INC - Majuli

INC - Majuli Official page Of Majuli District Congress Committee (SM&IT Department)

08/12/2025

‘বন্দে মাতৰাম’ৰ ১৫০ বছৰীয়া জয়ন্তী উপলক্ষে সংসদত শ্ৰী গৌৰৱ গগৈ ডাঙৰীয়াৰ ভাষণ.....



゚viralシviralシfypシ゚viralシalシ

07/12/2025
06/12/2025

Gaurav Gogoi

04/12/2025

দহ হাজৰ টকাৰ লোভত পৰি অসমত যাতে এনে নহয় ,সকলোৱে চিন্তা কৰিব লাগিব!

04/12/2025

মাজুলী বিধায়ক ভূৱন গাম ডাঙৰীয়া আপুনি চৰ্চাত থাকিবলৈ এনেধৰণৰ কথা কয় ?
নে আন কিবা!
আপুনি আগতে মাজুলীৰ পৰিসীমাৰ জ্ঞান লওক নহ'লে মাজুলীৰ ৰাইজে টু টু বা বা কৰিব!
আপোনাৰ কথাবোৰ শুনিলে আমি লাজ পাওঁ মানুহৰ আগত।


Pijush Hazarika

01/12/2025

"কংগ্রেছ দল আৰু বিৰোধী দলসমূহে এই অধিৱেশনত চৰকাৰে পাছ কৰিব বিচৰা সকলো বিলৰ ক্ষেত্ৰত চৰকাৰৰ লগত সহযোগিতা কৰিবলৈ সাজু আছে। আমাৰ একমাত্ৰ অনুৰোধ এয়াই যে, যদি আমি চৰকাৰৰ আনি থকা সকলো বিলতে সহযোগিতা কৰিছো, তেন্তে আমাক কেইটামান বিষয় উত্থাপন কৰিবলৈ অনুমতি দিয়ক আৰু চৰকাৰেও বিৰোধীৰ কেইটামান বিষয়ক আলোচনাৰ এজেণ্ডাত স্থান দিয়ক। কিন্তু আমি দেখিছো যে চৰকাৰে কেৱল নিজৰ বিল পাছ কৰাব বিচাৰে, বিৰোধীয়ে উত্থাপন কৰা বিষয়ৰ বাবে একো ঠাই ৰখা নাই। সংসদীয় গণতন্ত্ৰ এনেকৈ চলে জানো। আশা কৰোঁ, বিৰোধীয়ে সহযোগিতা কৰিবলৈ সাজু থকাৰ সময়ত চৰকাৰেও বিৰোধীৰ বিষয়সমূহ গ্ৰহণ কৰিবলৈ ইচ্ছুক হ’ব।
দিনটোৰ সকলো গুৰুত্বপূৰ্ণ বিষয় চৰকাৰী কাৰ্যসূচীত, সংসদৰ সেইদিনাৰ ব্যৱসায়ত তালিকাভুক্ত কৰা থাকে। চৰকাৰে যদি বিৰোধীৰ কোনো বিষয় গ্ৰহণ কৰিব বিচাৰে, তেন্তে সেই এজেণ্ডা আইটেমটো ব্যৱসায়ত প্ৰকাশ কৰক। তেওঁলোকে এটা কথা কয়, কিন্তু কামত সেই কথা পালন নকৰে। এয়াই সমস্যা।"
সাংসদ ,
Gaurav Gogoi

শৰাইঘাটৰ ঐতিহাসিক যুদ্ধতনিজৰ জীৱনকো তুচ্ছ কৰি, নৰীয়া গাৰে হাতত হেংদাং লৈবিশাল মোগল সেন্যৰ বিৰুদ্ধে যুদ্ধ কৰি মাতৃভূমিক ...
24/11/2025

