BJYM Ujani Majuli Mondal Official

BJYM Ujani Majuli Mondal Official good

আজি দেশৰ যশস্বী প্ৰধানমন্ত্ৰী শ্ৰীযুত নৰেন্দ্ৰ মোডী ডাঙৰীয়াৰ জন্মদিনৰ সংগতি ৰাখি, ভাৰতীয় জনতা যুৱ মৰ্চা মাজুলী জিলাৰ উদ্...
01/10/2023

আজি দেশৰ যশস্বী প্ৰধানমন্ত্ৰী শ্ৰীযুত নৰেন্দ্ৰ মোডী ডাঙৰীয়াৰ জন্মদিনৰ সংগতি ৰাখি, ভাৰতীয় জনতা যুৱ মৰ্চা মাজুলী জিলাৰ উদ্যোগত উজনি মাজুলী মণ্ডল যুৱ মৰ্চা আৰু ভাৰতীয় জনতা পাৰ্টি উজনি মাজুলীৰ মণ্ডল সমিতিৰ সহযোগত জেংৰাইমুখ আদর্শ চিকিৎসালয় চৌহদৰ লগতে ৰাজহুৱা স্থান সমূহত স্বচ্ছতা অভিযান শীৰ্ষক কাৰ্যসূচী লোৱা হয় ।





হিন্দু সকলৰ পৰম আৰাধ্য ভগৱান শ্ৰীকৃষ্ণক  লাভ জেহাদীৰ লগত তুলনা কৰি ভুপেন বৰা ডাঙৰীয়াই হিন্দু সকলৰ ভগৱানক কৰা  অপমান কোনো...
28/07/2023

হিন্দু সকলৰ পৰম আৰাধ্য ভগৱান শ্ৰীকৃষ্ণক লাভ জেহাদীৰ লগত তুলনা কৰি ভুপেন বৰা ডাঙৰীয়াই হিন্দু সকলৰ ভগৱানক কৰা অপমান কোনো কাৰণতে সহ্য কৰা নহব ৷ আজি উজনি মাজুলী মণ্ডল যুৱ মৰ্চাৰ সভাপতি শ্ৰী মৃণাল পেগু ৰ নেতৃত্বত ভুপেন বৰাৰ বিৰুদ্ধে মাজুলীৰ জেংৰাইমুখ থানাত এজাহাৰ দাখিল কৰা হয় ৷




অহা কালিলৈ 13/06/2023 মংগল বাৰে মহা জনসৰ্ম্পক অভিযানৰ  লগত সংগতি ৰাখি ভাৰতীয় জনতা যুৱ মৰ্চা,মাজুলী জিলাৰ  উদ্যোগত আৰু উ...
12/06/2023

অহা কালিলৈ 13/06/2023 মংগল বাৰে মহা জনসৰ্ম্পক অভিযানৰ লগত সংগতি ৰাখি ভাৰতীয় জনতা যুৱ মৰ্চা,মাজুলী জিলাৰ উদ্যোগত আৰু উজনি মাজুলী মণ্ডল যুৱ মৰ্চাৰ সহযোগত মটৰ চাইকেল ৰেলী অনুষ্ঠিতত কৰা হৈছে । গতিকে সকলো কাৰ্য্যকৰতাক উক্ত স্থান ও নিদ্ৰিত সময়ত উপস্থিতি কামনা কৰিলো।
ধন্যবাদ।

যুৱ শক্তি ৰাষ্ট্ৰ শক্তি
10/06/2023

যুৱ শক্তি ৰাষ্ট্ৰ শক্তি

Wishing me a quick recovery
09/05/2023

Wishing me a quick recovery

মাজুলীৰ সন্মানীয় বিধায়ক শ্ৰীযুত ভূৱন গাম ডাঙৰীয়া মাজুলীৰ পৰা গুৱাহাটীলৈ যাত্ৰাৰ পথত, কিছু সময়ৰ আগতে তেজপুৰত তেখেতৰ বাহন ...
09/05/2023

মাজুলীৰ সন্মানীয় বিধায়ক শ্ৰীযুত ভূৱন গাম ডাঙৰীয়া মাজুলীৰ পৰা গুৱাহাটীলৈ যাত্ৰাৰ পথত, কিছু সময়ৰ আগতে তেজপুৰত তেখেতৰ বাহন খন দুৰ্ঘটনাত পতিত হয়। দুৰ্ঘটনাত মাননীয় বিধায়ক ভূৱন গাম ডাঙৰীয়া আৰু তেখেতৰ পৰিবাৰৰ লগতে তেখেতৰ দেহৰক্ষী আৰু ব্যক্তিগত সহায়ক দুৰ্ঘটনাত আঘাত প্ৰাপ্ত হয়।
মাননীয় বিধায়ক মহোদয়ৰ লগতে সকলোৰে আশু আৰোগ্য কামনাৰে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনালোঁ।..

