দৰঙৰ অনুভৱ

দৰঙৰ অনুভৱ Prefesor Arunoday Senior Secondary School Basic

18/03/2026

দলগাঁৱত নতুন দলৰ আগমন
দলটোৰ নাম
আপুনি জনতা পাৰ্টি।
প্ৰাৰ্থীৰ নাম আলিম উদ্দিন

17/01/2026

এদিন মঞ্চৰ মাজত, আন এদিন ভিৰৰ মাজত—ক্ষমতাই স্থান সলনি কৰে।
ক্ষমতা থাকিলেহে চাৰিওফালে ভিৰ, নাথাকিলে নীৰৱতা।

25/12/2025

খাৰুপেটীয়াত অ/প/হ/ৰ/ণ কা/ণ্ড/ৰ ঘটনা ।
দলগাঁও উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ এগৰাকী শিক্ষকক অ/প/ৰ/ণ কৰাৰ সন্দেহ ।

16/12/2025

মোৰ এইখন পেজ অৰ্থাৎ দৰঙৰ অনুভৱ নামৰ পেজটোৰ পৰা এটা ফটো Competition খেল আয়োজন কৰা হৈছে।
যদি এই Competition ত অংশ গ্ৰহণ কৰিব বিচাৰে তেতিয়া হ'লে
আপোনাৰ বা আপোনালোকৰ যিকোনো ফটো( ভাল Quality ৰ ফটো হ'ব লাগিব) তুলি মোৰ WhatsApp নম্বৰ যোগে মোলৈকে প্ৰেৰণ কৰিব পাৰে যদি আপুনি বিচাৰে।

নিয়ম অনুসৰি:-

১) যিকোনো ফটো হ'ব। ( চেলফি ফটো হ'ব)।

২) ভাল Quality ৰ ফটো হ'ব লাগিব।

৩) নিজৰ নাম আৰু ঠিকনা।

৪) নিজৰ ফোন নম্বৰ।

৫) মোবাইল ফোনৰ ফটো হ'ব লাগিব।

৬) যিটো মোবাইল ফোন দি ফটো তুলিব সেই মোবাইল ফোনৰ মডেল আৰু নাম।

৭) যিজনৰ ফটোত বেছি লাইক আৰু কমেণ্ট লগতে শ্বেয়াৰ বেছিকৈ আহিব লাগিব।
( ভাল কমেন্ট হ'ব লাগিব তাতে এটাও যাতে বেয়া কমেন্ট নাহে, যদিও এটা অলপ বেয়া মতামত প্ৰকাশ পাই তেতিয়া হ'লে প্ৰথম পুৰষ্কাৰৰ পৰা বঞ্চিত হ'ব)

খেল খন আৰম্ভ হ'ব:-

সময় সন্ধিয়া ৫.০০ বজাৰ পৰা ১৭/১২/২০২৫
তাৰিখৰ পৰা আৰম্ভ
আৰু ২৯/১২/২০২৫ তাৰিখ সন্ধিয়া শেষ হ'ব আৰু সেই দিনা খনেই ৫. ০০ বজাত ফলাফল ঘোষণা কৰা হ'ব।

১) প্ৰথম পুৰষ্কাৰ হিচাপে থাকিব:- ৪,৯৯৯ নগদ টকা লগতে নামৰ কিতাপ এখন।

২) দ্বিতীয় পুৰস্কাৰ হিচাপে থাকিব:- ১,৯৯৯ নগদ টকা লগতে এখন জীৱনীমূলক গ্ৰন্থ।

লিখক ভাৰতৰ প্ৰাক্তন ৰাষ্ট্ৰপতি লগতে গোটেই বিশ্বতে নাম জলা যাক নেকি মিছাইল মেন বুলি জনাজাত। 🔥

06/12/2025

এইবাৰ দৰং জিলাৰ অন্তৰ্গত দলগাঁও বিধানসভা সমষ্টি কাৰ দখল যাবলৈ সম্ভাৱনা আছে ।
১) AIUDF
২) Congres
৩) Raijor Dal

24/11/2025

উচিত তদন্ত বিচাৰিছোঁ।
উচিত তদন্ত হ'ব লাগে।
যি কেইজনৰ নাম সন্নিবিষ্ট হৈছে গোটেই কেইজনক তদন্তৰ আওতালৈ আনিব লাগে।

24/11/2025

ইয়াক যদি হঠাৎ লগ পোৱাৰ পিছত সুধা হয় আৰু যদি প্ৰশ্ন উত্থাপন কৰা হয়।
ক) দাণ্ডী যাত্ৰা আৰম্ভ কোনে কাৰ নেতৃত্বত কিমান চনত হৈছিল??
খ) অসম আন্দোলন কাৰ নেতৃত্বত কিমান চনত ক'ত ক'ত হৈছিল??? সেই সময়ত কাৰ কাৰ নেতৃত্বত আন্দোলন গঢ়ি তুলিবলৈ আহ্বান জনোৱা হৈছিল?
গ) ১৯৬০/ ৬১ ত কি হৈছিল ৪ জুলাই ১৯৬০ চনত কি হৈছিল ই ক'ব পাৰিব বুলি মোৰ সন্দেহ হয় _ ইয়াৰ গৰ্জন অকল মুখত, সৌ সিদিনা লাচিত সেনাৰ অফিচ ভাঙি লণ্ডভণ্ড কৰিলে, ই কি কৰিলে একোডাল কৰিব পৰা নাই, আৰু মোৰ বিশ্বাস কোনো অসমীয়াই লাচিতৰ ফটো চিঙিব নোৱাৰে লাচিতৰ ফটো ভৰিৰে মোহাৰিব নোৱাৰে। ইহঁতে আচলতে মুখত জাতীয়তাবাদৰ গৰ্জন লৈ, ৰাজনৈতিক নেতা সকলৰ গোলাম হৈ অসমীয়া জাতিক বিক্ৰী কৰাৰ কাম কৰি আছে, ইতিমধ্যে মুখ্যমন্ত্ৰীয়ে কৈছে বঙালী সকলে খিলঞ্জীয়া জনজাতিৰ কাৰণে সংৰক্ষিত ট্ৰাইবেল বেল্ট ব্লকত বঙালী সকলে মাটি কিনিব পাৰিব, বাকী একো নকওঁ মোৰ মতে অসমীয়া ৰাইজৰ হাতত শেষ সুযোগ ২০২৬
নহ'লে অসমীয়া জাতিৰ অস্তিত্ব নাথাকে গোটেই অসমৰ ৰাইজে মনত ৰখা উচিত।

