BJYM Majuli

BJYM Majuli যুৱ শক্তিৰ প্ৰেৰণাৰে দেশ তথা দেশৰ জনসাধাৰণৰ সেৱাত উৎসৰ্গিত ৰাষ্ট্ৰহিতৈষী যুৱ সংগঠন "ভাৰতীয় জনতা যুৱ মৰ্চা"

শুভ জন্মদিন 🎉🎊🎂  Rakesh Das BJYM Assam Rituparna Sarmah
15/04/2026

শুভ জন্মদিন 🎉🎊🎂



Rakesh Das
BJYM Assam
Rituparna Sarmah

আদৰৰ বিহুটিয়ে আমাৰ সাতামপুৰুষীয়া এনাজৰীডাল সুদৃঢ় কৰি সমাজলৈ কঢ়িয়াই আনক সমৃদ্ধি আৰু আনন্দৰ নতুন বতৰা ।
15/04/2026

আদৰৰ বিহুটিয়ে আমাৰ সাতামপুৰুষীয়া এনাজৰীডাল সুদৃঢ় কৰি সমাজলৈ কঢ়িয়াই আনক সমৃদ্ধি আৰু আনন্দৰ নতুন বতৰা ।

সকলোলৈ অসমীয়াৰ বাপতি সাহোন গৰু বিহু আৰু পবিত্ৰ সংক্ৰান্তিৰ হিয়াভৰা শুভেচ্ছা আৰু শুভকামনা যাচিলোঁ।
14/04/2026

সকলোলৈ অসমীয়াৰ বাপতি সাহোন গৰু বিহু আৰু পবিত্ৰ সংক্ৰান্তিৰ হিয়াভৰা শুভেচ্ছা আৰু শুভকামনা যাচিলোঁ।

বিশ্বৰ সৰ্ববৃহৎ ৰাজনৈতিক দল ভাৰতীয় জনতা পাৰ্টিৰ প্রতিষ্ঠা দিৱসত সেৱা সংঘর্ষ সমর্পন নীতিৰে ৰাষ্ট্ৰ নিৰ্মাণত ব্রতী হোৱা দ...
06/04/2026

বিশ্বৰ সৰ্ববৃহৎ ৰাজনৈতিক দল ভাৰতীয় জনতা পাৰ্টিৰ প্রতিষ্ঠা দিৱসত সেৱা সংঘর্ষ সমর্পন নীতিৰে ৰাষ্ট্ৰ নিৰ্মাণত ব্রতী হোৱা দলৰ প্রতিজন কার্যকর্তাক আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ ।

🚩

Tejasvi Surya
Rakesh Das
Rituparna Sarmah

03/04/2026
অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী, আধুনিক মাজুলীৰ নিৰ্মাতা তথা সন্মানীয় কেন্দ্ৰীয় মন্ত্ৰী শ্ৰীযুত Sarbananda Sonowal  ডাঙৰীয়াক ...
02/04/2026

অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী, আধুনিক মাজুলীৰ নিৰ্মাতা তথা সন্মানীয় কেন্দ্ৰীয় মন্ত্ৰী শ্ৰীযুত Sarbananda Sonowal ডাঙৰীয়াক জাতি-জনজাতিৰ মিলনভূমি তথা সত্ৰভূমি মাজুলীলৈ উষ্ম আদৰণি জনোৱাৰ লগতে মাজুলীবাসী ৰাইজৰ উপস্থিত কামনা কৰিলোঁ ।

Himanta Biswa Sarma
Dilip Saikia
BJYM Assam
Rakesh Das
BJYM Assam
Bhuban Gam
Rituparna Sarmah

02/04/2026

ভাৰতীয় জনতা পাৰ্টি নেতৃত্বাধীন ৰাষ্ট্ৰীয় গণতান্ত্ৰিক মৰ্চা (NDA)ৰ সমৰ্থিত ৯৮নং মাজুলী বিধানসভা সমষ্টিৰ প্ৰাৰ্থী শ্ৰদ্ধাৰ Bhuban Gam ডাঙৰীয়াই ভাৰতীয় জনতা যুৱ মৰ্চা, মাজুলী জিলাৰ অন্তৰ্গত চাৰিওটা মণ্ডলৰ যুৱ বুথ বাহিনীৰ সভাপতি/সম্পাদক সকলৰ সৈতে বাৰ্তালাপ কৰে আৰু বুথ বাহিনীৰ যুৱ কাৰ্যকৰ্তা সকলেও পূৰ্ণোদ্যমে আগন্তোক নিৰ্বাচনত তেখেতক বিপুল ভোটত বিজয়ী কৰি মাজুলীৰ সামগ্ৰিক উন্নয়ন আৰু বিকাশৰ সংকল্প লয়।