যশস্বী  প্ৰধানমন্ত্ৰী  Narendra Modi  ডাঙৰীয়াৰ “ মন কী বাত ” অনুষ্ঠানটিক ইউনেস্ক ( UNESCO )ই  সৰ্বশ্ৰেষ্ঠ অনাতাঁৰ অনুষ্ঠ...
27/04/2023

যশস্বী প্ৰধানমন্ত্ৰী Narendra Modi ডাঙৰীয়াৰ “ মন কী বাত ” অনুষ্ঠানটিক ইউনেস্ক ( UNESCO )ই সৰ্বশ্ৰেষ্ঠ অনাতাঁৰ অনুষ্ঠান হিচাপে ঘোষণা কৰিছে। অহা ৩০ এপ্ৰিলত মন কী বাতৰ ১০০তম খণ্ড সম্প্ৰচাৰণ বাবে আজি উজনি মাজুলী মণ্ডল সমিতিৰ সাংগঠনিক সভা হয় আৰু প্ৰতিখন সাংগঠনিক জিলাৰ প্ৰতিটো বুথতে ন্যূনতম ১০০ জন লোকৰ উপস্থিতিত এই কাৰ্যক্ৰম শুনাৰ বাবে সকলোকে আহ্বান জনালোঁ৷ ধন্যবাদ ।
Himanta Biswa Sarma
BJP Assam Pradesh
Sidhanku Ankur Barua

উজনি মাজুলী মণ্ডলৰ মণ্ডল সবলীকৰণ সভা মণ্ডল সভাপতি মৃণাল পেগু ডাঙৰীয়াৰ সভাপতিত্বত অনুষ্ঠিত হয়, সভাত উপস্থিত থাকে  ৰাজ্য...
26/04/2023

উজনি মাজুলী মণ্ডলৰ মণ্ডল সবলীকৰণ সভা মণ্ডল সভাপতি মৃণাল পেগু ডাঙৰীয়াৰ সভাপতিত্বত অনুষ্ঠিত হয়, সভাত উপস্থিত থাকে ৰাজ্যিক প্ৰভাৰী Kiran saikia ডাঙৰীয়া, জিলা সভাপতি Beda Protim Bora ডাঙৰীয়া, সাধাৰণ সম্পাদক দিপাংকৰ পেগু ডাঙৰীয়া ৰাজ্যিক কাৰ্য্যনিৰ্বাহক সদস্য প্ৰাঞ্জল ৰয় আৰু দলীয় কৰ্মী সকলে।
Himanta Biswa Sarma
BJYM Majuli
Bhuban Gam
BJYM Assam
Sidhanku Ankur Barua

বিশ্বৰ সৰ্ববৃহৎ ৰাজনৈতিক দল, ভাৰতীয় জনতা পাৰ্টিৰ ৪৪ সংখ্যক প্ৰতিষ্ঠা দিৱসৰ শুভ মুহূৰ্তত দলৰ জেষ্ঠ  কাৰ্য্যকৰতা তথা উজনি ...
06/04/2023

বিশ্বৰ সৰ্ববৃহৎ ৰাজনৈতিক দল, ভাৰতীয় জনতা পাৰ্টিৰ ৪৪ সংখ্যক প্ৰতিষ্ঠা দিৱসৰ শুভ মুহূৰ্তত দলৰ জেষ্ঠ কাৰ্য্যকৰতা তথা উজনি মাজুলীৰ বিশিষ্ট সমাজ সেৱক আৰু বিশিষ্ট সাংস্কৃতিক ব্যক্তিক মিচিং মাপলাৰে সৰ্ম্বধনা জনাই।

ওপজা দিনৰ আন্তৰিক শুভকামনা জনালোঁ Sidhanku Ankur Barua দাদা💐,লগতে সু-স্বাস্থ্য আৰু উজ্জ্বল ভৱিষ্যত কামনা কৰিলোঁ।Sidhanku...
11/02/2023

ওপজা দিনৰ আন্তৰিক শুভকামনা জনালোঁ Sidhanku Ankur Barua দাদা💐,লগতে সু-স্বাস্থ্য আৰু উজ্জ্বল ভৱিষ্যত কামনা কৰিলোঁ।
Sidhanku Ankur Barua

Address

Jengraimukh Majuli
Majuli
785105

Telephone

+18474841908

Website

Alerts

Be the first to know and let us send you an email when BJYM Ujani Majuli Mondal Official posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Organization

Send a message to BJYM Ujani Majuli Mondal Official:

Share