শৰাইঘাটৰ ঐতিহাসিক যুদ্ধত
নিজৰ জীৱনকো তুচ্ছ কৰি, নৰীয়া গাৰে হাতত হেংদাং লৈ
বিশাল মোগল সেন্যৰ বিৰুদ্ধে যুদ্ধ কৰি মাতৃভূমিক শত্ৰুৰ হাতৰ পৰা ৰক্ষা কৰা অসমীয়া জাতিৰ স্বাভিমান আৰু বীৰত্বৰ প্ৰতীক মহাবীৰ লাচিত বৰফুকনলৈ আজি পবিত্ৰ ক্ষণত সশ্ৰদ্ধ প্ৰণাম জনাইছো।

শৰাইঘাটৰ যুদ্ধৰ সময়ত মোগলক ভেটিবৰ বাবে একেৰাতিতে গড় বান্ধিব নোৱাৰাৰ বাবে আৰু কামত গাফিলতি কৰাৰ বাবে খঙত জ্বলি-পকি উঠি হেংদাং উলিয়াই দায়িত্বত থকা নিজৰ মোমায়েকক "দেশতকৈ মোমাই ডাঙৰ নহয়" বুলি লাচিত বৰফুকনে একেঘাপে দুছোৱাকৈ কাটিছিল। ইয়াৰ আক্ষৰিক অৰ্থ আছিল যে দেশ বা দেশৰ প্ৰতি কৰ্তব্যই সকলোতকৈ গুৰুত্বপূৰ্ণ।ইয়াত কোনো ব্যক্তিগত বা আত্মীয়ৰ সম্পৰ্কৰ কোনো স্হান নাই। এই ঘটনাই লাচিত বৰফুকনৰ দেশ আৰু জাতিৰ প্ৰতি থকা তেওঁৰ গভীৰ আনুগত্য আৰু কৰ্তব্যবোধৰ পৰিচয় দিয়ে।

স্বদেশ আৰু স্বজাতিৰ সুৰক্ষাৰ বাবে তেখেতৰ অসীম ত্যাগ, অদম্য সাহস আৰু অতুলনীয় দেশপ্ৰেম আমাৰ প্ৰজন্মৰ পৰা প্ৰজন্মলৈ চিৰকাল অনুপ্ৰেৰণাৰ উৎস হৈ থাকিব।

লাচিত দিৱসৰ এই পবিত্ৰ ক্ষণত অসমমাতৃৰ এইগৰাকী মহান সন্তানক শ্ৰদ্ধাৰে সুঁৱৰিছো। 🙏
Gaurav Gogoi Indian National Congress - Assam

24/11/2025

সাংবাদিকক মৃত্যুৰ ভাবুকি প্ৰাক্তন ACS বিষয়া হিতেশ দেৱ শৰ্মাৰ।
Hitesh dev sharma
পুত্ৰ গীতাৰ্থ দেৱ শৰ্মাই উপৰ্যপৰি আক্ৰমণ কৰিছিল নিৰীহ লোকক।
Himanta Biswa Sarma Gaurav Gogoi Indian National Congress - Assam

23/11/2025

Gaurav Gogoi Himanta Biswa Sarma BJP Assam Pradesh

Sanatan Das Nipon Doley Prasanna Gam Montu Montu Montu Gam

আজি জননেতা তৰুণ গগৈ ডাঙৰীয়াৰ পঞ্চম মৃত্যুবাৰ্ষিকী--মাজুলী জিলা কংগ্ৰেছৰ উদ্যোগত শ্ৰদ্ধাঞ্জলি জনোৱা হ'য়।Gaurav Gogoi Ind...
23/11/2025

আজি জননেতা তৰুণ গগৈ ডাঙৰীয়াৰ পঞ্চম মৃত্যুবাৰ্ষিকী--মাজুলী জিলা কংগ্ৰেছৰ উদ্যোগত শ্ৰদ্ধাঞ্জলি জনোৱা হ'য়।
Gaurav Gogoi Indian National Congress - Assam

22/11/2025

জননেতা তৰুণ গগৈ ডাঙৰীয়াই যি কৈছিল ঠিকেই কৈছিল....
Gaurav Gogoi Indian National Congress - Assam

Address

Majuli

Website

Alerts

Be the first to know and let us send you an email when INC - Majuli posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share