BJYM,Lumding Mandal

BJYM,Lumding Mandal yuba shakti,Rashtra shakti

01/06/2026

ভারতীয় জনতা যুব মোর্চা (BJYM) লামডিং মণ্ডলের সভাপতি শ্রী রাজেশ সরকার মহোদয়ের পিতা ও মাতা উভয়েই বর্তমানে অসুস্থতাজনিত কারণে লামডিং রেলওয়ে হাসপাতালে চিকিৎসাধীন রয়েছেন। একজন আইসিইউতে এবং অন্যজন পুরুষ ওয়ার্ডে ভর্তি আছেন।
এই কঠিন সময়ে আমরা তাঁদের দ্রুত সুস্থতা ও আশু আরোগ্য কামনা করছি। সর্বশক্তিমান ঈশ্বরের কাছে প্রার্থনা করি, তিনি যেন তাঁদের শারীরিক কষ্ট দূর করে দ্রুত সম্পূর্ণ সুস্থ করে তোলেন এবং পরিবারের সান্নিধ্যে ফিরিয়ে দেন।
শীঘ্র আরোগ্য লাভ করুন — এই আন্তরিক প্রার্থনাই রইল। 🙏🌹
"ঈশ্বর আপনাদের সুস্থতা, শক্তি ও সাহস দান করুন। সুদিন খুব শিগগিরই ফিরে আসুক।" ❤️🙏

28/05/2026

আজি ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ ঈদ-উল-আদহা উপলক্ষে শুভেচ্ছা জ্ঞাপন কৰিলোঁ৷

Greetings to those celebrating Eid-ul-Adha. Wishing everyone good health and prosperity.

05/05/2026

ধন্যবাদ লামডিং সমষ্টিৰ সন্মানীয় জনসাধাৰণক। আপোনালোকৰ অমূল্য সমৰ্থন আৰু বিশ্বাসৰ ফলতেই শ্ৰী সিবু মিশ্ৰ ডাঙৰীয়াক তৃতীয় বাৰৰ বাবে বিধায়ক হিচাপে দিছপুৰলৈ পঠোৱাৰ সুযোগ লাভ হ’ল। এই জয় কেৱল এজন প্ৰাৰ্থীৰ নহয়, ই সমগ্ৰ লামডিংবাসীৰ একতা, আশা আৰু উন্নয়নৰ আকাংক্ষাৰ প্ৰতিফলন।

আগন্তুক দিনত এই বিশ্বাস আৰু আশাক সঁচা কৰিবলৈ আমি সকলোয়ে মিলি লামডিঙৰ উন্নয়ন আৰু সমৃদ্ধিৰ বাবে আগবাঢ়ি যাম। আপোনালোকৰ মৰম আৰু আশীৰ্বাদ সদায় আমাৰ লগত থাকক। ধন্যবাদ 🙏

Himanta Biswa Sarma
Sibu Misra

আজি আন্তৰ্জাতিক শ্ৰমিক দিৱস।
01/05/2026

আজি আন্তৰ্জাতিক শ্ৰমিক দিৱস।

পৱিত্ৰ বুদ্ধ পূৰ্ণিমাৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ
01/05/2026

পৱিত্ৰ বুদ্ধ পূৰ্ণিমাৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ

22/04/2026

পহলগামত সংঘটিত হোৱা সন্ত্ৰাসবাদী আক্ৰমণৰ আজি এটা বছৰ সম্পূৰ্ণ হ’ল। এই এক বছৰৰ পিছতো সেই দুখজনক ঘটনাৰ স্মৃতি এতিয়াও আমাৰ হৃদয়ত সতেজ হৈ আছে। বহু নিৰীহ মানুহে নিজৰ জীৱন হেৰুৱাইছিল, আৰু বহু পৰিয়াল আজিও সেই বেদনাৰ সৈতে জীৱন কটাই আছে।

এই দিনটোত আমি সকলো নিহত লোকসকলক গভীৰ শ্ৰদ্ধাৰে স্মৰণ কৰোঁ আৰু তেখেতসকলৰ আত্মাৰ চিৰশান্তি কামনা কৰোঁ। লগতে, ক্ষতিগ্ৰস্ত পৰিয়ালসমূহৰ প্ৰতি আমাৰ আন্তৰিক সহানুভূতি প্ৰকাশ কৰোঁ।