24/11/2025

BJP ভটলা পাৰ্টিৰ নতুন কোনো Issues নাই যে অসমীয়া জাতিৰ ওচৰত ভোট বিচাৰি যাবলৈ।
সেই কাৰণে মূল Issues মিঞা শব্দ হিচাপে ব্যৱহাৰ অসমীয়া ৰাইজৰ মাজত সোমাই পৰিছে।

24/11/2025

Dalgoan সমষ্টিৰ ৰাইজে আকো এবাৰ MLA মুজিবৰ ৰহমানক বিচাৰে।
আকৌ এবাৰ Mazibur Rahman MLA
Mazibur Rahman Fan Club

23/11/2025

কিজে হব নহয়🥹🥹..ছোৱালী জনী কোনোবাই অপ**ৰহণ কৰি পথাৰত পেলাই থৈ গৈছে, মূৰত আ*ঘাতৰ চিন আছে। ঘটনাটো জাগীৰোডৰ হয় শুনা মতে।
পথাৰত ধান কাটি থকা অৱস্থাত ছোৱালী জনীক পৰি থকা অৱস্থাত প্ৰত্যক্ষ কৰিলে ধান কটা মানুহে। কোনোবাই যদি ছোৱালীজনী চিনি পাই তেতিয়া হ'লে পৰিয়ালৰ লোকক খবৰটো দিব।🙏

আমাৰ অসমত দিনক দিনে এইবোৰ ঘটনা বৃদ্ধি পাব ধৰিছে, ইমান সৰু ছোৱালী এজনীৰ এনেকুৱা অমানৱীয় অত্যাচাৰ চলাইছিল মূৰত আঘাত কৰি ধান খেতিৰ মাজত পেলায় থৈ গুচি গ'ল দূৰবিত্তয়। মানৱতা হেৰুৱায় পেলায়ছে আজিৰ যুগৰ জীৱনশৈলীৰ উদ্ভান্ত, সমাজৰ চকুত ধূলি দি ভদ্ৰতাৰ মুখা পিন্ধি এনেকুৱা নিকৃষ্ট কাম কৰিবলৈ কোনঠাবোধ নকৰে। যিমান পাৰে 😡
চেয়াৰ কৰি দিব 🙏




22/11/2025

আকৌ এবাৰ ভোট টো দি ঘৰৰ ভেটি টো চমজাই মগনীয়া হোৱাৰ দিন ওচৰ চাপি আহিল।
(আদানি আৰু হিমান্ত আৰু বিদ্যুৎ বিভাগ)

21/11/2025

হিতেশ দেৱ শৰ্মা নামৰ এসময়ৰ IAS তথা NRC মুখ্য কাৰ্যনিৰ্বাসক বিষয়া এগৰাকীয়ে বজালীৰ NK TVৰ সাংবাদিক ৰাণা ডেকাক ভাবুকি প্ৰদান কৰা বিষয়টোক গৰিহণা তথা দিক্ষাৰ দিছোঁ।
হিতেশ দেৱ শৰ্মাই সাংবাদিক গৰাকীৰ 8 বছৰী পত্ৰ সন্তানক কোনোবাই গাড়ীৰে খুন্দিয়াব আৰু তেওঁৰ ৮ বছৰীয়া সন্তানৰ অপকাৰ কৰিব পাৰে বুলি ভাবুকি দিছে।
হিতেশ দেৱ শৰ্মাৰ এনে কাণ্ডয় অভদ্ৰ, অসংযত আচৰণে তেওঁৰ অসামাজিক, মানসিকতাক নাঙঠভাৱে প্ৰতিফলিত কৰিলে।
আমি কেতিয়াও মানি লোৱা উচিত নহয়।
মনে বিচৰা ধৰণৰ বাতৰি পৰিৱেশন নোহোৱাৰ বাবেই সাংবাদিকক এই ভয়ংকৰ ভাবুকি।
ছি হিতেশ দেৱ শৰ্মা ছি ।
আপোনাৰ পাক খোৱা জিভাৰে ভাবুকি দিয়া এনে কাণ্ড অৰ্থাৎ স্বয়ম্ভূ পানীগুণ্ডাক আইনৰ আওঁতালৈ আনি উচিত তদন্ত কৰি দুখিক কঠোৰৰ পৰা কঠোৰতম শাস্তি দিয়াৰ প্ৰয়োজন বোধ কৰোঁ।
আৰু এই হিতেশ দেৱ শৰ্মাক গ্ৰেপ্তাৰ কৰিবলৈ আণোৰোদ জনালোঁ।

Address

Lakhora
784190

Alerts

Be the first to know and let us send you an email when দৰঙৰ অনুভৱ posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Organization

Send a message to দৰঙৰ অনুভৱ:

Share

Category