Himanta Biswa Sarma
Dilip Saikia
Rakesh Das
BJYM Assam
Dipak Goswami
Rituparna Sarmah
Priya Kumar Yein

দেশৰ যশস্বী জনপ্ৰিয় প্ৰধানমন্ত্ৰী মাননীয় শ্ৰীযুত Narendra Modi  ডাঙৰীয়াক পবিত্ৰ ভূমি অসমলৈ আন্তৰিক স্বাগতম জনাইছোঁ ।Hima...
31/03/2026

দেশৰ যশস্বী জনপ্ৰিয় প্ৰধানমন্ত্ৰী মাননীয় শ্ৰীযুত Narendra Modi ডাঙৰীয়াক পবিত্ৰ ভূমি অসমলৈ আন্তৰিক স্বাগতম জনাইছোঁ ।

Himanta Biswa Sarma
Dilip Saikia
Rakesh Das
BJYM Assam
Rituparna Sarmah

29/03/2026
29/03/2026

ভাৰতীয় জনতা যুৱ মৰ্চাৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক শ্ৰদ্ধাৰ শ্ৰীযুত ৰোহিত চহল ডাঙৰীয়াৰ উপস্থিতিত ভাৰতীয় জনতা যুৱ মৰ্চা, মাজুলী জিলাৰ দ্বাৰা আয়োজিত কাৰ্যসূচীৰ কিয়দাংশ…

Himanta Biswa Sarma
Dilip Saikia
Ravindra Raju
BJYM Assam
Rakesh Das
Rituparna Sarmah

অসমৰ কৰ্মদক্ষ জনপ্ৰিয় মুখ্যমন্ত্ৰী ড° Himanta Biswa Sarma  ডাঙৰীয়াই ৯৮ নং মাজুলী বিধানসভা সমষ্টিৰ NDA সমৰ্থিত প্ৰাৰ্থী B...
29/03/2026

অসমৰ কৰ্মদক্ষ জনপ্ৰিয় মুখ্যমন্ত্ৰী ড° Himanta Biswa Sarma ডাঙৰীয়াই ৯৮ নং মাজুলী বিধানসভা সমষ্টিৰ NDA সমৰ্থিত প্ৰাৰ্থী Bhuban Gam ডাঙৰীয়াৰ হৈ অহা কালিলৈ নিৰ্বাচনী প্ৰচাৰ চলাবলৈ আহিব ।
মাজুলীবাসী ৰাইজৰ উপস্থিতি কামনা কৰাৰ লগতে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক মাজুলীলৈ উষ্ম আদৰণি জনাইছোঁ ।

Dilip Saikia
BJP Assam Pradesh
Rakesh Das
BJYM Assam
Rituparna Sarmah
Dipak Goswami

ভাৰতীয় জনতা যুৱ মৰ্চাৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক শ্ৰদ্ধাৰ শ্ৰীযুত  ডাঙৰীয়াৰ উপস্থিতিত ভাৰতীয় জনতা যুৱ মৰ্চা, মাজুলী জি...
29/03/2026

ভাৰতীয় জনতা যুৱ মৰ্চাৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক শ্ৰদ্ধাৰ শ্ৰীযুত ডাঙৰীয়াৰ উপস্থিতিত ভাৰতীয় জনতা যুৱ মৰ্চা, মাজুলী জিলাৰ সভাপতি শ্ৰীযুত Rituparna Sarmah ডাঙৰীয়া, জিলা প্ৰভাৰী শ্ৰীযুত Priya Kumar Yein ডাঙৰীয়াকে প্ৰমুখ্য কৰি জিলাৰ বিষয়বৱীয়া, চাৰিওটা মণ্ডলৰ সন্মানীয় সভাপতি, সাধাৰণ সম্পাদকৰ উপস্থিতিত আজি ভাৰতীয় জনতা পাৰ্টি নেতৃত্বাধীন ৰাষ্ট্ৰীয় গণতান্ত্ৰিক মৰ্চা (NDA)ৰ সমৰ্থিত ৯৮নং মাজুলী সবিধানসভা সমষ্টিৰ প্ৰাৰ্থী শ্ৰদ্ধাৰ Bhuban Gam ডাঙৰীয়াক বিপুল ভোটত জয়যুক্ত কৰাবলৈ এক গুৰুত্বপূৰ্ণ আলোচনা কৰা হয় আৰু দক্ষিণ-পূব মণ্ডলৰ ৰঙাচাঁহী পঞ্চায়তত চোতাল বৈঠক অনুষ্ঠিত কৰা হয়।

Himanta Biswa Sarma
Dilip Saikia
Ravindra Raju
BJYM Assam
Rakesh Das
Rituparna Sarmah

Address

Majuli-Bongaon

Alerts

Be the first to know and let us send you an email when BJYM Majuli posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Organization

Send a message to BJYM Majuli:

Share