এনে ঘটনা পুনৰ কেতিয়াও নহওক বুলি আমি সকলোয়ে প্ৰাৰ্থনা কৰোঁ আৰু শান্তি, সম্প্ৰীতি আৰু মানবতাৰ পথত আগবাঢ়ি যোৱাৰ প্ৰতিশ্ৰুতি লওঁ।

ভাৰতীয় জনতা যুৱ মৰ্চা, অসম প্ৰদেশৰ সন্মানীয় সভাপতি Rakesh Das ডাঙৰীয়ালৈ ভাৰতীয় জনতা যুৱ মৰ্চা, BJYM LUMDING তৰফৰ পৰা...
15/04/2026

ভাৰতীয় জনতা যুৱ মৰ্চা, অসম প্ৰদেশৰ সন্মানীয় সভাপতি Rakesh Das ডাঙৰীয়ালৈ ভাৰতীয় জনতা যুৱ মৰ্চা, BJYM LUMDING তৰফৰ পৰা জন্মদিনৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ ।

BJYM State President

14/04/2026

সকলোলৈ মোৰ আন্তৰিক ৰঙালী বিহুৰ শুভেচ্ছা আৰু অভিনন্দন জনালোঁ। এই পৱিত্ৰ উৎসৱে আপোনালোকৰ জীৱনত সুখ, শান্তি আৰু সমৃদ্ধি কঢ়িয়াই আনক। নতুন বছৰত সকলোৰে আশা-আকাংক্ষা পূৰণ হওক আৰু পৰিয়ালৰ সৈতে আনন্দেৰে এই বিহু উদযাপন কৰক। ৰঙালী বিহুৰ মৰম আৰু আনন্দে সকলোৰে জীৱন উজ্জ্বল কৰি ৰাখক। 🌸🙏

ওঁম শান্তি 🙏ভাৰতীয় সংগীত জগতত এক উজ্জ্বল নক্ষত্ৰ, সংগীত সম্ৰাজ্ঞী Asha Bhosle ডাঙৰীয়ানীৰ মহাপ্ৰয়াণে সমগ্ৰ দেশক গভীৰ শোক...
12/04/2026

ওঁম শান্তি 🙏

ভাৰতীয় সংগীত জগতত এক উজ্জ্বল নক্ষত্ৰ, সংগীত সম্ৰাজ্ঞী Asha Bhosle ডাঙৰীয়ানীৰ মহাপ্ৰয়াণে সমগ্ৰ দেশক গভীৰ শোকত নিমজ্জিত কৰিছে। নিজৰ স্বকীয় কণ্ঠৰ যাদুৰে অসংখ্য সংগীতপ্ৰেমীৰ হৃদয় জয় কৰা তেখেতৰ অৱদান সদায় অম্লান হৈ থাকিব।

BJYM Lumding মণ্ডলৰ ফালৰ পৰা তেখেতৰ বিদেহ আত্মাৰ চিৰশান্তি কামনা কৰি ঈশ্বৰৰ শ্ৰীচৰণত প্ৰাৰ্থনা জনোৱা হৈছে। লগতে তেখেতৰ পৰিয়ালবৰ্গ আৰু গুণমুগ্ধ সকলো অনুৰাগীলৈ গভীৰ সমবেদনা জ্ঞাপন কৰা হৈছে।

তেখেতৰ সুৰৰ ধ্বনি চিৰদিনে আমাৰ হৃদয়ত অনুৰণিত হৈ থাকিব। 🌼

Asha Bhosle

ভাৰতীয় জনতা যুব মৰ্চা, হোজাই জিলাৰ সন্মানীয় সভানেত্ৰী পদ্মিনী সাহু ডাঙৰীয়ানীক জন্মদিনৰ আন্তৰিক শুভেচ্ছা জনালোঁ🎂🎂
10/04/2026

ভাৰতীয় জনতা যুব মৰ্চা, হোজাই জিলাৰ সন্মানীয় সভানেত্ৰী পদ্মিনী সাহু ডাঙৰীয়ানীক জন্মদিনৰ আন্তৰিক শুভেচ্ছা জনালোঁ🎂🎂

Address

Lumding
782447

Website

Alerts

Be the first to know and let us send you an email when BJYM,Lumding Mandal posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share