Jiban Doley official

Jiban Doley official always positive

Let's go Mising Olympic
25/09/2023

Let's go Mising Olympic

10/07/2023

এটা সমস্যা সমাধান হোৱাৰ আগতে আন এটা সমস্যাই লাগি ধৰে।ভগৱানে ও মোক পৰীক্ষা কৰিছে কিমান ধৈৰ্য আছে !

07/04/2023

গছ থাকিলেহে মানুহ থাকিব।অহা 22 এপ্ৰিল তাৰিখে শ্বহীদ দিৱস আৰু বিশ্ব ধৰিত্ৰী দিৱসৰ লগত সংগতি ৰাখি চিলাপথাৰ কাৰেং চাপৰিত সকলোৰে সহযোগত ১লাখ গছপুলি ৰোপণ কৰোঁ।

আমাৰ সংগ্ৰাম অবিৰত,আমাৰ ন্যাৰ্য প্ৰাপ্তিৰ বাবে আমি যুঁজিম,আমি শিকিম,আমি এদিন জিকিম।  সকলোৰে সহায়-সহযোগিতা,দিহা-পৰামৰ্শ,স...
07/04/2023

আমাৰ সংগ্ৰাম অবিৰত,আমাৰ ন্যাৰ্য প্ৰাপ্তিৰ বাবে আমি যুঁজিম,আমি শিকিম,আমি এদিন জিকিম।
সকলোৰে সহায়-সহযোগিতা,দিহা-পৰামৰ্শ,সকলোৰে ধৈৰ্য্য ,সাহক আৰু ত্যাগক মূলধন হিচাপে লৈ।ষষ্ঠদশ ত্ৰি-বাৰ্ষিক সাধাৰণ অধিবেশনলৈ সকলোৰে উপস্থিত ও সাফল্যমণ্ডিত কামনা কৰিলোঁ।
MISING PORIN KEBANG Jengrai regional committee

সুখবৰ!  বিনামূলীয়া UPSC/APSC  coachingৰ পাঠদান।ইচ্ছুক ছাত্ৰ-ছাত্ৰীয়ে তলৰ ঠিকনা ত যোগাযোগ কৰক।
31/03/2023

সুখবৰ!
বিনামূলীয়া UPSC/APSC coachingৰ পাঠদান।ইচ্ছুক ছাত্ৰ-ছাত্ৰীয়ে তলৰ ঠিকনা ত যোগাযোগ কৰক।

আন্তৰিক অভিনন্দন জনাইছোঁ।
09/03/2023

আন্তৰিক অভিনন্দন জনাইছোঁ।

Address

Jengraimukh
Majuli-Bongaon
785104

Website

Alerts

Be the first to know and let us send you an email when Jiban Doley official posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share

Category