংৰাইমুখ মহাবিদ্যালয় ৰ প্ৰেক্ষাগৃহত ২ এপ্ৰিল' ২০২২ ৰ পৰা ৯ এপ্ৰিল'২০২২ লৈ ; শ্ৰীৰাম গাওঁ পঞ্চায়ত ত ২ ৰ পৰা ১১ এপ্ৰিল'২০২২ লৈ সম্পূৰ্ণ হৈছে আৰু উত্তৰ কমলাবাৰী সত্ৰ প্ৰেক্ষাগৃহত ২ ৰ পৰা ১২ এপ্ৰিল'২০২২ লৈ হব।

Address

Majuli
785106

Opening Hours

Monday 7am - 1pm
Tuesday 7am - 1pm
Wednesday 7am - 1pm
Thursday 7am - 1pm
Friday 7am - 1pm
Saturday 7am - 1pm
Sunday 7am - 12pm

Website

Alerts

Be the first to know and let us send you an email when Majuli District Animal Husbandry & Veterinary Department posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Organization

Send a message to Majuli District Animal Husbandry & Veterinary Department:

Share