Skylark Jatiya Vidyalaya,UDALI

Skylark Jatiya Vidyalaya,UDALI It's a school with all smart facilities!!!!

15/02/2026

নামভৰ্ত্তিকৰণ চলি আছে। Admission Going On

09/02/2026
বাৰ্ষিক ক্ৰীড়া সমাপ্ত হোৱাত ছাত্ৰ-ছাত্ৰীক উৎসাহিত কৰাৰ এক ক্ষুদ্ৰ প্ৰয়াস।
09/02/2026

বাৰ্ষিক ক্ৰীড়া সমাপ্ত হোৱাত ছাত্ৰ-ছাত্ৰীক উৎসাহিত কৰাৰ এক ক্ষুদ্ৰ প্ৰয়াস।

অহা ১০ ফেব্ৰুৱাৰীৰ পৰা ২৭ ফেব্ৰুৱাৰী, ২০২৬ লৈ অনুষ্ঠিত হ’বলগীয়া হাই স্কুল শিক্ষান্ত পৰীক্ষা আৰু ১১ ফেব্ৰুৱাৰীৰ পৰা ১৬ মা...
06/02/2026

অহা ১০ ফেব্ৰুৱাৰীৰ পৰা ২৭ ফেব্ৰুৱাৰী, ২০২৬ লৈ অনুষ্ঠিত হ’বলগীয়া হাই স্কুল শিক্ষান্ত পৰীক্ষা আৰু ১১ ফেব্ৰুৱাৰীৰ পৰা ১৬ মাৰ্চ, ২০২৬ লৈ অনুষ্ঠিত হ’বলগীয়া উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষা হোজাই জিলাত শান্তিপূৰ্ণ আৰু স্বচ্ছতাৰে পৰিচালনা কৰাৰ লক্ষ্যৰে হোজাই জিলা প্ৰশাসনে বিশেষ সতৰ্কতামূলক ব্যৱস্থা গ্ৰহণ কৰিছে। পৰীক্ষা চলি থকাৰ সময়ছোৱাত যিকোনো ধৰণৰ অপ্ৰত্যাশিত ঘটনা ৰোধ কৰাৰ উদ্দেশ্যে হোজাই জিলাৰ জিলা দণ্ডাধীশ শ্ৰী বিদ্যুৎ বিকাশ ভাগৱতীয়ে ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতা (BNSS), ২০২৩-ৰ ১৬৩ ধাৰাৰ অধীনত তৎকালে বলবৎ হোৱাকৈ হোজাই জিলাৰ সকলো পৰীক্ষা কেন্দ্ৰৰ শূন্য বিন্দুৰ পৰা ১০০ মিটাৰ পৰিসৰৰ ভিতৰত কেতবোৰ নিষেধাজ্ঞা জাৰি কৰিছে। এই নিষেধাজ্ঞা ১০ ফেব্ৰুৱাৰীৰ পৰা ১৬ মাৰ্চ, ২০২৬ পৰ্যন্ত অৰ্থাৎ পৰীক্ষা প্ৰক্ৰিয়া সমাপ্ত নোহোৱালৈকে বলবৎ থাকিব।
Directorate of Information and Public Relations, Assam
Hojai District Administration

05/02/2026

ছদ্মবেশ প্ৰতিযোগিতা

04/02/2026

অন্ধৰ কলহ ভঙা!!

গণতন্ত্ৰ দিৱস হৈছে ভাৰতৰ এক ৰাষ্ট্ৰীয় উৎসৱ, যি ২৬ জানুৱাৰী, ১৯৫০ চনত ভাৰতৰ সংবিধান কাৰ্যকৰী হোৱাৰ স্মাৰ্থে পালন কৰা হয়...
26/01/2026

গণতন্ত্ৰ দিৱস হৈছে ভাৰতৰ এক ৰাষ্ট্ৰীয় উৎসৱ, যি ২৬ জানুৱাৰী, ১৯৫০ চনত ভাৰতৰ সংবিধান কাৰ্যকৰী হোৱাৰ স্মাৰ্থে পালন কৰা হয়, য'ত ভাৰত এখন গণৰাজ্য হিচাপে ঘোষিত হৈছিল আৰু দেশখনে এখন লিখিত সংবিধান লাভ কৰিছিল। এই দিনটোৱে দেশৰ গণতান্ত্ৰিক মূল্যবোধ, ঐক্য, আৰু বিভিন্ন সংস্কৃতিৰ মিলনক প্ৰতিনিধিত্ব কৰে, য'ত দেশজুৰি পতাকা উত্তোলন, কুচকাৱাজ, আৰু সাংস্কৃতিক কাৰ্যসূচী অনুষ্ঠিত হয়।

24/01/2026

এইবাৰ ব্যক্তিগত শিক্ষানুষ্ঠানত অনুষ্ঠিত নহ'ব HS আৰু HSLC পৰীক্ষা
চৰকাৰী শিক্ষকৰ নিৰীক্ষণত অনুষ্ঠিত হ'ব পৰীক্ষা
ADREৰ দৰে HS-HSLC পৰীক্ষাও সুকলমে পৰিচালনা
কৰিবলৈ শিক্ষক-শিক্ষয়িত্ৰীসকলক আহ্বান: মুখ্যমন্ত্ৰী অসম

শিশু দিৱস উদযাপন 2025 ৰ কেইখনমান স্থিৰ চিত্ৰ উদালি বাসীলৈ।
14/11/2025

শিশু দিৱস উদযাপন 2025 ৰ কেইখনমান স্থিৰ চিত্ৰ উদালি বাসীলৈ।

সমূহ ভাৰতীয়লৈ ৭৯ তম স্বাধীনতা দিৱসৰ আন্তৰিক শুভেচ্ছা ও অভিনন্দন।                       জয় হিন্দ!!!
15/08/2025

সমূহ ভাৰতীয়লৈ ৭৯ তম স্বাধীনতা দিৱসৰ আন্তৰিক শুভেচ্ছা ও অভিনন্দন।
জয় হিন্দ!!!

Address

Lanka
782446

Opening Hours

Monday 9am - 2pm
Tuesday 9am - 2pm
Wednesday 9am - 2pm
Thursday 9am - 2pm
Friday 9am - 2pm
Saturday 9am - 2pm

Telephone

+916001452704

Website

Alerts

Be the first to know and let us send you an email when Skylark Jatiya Vidyalaya,UDALI posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share

Category