27/02/2026
লহপহকৈ বাঢ়ি অহা শস্য আৰু ভৰি পৰা পথাৰে হাঁহি বিৰিঙাইছে আমাৰ কৃষক বন্ধুসকলৰ মুখত ।
অবিৰত জলসিঞ্চন, সমৃদ্ধ খেতিপথাৰ!
এই মন্ত্ৰ সৰোগত কৰিয়েই কৃষক ৰাইজৰ বাবে কাম কৰিবলৈ আমি সংকল্প বদ্ধ!
Installation of Solar Shallow Tube Well Scheme in Majuli LAC (10Points) ৰ গড়মূৰ স্থিত আচনিত, বড়ো খেতি কৰাৰ দৃশ্যাংশ
Department of Irrigation, Government of Assam
Bhuban Gam
District Administration Majuli